• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 15, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

জে ডি (এছ)ত যোগদান অৰুণাচলৰ প্ৰাক্তন মুখ্য মন্ত্ৰী গেগং আপাঙৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
February 21, 2019 5:36 pm
Gegong-Apang-joins-jds

বুধবাৰে জে ডি-এছৰ মুৰব্বী এইচ ডি দেবে গৌড়াৰ সৈতে বৈঠকত অৰুণাচলৰ প্ৰাক্তন মুখ্য মন্ত্ৰী গেগং আপাং। ফটো উৎস : বিজয়বাণী

889
VIEWS
Share on FacebookShare on Twitter

অৰুণাচল প্ৰদেশৰ প্ৰাক্তন মুখ্য মন্ত্ৰী তথা বিজেপি নেতা গেগং আপাঙে জনতা দল ছেকিউলাৰ (জে ডি-এছ)ত যোগদান কৰিছে। অৰুণাচলৰ এগৰাকী অতি জনপ্ৰিয় নেতা হিচাপে পৰিচিত আপাঙে জানুৱাৰি মাহত বিজেপিৰ পৰা পদত্যাগ কৰাৰ পাছত বুধবাৰে এইচ ডি দেবে গৌড়া নেতৃত্বাধীন জে ডি-এছত যোগদান কৰে।

উল্লেখযোগ্য যে প্ৰাক্তন মুখ্য মন্ত্ৰী গেগং আপাঙে কংগ্ৰেছৰ পৰা পদত্যাগ কৰি ২০১৪ত বিজেপিত যোগদান কৰিছিল।

জে ডি-এছত যোগদান কৰি আপাঙে কয়,’’ প্ৰাক্তন প্ৰধান মন্ত্ৰী এইচ ডি দেৱে গৌড়া নেতৃত্বাধীন জে ডি-এছ এটা ধৰ্মনিৰপেক্ষ ৰাজনৈতিক দল আৰু সেয়েহে মই এই দলটোত যোগদানৰ সিদ্ধান্ত গ্ৰহণ কৰিছো।‘’

বিজেপিৰ পৰা পদত্যাগ কৰি আপাঙে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহলৈ লিখা এখন পত্ৰত উল্লেখ কৰিছিল যে দলটোৱে পূৰ্বৰ জনপ্ৰিয় প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ নীতি-আদৰ্শ অনুসৰণ কৰা নাই।

আনহাতে, নাগৰিকত্ব সংশোধনী বিধেয়ক সন্দৰ্ভত বিজেপিক তীব্ৰ সমালোচনা কৰি আপাঙে বিধেয়কখনে উত্তৰ-পূবত বিভেদ সৃষ্টি কৰা বুলিও অভিযোগ আনিছিল।

উল্লেখ্য যে যোৱা ১৯ জানুৱাৰিত কলকাতাত পশ্চিমবংগৰ মুখ্য মন্ত্ৰী মমতা বেনাৰ্জীয়ে আয়োজন কৰা এক বিশাল বিজেপি বিৰোধী সমাবেশত ভাগ লৈ আপাঙে অৰুণাচল প্ৰদেশত গণতন্ত্ৰ নিকৃষ্টতম অৱস্থাৰ মাজেৰে গৈ আছে বুলি মন্তব্য কৰিছিল।

তেওঁ কৈছিল,‘‘ফেডাৰেল গণতন্ত্ৰ সংকটৰ সন্মুখীন হৈছে, আনকি উচ্চতম ন্যায়ালয়ৰো নিৰ্দেশ পালন কৰা হোৱা নাই। মোৰ ৰাজ্যৰ প্ৰাক্তন মুখ্য মন্ত্ৰী গৰাকীয়ে আত্মহত্যা কৰিবলগীয়া হ’ল।‘’

তাৎপৰ্যপূৰ্ণভাৱে, উক্ত সমাৱেশতে তেওঁ কৈছিল,‘‘নাগৰিকত্ব সংশোধনী বিধেয়কখন উঠাই ল’বলৈ মই প্ৰধান মন্ত্ৰীক সকীয়াই দিব খোঁজো। যদি এইয়া কৰা নহয় ভাৰত উত্তৰ-পূবৰ লোকসকলৰ বাবে উপযুক্ত হৈ নাথাকিব। মই উত্তৰ-পূবৰ সকলো আঞ্চলিক দলকে বিজেপিৰ সৈতে সম্পৰ্ক ত্যাগ কৰিবলৈ আহ্বান জনাইছো।‘’

Recent News

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালত অসমত উচ্ছেদ কৰা হৈছে ১২ হাজাৰ হেক্টৰৰো অধিক ভূমি

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালত অসমত উচ্ছেদ কৰা হৈছে ১২ হাজাৰ হেক্টৰৰো অধিক ভূমি

প্ৰেমৰ প্ৰতি সমৰ্পণ! প্ৰেমিকাৰ IPS হোৱাৰ স্বপ্ন পূৰণৰ বাবে ১২১ লিটাৰ গংগাজল লৈ ২২০ কিলোমিটাৰ খোজ কাঢ়িলে প্ৰেমিকে

প্ৰেমৰ প্ৰতি সমৰ্পণ! প্ৰেমিকাৰ IPS হোৱাৰ স্বপ্ন পূৰণৰ বাবে ১২১ লিটাৰ গংগাজল লৈ ২২০ কিলোমিটাৰ খোজ কাঢ়িলে প্ৰেমিকে

১৭ জুলাইত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে প্ৰদান কৰিব ২০২৫ত সন্মানীয় স্বচ্ছ সৰ্বেক্ষণ ২০২৪-২৫ বঁটা

১৭ জুলাইত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে প্ৰদান কৰিব ২০২৫ত সন্মানীয় স্বচ্ছ সৰ্বেক্ষণ ২০২৪-২৫ বঁটা

জাপানীজ এনকেফেলাইটিছ ৰোগ নিয়ন্ত্ৰণত চৰকাৰ ব্যৰ্থ হৈছে, স্বাস্থ্য মন্ত্ৰীয়ে পদত্যাগ কৰক : আপ

জাপানীজ এনকেফেলাইটিছ ৰোগ নিয়ন্ত্ৰণত চৰকাৰ ব্যৰ্থ হৈছে, স্বাস্থ্য মন্ত্ৰীয়ে পদত্যাগ কৰক : আপ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd