• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 16, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

জাগুনত লক্ষাধিক টকাৰ চোৰাং কাঠ ভৰ্তি বাহন জব্দ; সৰবৰাহকাৰী পলাতক

NE NOW NEWS মানস প্ৰতিম গগৈ
মাৰ্ঘেৰিটা , August 23, 2019 10:15 pm

1 min read

জাগুনত লক্ষাধিক টকাৰ চোৰাং কাঠ ভৰ্তি বাহন জব্দ; সৰবৰাহকাৰী পলাতক
351
VIEWS
Share on FacebookShare on Twitter

আজি জাগুন বন বিষয়া কাৰ্যালয়ত অন্তৰ্গত জাগুন নামচিক পথৰ টিংকুপানী বনাঞ্চলৰ কাষত বন বিভাগে অভিযান চলাই এখন চোৰাং কাঠ ভৰ্তি মেক্স বলেৰ’ গাড়ী জব্দ কৰিবলৈ সক্ষম হয়।

এ এছ ২৩ জি ১৮৩৫ নম্বৰৰ মেক্স বলেৰ’ পিক আপ গাড়ীখনত বহু পৰিমাণৰ চোৰাং কাঠ সৰবৰাহ কৰিবলৈ লওঁতেই বন বিভাগে হাতে-লোটে ধৰিবলৈ সক্ষম হয়।

ইফালে বন বিভাগৰ লোকক প্ৰত্যক্ষ কৰি চোৰাং কাঠ সৰবৰাহকাৰী দলটোয়ে ঘটনাস্থলীৰ পৰা পলায়ন কৰে।

জব্দকৃত চোৰাং কাঠসমূহ কোনে ক’লৈ সৰবৰাহ কৰাৰ প্ৰস্তুতি চলাইছিল সেই সম্পৰ্কে বাতৰি লিখা পৰলৈকে জানিব পৰা হোৱা নাই।

উল্লেখযোগ্য যে ডিগবৈ বন সংমণ্ডলৰ প্ৰাধিকাৰী বিপুল বৰাৰ চূড়ান্ত অকৰ্মণ্যতা আৰু একাংশ চোৰং কাঠ মাফিয়াৰে গোপন বুজা বুজিৰ বাবে সমগ্ৰ ডিগবৈ বন সংমণ্ডলত অৰাজকতাৰ সৃষ্টি হোৱা বুলি স্থানীয় একাংশ লোকে অভিযোগ উত্থাপন কৰিছে।

অসম অৰুণাচল সীমান্তৰ ডিগবৈ বন সংমণ্ডলৰ অধীনৰ জাগুন বনাঞ্চলিক কাৰ্যালয়ৰ এলেকাধীন টিংকুপানী বনাঞ্চলত একাংশ দুষ্কৃতিকাৰীয়ে এতিয়া বন বিভাগৰ অজ্ঞাতে ধাৰাবাহিকভাৱে অব্যাহত ৰাখিছে বনাঞ্চলৰ ধ্বংস কাৰ্য।

Recent News

a doctor

ৰাজ্যৰ ১২ গৰাকী জ্যেষ্ঠ চিকিৎসকে সৰ্বপ্ৰথমে গ্ৰহণ কৰিব কোভিডৰ ভেকচিন

FB_IMG_1610717632176

বিশিষ্ট সাহিত্যিক সু- লেখিকা বীণা শৰ্মাৰ মৃত্যু, শোক স্তব্ধ নগাঁও

a gana

ভাৰতীয় গণনাট্য সংঘৰ জ্যোতি-স্মৰণ আৰু গণশিল্পী হেমাঙ্গ বিশ্বাস বঁটা প্ৰদান অনুষ্ঠান

FB_IMG_1610717723928

ভোগালীৰ ভোগ-আনন্দৰে জীপাল নগাঁৱৰ নেহৰুবালি

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd