• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, January 28, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

চাঞ্চল্য: অভয়াপুৰীৰ বড়িগাওঁত উদ্ধাৰ পাঁচটাকৈ বাঘৰ পোৱালি

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , December 23, 2020 6:36 pm

1 min read

cubs-750x375
173
VIEWS
Share on FacebookShare on Twitter

বঙাইগাঁও জিলাৰ অভায়াপুৰীত বন বিভাগে উদ্ধাৰ কৰিছে পাঁচটাকৈ বাঘৰ পোৱালি।

অভয়াপুৰী চহৰৰ পৰা নাতি দূৰৈত অৱস্থিত বড়িগাওঁত উদ্ধাৰ হৈছে এই বাঘৰ পোৱালি কেইটা।

জানিব পৰা মতে পাঁটা পোৱালিৰ সৈতে এজনী বাঘিনীক প্ৰথমে প্ৰত্যক্ষ কৰে গাওঁ খনৰে এগৰাকী মহিলাই ।

ইয়াৰ পিছতে মহিলা গৰাকীয়ে এই ঘটনাৰ বিষয়ে স্থানীয় ৰাইজক অৱগত কৰাত খবৰটো বনজুইৰ দৰে বিয়পি পৰে।

লগে লগে স্থানীয় ৰাইজে বন বিভাগক খবৰ দিয়াত বন বিভাগৰ কৰ্মীয়ে গৈ ঘটনাস্থলীত উপস্থিত হয়।

কিন্তু বাঘিনী জনীয়ে মানুহৰ আগমণৰ উমান পাই পোৱালি পাঁচটাক সেই ঠাইতে এৰি আন ক’ৰৱালৈ গুচি যায়।

বন বিষয়া জয়ন্ত দাসৰ নেতৃত্বত যোৱা বন বিভাগৰ কৰ্মীৰ দলটোৱে বাঘৰ পোৱালি কেইটা উদ্ধাৰ কৰে। বন বিভাগৰ সূত্প্ৰকাশ কৰা তথ্য অনুসৰি উদ্ধাৰ কৰা বাঘৰ পোলি কেইটাৰ বয়স প্ৰায় ১৫ দিন হ’ব।

পোৱালি কেইটাৰ সন্ধানত মাক বাঘিনী জনী পুনৰ সেই ঠাইলৈ ঘূৰি অহাৰ আশা কৰিয়েই বন বিভাগে পোৱালি কেইটা সেই  উদ্ধাৰ হোৱা স্থানতে এৰি দিয়াৰ সিদ্ধান্ত লয়।

বন বিভাগে  লগতে গাওঁবাসীক এই বুলি আশ্বাস দিয়ে যে বাঘে গাওঁৰ কোনো লোকৰে অপকাৰ কৰিব নোৱাৰে. ইয়াৰ বাবে বন বিভাগে সতৰ্ক দৃষ্টি ৰাখিব বুলি আশ্বাস পোৱাৰ পিছত গাওঁবাসী আশ্বস্ত হয়।

Recent News

Sualkusi

প্ৰস্তাৱিত ভূমি পৰিদৰ্শন উপায়ুক্তৰ : অতি শীঘ্ৰেই শুভাৰম্ভ হ’ব শুৱালকুছিত অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ কাম

প্ৰথমবাৰৰ বাবে ভাৰত বনাম ভাৰত এ-ৰ মাজত অনুষ্ঠিত হ’ব এখন আকৰ্ষণীয় ক্ৰিকেট মেচ

প্ৰথমবাৰৰ বাবে ভাৰত বনাম ভাৰত এ-ৰ মাজত অনুষ্ঠিত হ’ব এখন আকৰ্ষণীয় ক্ৰিকেট মেচ

Bajali

বৰপেটা পৰিবহণ বিভাগৰ চৰম ব্যৰ্থতা : পথ সুৰক্ষা সপ্তাহতে ৬ লোকৰ দুৰ্ঘটনাত মৃত্যু

index.jpgs

লাল কিল্লা কাণ্ডৰ পিছত চাপত কৃষক সংগঠন! : ১ ফেব্ৰুৱাৰীৰ সংসদ অভিযান বাতিল; কি হ’ব পৰৱৰ্তী কাৰ্যসূচী?

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd