• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 3, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

চামগুৰিত বন বিভাগে জব্দ কৰিলে তিনিখনকৈ চোৰাংকাঠ ভৰ্তি গাড়ী

বিদ্যুৎজ্যোতি বৰা by বিদ্যুৎজ্যোতি বৰা
July 31, 2020 6:45 am
WhatsApp Image 2020-07-30 at 7.25.30 PM

ফটো: নৰ্থইষ্ট নাও

174
VIEWS
Share on FacebookShare on Twitter

নগাঁও জিলাৰ শালনা বনাঞ্চলিক কাৰ্যালয়ৰ অধীনৰ উদমাৰী বন উপ খণ্ড কাৰ্যালয়ৰ অন্তৰ্গত চামগুৰি বাঘবৰালি অঞ্চলৰ পৰা বন বিভাগে অভিযান চলাই তিনি খন চোৰাং কাঠ ভৰ্তি গাড়ী জব্দ কৰিবলৈ সক্ষম হয় ৷

বন বিভাগৰ এক সুত্ৰই জানিবলৈ দিয়া মতে ২৯ জুলাইৰ নিশা পাৰ্কোপ পাহাৰৰ পৰা চোৰাংকাঠ অনা বুলি এক গোপন সুত্ৰৰ পৰা জানিব পাৰি নগাঁও বন সুৰক্ষা বাহিনীৰ এটা দলে নিশাই  চামগুৰিত চোৰাং কাঠৰ বিৰুদ্ধে অভিযান চলায়৷

পৰৱৰ্তী সময়ত বন সুৰক্ষা বাহিনীৰ দলটোৱে চামগুৰি বাঘবৰালি অঞ্চলৰ পথৰ পৰা এএছ ০২ বি চি ৭৫৮৯, এ এছ ০২ বি চি ৬৯১২ আৰু এএছ ০২ চি চি ৪৭৯০ নম্বৰৰ তিনিখন চোৰাংকাঠ ভৰ্তি গাড়ী জব্দ কৰিবলৈ সক্ষম হয় ৷

ইয়াৰ পাছতে ঘটনাস্থলীত উদমাৰী, শালনা আৰু  চাপানালা বন বিভাগৰ লোক উপস্থিত হৈ বন সুৰক্ষা বাহিনীক সহযোগ কৰে বুলি জানিব পৰা গৈছে।

উল্লেখ্য যে উদমাৰী বন উপ খণ্ড কাৰ্যালয়ৰ এটা গেট থকা অৱস্থাত নিশাই তিনিখনকৈ চোৰাংকাঠ ভৰ্তি গাড়ী বাঘবৰালি অঞ্চলৰ পথত নগাঁও বন সুৰক্ষা বাহিনীয়ে জব্দ কৰা ঘটনাই স্থানীয় সচেতন মহলৰ মাজত ৰহস্যৰ সৃষ্টি কৰিছে।

এই ক্ষেত্ৰত উদমাৰী বন বিষয়া গৰাকীয়ে জানিবলৈ দিয়া মতে ২৯ জুলাইৰ নিশা বৰদল অঞ্চলত হাতী খেদিবলৈ যোৱাৰ সময়তে এনে ঘটনা সংঘটিত হ’বলৈ পালে বুলি প্ৰকাশ কৰিছে ৷

আনহাতে, বন বিভাগে জব্দ কৰা চোৰাং মাকৈ শাল খিনিৰ বজাৰৰ মূল্য লক্ষাধিক টকা হ’ব বুলি বন বিভাগৰ এক সুত্ৰই জানিবলৈ দিয়ে।

জব্দ কৰা চোৰাংকাঠৰ গাড়ী এখনৰ যান্ত্ৰিক বিজুতি হোৱাত উদমাৰী বন কাৰ্যালয়ত ৰখোৱাৰ লগতে আন দুখন গাড়ী নগাঁও বন কাৰ্যালয়ত আছে বুলি জানিব পৰা গৈছে ৷

Recent News

চিনেমেট’গ্ৰাফ এক্ট, ১৯৫২ : অপ্ৰমাণিত চলচ্চিত্ৰৰ প্ৰদৰ্শন আৰু অকৰ্তৃত্বশীল ৰেকৰ্ডিঙৰ জৰিয়তে পাইৰেচিৰ ক্ষেত্ৰত বিহা হ’ব কঠোৰ শাস্তি

চিনেমেট’গ্ৰাফ এক্ট, ১৯৫২ : অপ্ৰমাণিত চলচ্চিত্ৰৰ প্ৰদৰ্শন আৰু অকৰ্তৃত্বশীল ৰেকৰ্ডিঙৰ জৰিয়তে পাইৰেচিৰ ক্ষেত্ৰত বিহা হ’ব কঠোৰ শাস্তি

পদ্ম বঁটা–২০২৬ৰ বাবে মনোনয়নৰ বিচাৰিছে চৰকাৰে : মনোনয়নৰ অন্তিম দিন ৩১ জুলাই

পদ্ম বঁটা–২০২৬ৰ বাবে মনোনয়নৰ বিচাৰিছে চৰকাৰে : মনোনয়নৰ অন্তিম দিন ৩১ জুলাই

ক’ভিডৰ পিছত প্ৰাপ্তবয়স্কৰ আকস্মিক মৃত্যুকলৈ আইচিএমআৰ আৰু এইমছৰ বিস্তৃত অধ্যয়নত প্ৰকাশ : ভেকচিন আৰু আকস্মিক মৃত্যুৰ মাজত কোনো সম্পৰ্ক নাই

ক’ভিডৰ পিছত প্ৰাপ্তবয়স্কৰ আকস্মিক মৃত্যুকলৈ আইচিএমআৰ আৰু এইমছৰ বিস্তৃত অধ্যয়নত প্ৰকাশ : ভেকচিন আৰু আকস্মিক মৃত্যুৰ মাজত কোনো সম্পৰ্ক নাই

তালিবানে নিঃশেষ কৰি অহিছে পাকিস্তানক! চৰকাৰী বাহনত গ্ৰেনেড আক্ৰমণ, নিহত ৫ জন

তালিবানে নিঃশেষ কৰি অহিছে পাকিস্তানক! চৰকাৰী বাহনত গ্ৰেনেড আক্ৰমণ, নিহত ৫ জন

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd