• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, September 26, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

পৰিৱেশ সংৰক্ষণৰ সন্দৰ্ভত গ্ৰন্থ লিখিছে অৰণ্য মানৱ যাদৱ পায়েঙে

এন ই নাও নিউজ by এন ই নাও নিউজ
February 16, 2020 10:16 am
Jadav-payeng-750x375

ফটো: দ্য নিউজ মিলৰ সৌজন্যত

56
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাৰতৰ অৰণ্য মানৱ হিচাপে খ্যাত অসমৰ যাদৱ পায়েঙে বৰ্তমান পৰিৱেশ সংৰক্ষণৰ সন্দৰ্ভত এখন গ্ৰন্থ লিখাৰ কামত ব্যস্ত হৈ আছে।

পৰিৱেশ সংৰক্ষণৰ ক্ষেত্ৰত তেওঁৰ মহৎ প্ৰচেষ্টাই লক্ষ লক্ষ লোকক অনুপ্ৰাণিত কৰাৰ ক্ষেত্ৰত ই এক সৰু পদক্ষেপ বুলি তেওঁ ভাৱে।

Apply Now

পায়েঙে কয় যে গ্ৰন্থখনে ছাত্ৰ-ছাত্ৰীসকলক বনানীকৰণৰ লাভালাভ সম্পৰ্কে জনাৰ লগতে পৰিৱেশক ভালদৰে বুজিব পাৰিব।

‘’মই পৰিৱশেৰ সম্পৰ্কে এখন গ্ৰন্থ লিখি আছো যাতে ছাত্ৰ-ছাত্ৰীসকলে পৰিৱেশ সম্পৰ্কে সহজেই বুজিব পাৰে… তেওঁলোকে কিছুমান প্ৰেক্টিকেল কামো কৰিব পাৰে,’’-অলপতে গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্ৰ সন্থাই আয়োজন কৰা এক অনুষ্ঠানত পায়েঙে এনেদৰে কয়।

গুৱাহাটী বিশ্ববিদ্যালয়ত আয়োজিত ‘প্ৰকৃতি’ অনুষ্ঠানত ৪০০তকৈয়ো অধিক ছাত্ৰ-ছাত্ৰী উপস্থিত থকা অনুষ্ঠানটোত ভাষণ দি পায়েঙে তেওঁৰ প্ৰেৰণাদায়ী যাত্ৰাৰ বিষয়ে কয়।

‘’মই হাবিখন নিৰ্মাণ কৰোতে সমাজৰ সৈতে যুজিছিলো। এতিয়া মোৰ হাবিখনে বহু লোকৰ জীৱিকা নিৰ্বাহৰ উৎস হৈ পৰিছে,’’-তেওঁ কয়।

পায়েঙে বৰ্তমান চলি থকা শিক্ষা ব্যৱস্থাত পৰিৱেশৰ ওপৰত যথোপযুক্ত গুৰুত্ব নিদিয়াৰ বাবে সমালোচনা কৰে।

‘’মানুহে গছৰ নাম জানে, কিন্তু  বাস্তৱত তেওঁলোকে গছডাল চিনি নাপায়। এইটো ভাল অৱস্থা নহয়। পৰিৱেশৰ শিক্ষা প্ৰাথমিক স্তৰৰ পৰাই অন্তৰ্ভুক্ত কৰিব লাগে,’’- তেওঁ এইদৰে কয়।

পায়েঙে লগতে কয় যে অসমৰ প্ৰাকৃতিক সৌন্দৰ্যই অঞ্চলটোত পৰ্যটনক সহায় কৰিব পাৰে।

‘’যেতিয়া কোনোৱে অসম ভ্ৰমণ কৰে, তেওঁলোকে এক সজীৱ পৰিৱেশত বাস কৰে যিটো কম প্ৰদূষিত,’’-তেওঁ কয়।

পায়েঙে লগতে কয় যে ছাত্ৰ-ছাত্ৰীসকল হৈছে ভৱিষ্যত আৰু সেই কাৰণেই তেওঁ তেওঁৰ হাবিখন যুৱ প্ৰজন্মক উৎসৰ্গা কৰিছে।

‘’এতিয়া হাবিখন অকল মোৰ নহয়। মই আপোনালোকে ইয়াৰ যত্ন লোৱাটো বিচাৰো। আপনালোকে যদি পৰিৱেশটো ৰক্ষা কৰাৰ বাবে কোনো ব্যৱস্থা গ্ৰহণ নকৰে, তেতিয়াগ’লে কেই বছৰমান পাছত গোটেই মানৱ জাতিয়ে ভূগিব লাগিব,’’-তেওঁ কয়।

জলবায়ু পৰিৱৰ্তনৰ সন্দৰ্ভত পায়েঙে কয় যে বিশ্বৰ নেতাসকলে প্ৰদূষণৰ বাবে পৃথিৱীখন সংকটত পৰিছে সেইটো মানি লোৱা উচিত।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নাগালেণ্ডত বিষাক্ত সুৰাৰ বাবে অকালতে প্ৰাণ গ’ল ১৯ জনৰ, ৩০০০টা বটল জব্দ

নাগালেণ্ডত বিষাক্ত সুৰাৰ বাবে অকালতে প্ৰাণ গ’ল ১৯ জনৰ, ৩০০০টা বটল জব্দ

September 26, 2026 3:56 pm
দেশত এবছৰত ধৰ্ষণৰ বলি ৪৩ হাজাৰ নাবালিকা; এনচিআৰবিৰ প্ৰতিবেদনত উদ্বেগজনক ছবি

দেশত এবছৰত ধৰ্ষণৰ বলি ৪৩ হাজাৰ নাবালিকা; এনচিআৰবিৰ প্ৰতিবেদনত উদ্বেগজনক ছবি

September 26, 2026 2:59 pm
ৰাম মন্দিৰৰ দক্ষিণা চুৰি কাণ্ডৰ তদন্তত গাফিলতি: অভিযোগনামাৰ পৰা বাদ পৰিল বেংক কৰ্মচাৰী আৰু ন্যাসৰ বিষয়াৰ নাম

ৰাম মন্দিৰৰ দক্ষিণা চুৰি কাণ্ডৰ তদন্তত গাফিলতি: অভিযোগনামাৰ পৰা বাদ পৰিল বেংক কৰ্মচাৰী আৰু ন্যাসৰ বিষয়াৰ নাম

September 26, 2026 2:45 pm
টিম ইণ্ডিয়াৰ আক্ৰমণাত্মক বেটছমেন! শচীনৰ বন্ধু বিনোদ কাম্বলিয়ে এতিয়া জীৱন কটাইছে বৃদ্ধাশ্ৰমত

টিম ইণ্ডিয়াৰ আক্ৰমণাত্মক বেটছমেন! শচীনৰ বন্ধু বিনোদ কাম্বলিয়ে এতিয়া জীৱন কটাইছে বৃদ্ধাশ্ৰমত

September 26, 2026 2:17 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নাগালেণ্ডত বিষাক্ত সুৰাৰ বাবে অকালতে প্ৰাণ গ’ল ১৯ জনৰ, ৩০০০টা বটল জব্দ

নাগালেণ্ডত বিষাক্ত সুৰাৰ বাবে অকালতে প্ৰাণ গ’ল ১৯ জনৰ, ৩০০০টা বটল জব্দ

September 26, 2026 3:56 pm
দেশত এবছৰত ধৰ্ষণৰ বলি ৪৩ হাজাৰ নাবালিকা; এনচিআৰবিৰ প্ৰতিবেদনত উদ্বেগজনক ছবি

দেশত এবছৰত ধৰ্ষণৰ বলি ৪৩ হাজাৰ নাবালিকা; এনচিআৰবিৰ প্ৰতিবেদনত উদ্বেগজনক ছবি

September 26, 2026 2:59 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd