• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ৰেডিঅ’ কলাৰ পদ্ধতিৰে বনৰীয়া হাতীৰ উপদ্ৰৱ ৰোধ কৰিব বন বিভাগে

মিণ্টু দাস by মিণ্টু দাস
December 9, 2018 1:18 pm
Man-elephnat

প্ৰতিনিধিত্বমূলক ফটো

3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাজ্যখনৰ লগতে নগাঁও জিলাতো হাতী আৰু মানুহৰ সংঘাত দিনক দিনে তীব্ৰতৰ হৈ উঠিছে। জিলাখনৰ কলিয়াবৰ, চামগুৰি, পদুমনি, বৰদল, বালিজুৰি, বৰবাৰী, চাপানালা, কন্দলীকে ধৰি বিভিন্ন স্থানত বনৰীয়া হাতীয়ে বছৰৰ পাছত বছৰ ধৰি তাণ্ডৱ সৃষ্টি কৰি আহিছে।

ইতিমধ্যে বনৰীয়া হাতীৰ আক্ৰমণত কেইবাজনো লোকৰ মৃত্যু হোৱাৰ লগতে বহুজন আহত হৈছে। তদুপৰি বনৰীয়া হাতীৰ উপদ্ৰৱৰ ফলত জিলাখনৰ বহুহেজাৰ হেক্টৰ কৃষিভূমি বিস্তৰ ক্ষতিসাধন হৈছে। নগাঁও জিলাৰ জনসাধৰণৰ লগতে বিভিন্ন দল সংগঠনে বনৰীয়া হাতীৰ আক্ৰমণ ৰোধ কৰিবৰ বাবে বনবিভাগক দাবী জনাই আহিছে যদিও বন বিভাগ এই ক্ষেত্ৰত সফল হ’ব পৰা নাই।

Apply Now

জিলাখনৰ বিভিন্ন স্থানত ৰাইজে বনবিভাগৰ অকমৰ্ণ্যতাৰ অভিযোগ তুলি বন বিভাগৰ লোকক ৰাইজে শাৰীৰিকভাৱে অপদস্থ কৰাৰ ঘটনাও সংঘটিত হৈছে। বিগত বৰ্ষসমূহৰ দৰে চলিত বছৰতো বনৰীয়া হাতীয়ে নগাঁও জিলাৰ বিভিন্ন স্থানত তাণ্ডৱ চলাই খেতি পথাৰৰ বিস্তৰ ক্ষতিসাধন কৰাৰ লগতে বহু লোকৰ ঘৰ দুৱাৰ ভাঙি তহিলং কৰিছে।

ইপিনে একাংশ লোকে নিজাববীয়াকৈ খেতি পথাৰত বিদ্যুৎ সংযোগ কৰি হাতীৰ আক্ৰমণ ৰোধ কৰাৰ চেষ্টা কৰাৰ ফলত চলিত বৰ্ষত পাচঁটাকৈ বনৰীয়া হাতীৰ কৰুণ মৃত্যু হয়। কেইদিনমানৰ পূৰ্বে বনৰীয়া হাতীয়ে নগাঁও চহৰৰ সমীপৰ চিলঙনী অঞ্চলত বনৰীয়া হাতীয়ে তাণ্ডৱ চলাই খেতি পথাৰ নষ্ট কৰাৰ লগতে বনৰীয়া হাতীৰ আক্ৰমণত পাঁচজন লোক আহত হৈছিল।

এই হাতী আৰু মানুহৰ সংঘাত দূৰ কৰিবৰ বাবে শেহতীয়াভাৱে হাতী-মানুহৰ সংঘাত দূৰ কৰা আৰু উপদ্ৰব ৰোধ কৰাৰ বাবে নগাঁও জিলা বন বিভাগে এক অভিনৱ পদ্ধতি গ্ৰহণ কৰিছে। নগাঁও বন সংমণ্ডল বিষয়া শুভাশীষ দাসে জনোৱা মতে নগাঁও বন বিভাগে জিলাখনৰ বিভিন্ন স্থানত হৈ থকা বনৰীয়া হাতীৰ উপদ্ৰৱ ৰোধ কৰাৰ বাবে বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে। এই পদক্ষেপ অনুসৰি বনবিভাগে বনৰীয়া হাতীৰ ডিঙিত জি পি এছ বেচ ৰেডিঅ’ কলাৰ লগাই দিব।

বন বিভাগৰ সূত্ৰই জনোৱা মতে খাদ্যৰ সন্ধানত ভৈয়ামলৈ নামি অহা হাতীৰ জাকৰ ভিতৰত এটা বনৰীয়া হাতীক টেংকুলাইজ কৰি হাতীটোৰ ডিঙিত ৰেডিঅ’ কলাৰ পিন্ধাই দি হাতীটোক পুনৰ হাতীৰ জাকৰ ওচৰলৈ পঠাই দিব। তদুপৰি পৃথকভাৱে অহা বনৰীয়া হাতীৰ ক্ষেত্ৰতো একেই পদ্ধতি গ্ৰহণ কৰিব বন বিভাগে।

এই ৰেডিঅ’ কলাৰে বনৰীয়া হাতী জনাঞ্চললৈ অহাৰ সংকেত আগতীয়াকৈ বন বিভাগৰ বিষয়া-কৰ্মচাৰীয়ে লাভ কৰাৰ লগতে এলেকাসমূহৰ জনসাধাৰণে লাভ কৰিব। এনে সংকেত লাভ কৰাৰ পাছতেই বন বিভাগে হাতীৰ উপদ্ৰৱ ৰোধ কৰাৰ ক্ষেত্ৰত সফল হ’ব বুলি সুত্ৰটোৱে জানিবলৈ দিয়ে।

ইতিমধ্যে এই সন্দৰ্ভত বন্যপ্ৰাণী বিভাগৰ শীৰ্ষ বিষয়াৰ উপস্থিতত নগাঁৱত এখন উচ্চ স্তৰৰ বৈঠক অনুষ্ঠিত হয়। বৈঠকত নগাঁও সংমণ্ডল বন বিভাগে অসম চৰকাৰৰ মুখ্য বন্যপ্ৰাণী ৱাৰ্ডেনক (বন্যপ্ৰাণী বিভাগৰ মুখ্য বন সংৰক্ষক) এই সন্দৰ্ভত অৱগত কৰিছে। শীৰ্ষ বন বিষয়াগৰাকীয়ে এই সন্দৰ্ভত সন্মতি প্ৰদান কৰিছে বুলি জানিব পৰা গৈছে।

মিণ্টু দাস

মিণ্টু দাস

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

১৫ বছৰৰ পাছত কবৰ খান্দি ৩টা মৃতদেহৰ ডিএনএ পৰীক্ষা : কিন্তু কিয়?

১৫ বছৰৰ পাছত কবৰ খান্দি ৩টা মৃতদেহৰ ডিএনএ পৰীক্ষা : কিন্তু কিয়?

September 16, 2026 3:08 pm
অ’টিটি প্লেটফৰ্মৰ বাবেও আহিব নেকি চেঞ্চৰ ব’ৰ্ড? কেন্দ্ৰলৈ প্ৰস্তাৱ প্ৰেৰণ কৰিব আৰএছএছৰ বিশেষ গোটে

অ’টিটি প্লেটফৰ্মৰ বাবেও আহিব নেকি চেঞ্চৰ ব’ৰ্ড? কেন্দ্ৰলৈ প্ৰস্তাৱ প্ৰেৰণ কৰিব আৰএছএছৰ বিশেষ গোটে

September 16, 2026 12:56 pm
গ্ৰাহাম ষ্টেইনছ হত্যাকাণ্ড! জে’লৰ পৰা মুকলি নাপায় মূল অপৰাধী দৰা সিঙে; মুক্তি পালে সাম্প্ৰদায়িক সংঘৰ্ষৰ আশংকা

গ্ৰাহাম ষ্টেইনছ হত্যাকাণ্ড! জে’লৰ পৰা মুকলি নাপায় মূল অপৰাধী দৰা সিঙে; মুক্তি পালে সাম্প্ৰদায়িক সংঘৰ্ষৰ আশংকা

September 16, 2026 11:33 am
চৰকাৰী নিৰপেক্ষতা নে মত প্ৰকাশৰ অধিকাৰ খৰ্ব? আইপিএছ বুশৰা বানোৰ বদলিয়ে সৃষ্টি কৰিছে দেশজুৰি প্ৰতিক্ৰিয়া

চৰকাৰী নিৰপেক্ষতা নে মত প্ৰকাশৰ অধিকাৰ খৰ্ব? আইপিএছ বুশৰা বানোৰ বদলিয়ে সৃষ্টি কৰিছে দেশজুৰি প্ৰতিক্ৰিয়া

September 16, 2026 10:30 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

১৫ বছৰৰ পাছত কবৰ খান্দি ৩টা মৃতদেহৰ ডিএনএ পৰীক্ষা : কিন্তু কিয়?

১৫ বছৰৰ পাছত কবৰ খান্দি ৩টা মৃতদেহৰ ডিএনএ পৰীক্ষা : কিন্তু কিয়?

September 16, 2026 3:08 pm
অ’টিটি প্লেটফৰ্মৰ বাবেও আহিব নেকি চেঞ্চৰ ব’ৰ্ড? কেন্দ্ৰলৈ প্ৰস্তাৱ প্ৰেৰণ কৰিব আৰএছএছৰ বিশেষ গোটে

অ’টিটি প্লেটফৰ্মৰ বাবেও আহিব নেকি চেঞ্চৰ ব’ৰ্ড? কেন্দ্ৰলৈ প্ৰস্তাৱ প্ৰেৰণ কৰিব আৰএছএছৰ বিশেষ গোটে

September 16, 2026 12:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd