• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, January 21, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

তিৰ্পালৰ লিক মাৰিব নোৱৰা এইখন চৰকাৰে গুৱাহাটীক ক্ৰীড়াৰ ৰাজধানী বনাব : তৰুণ গগৈ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , January 6, 2020 5:26 pm

1 min read

Citizenship bill: Former Assam CM Tarun Gogoi slams HM Amit Shah

তৰুণ গগৈৰ ফাইল ছবি।

3.8k
VIEWS
Share on FacebookShare on Twitter

প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈয়ে আজি গুৱাহাটীত এখন সংবাদমেল সম্বোধন কৰি বৰ্তমানৰ বিজেপি চকৰকাৰ আৰু অসম ক্ৰিকেট সন্থাই চূড়ান্ত দায়িত্বজ্ঞানহীন কাণ্ডৰে ‘অসমক বিশ্ববাসীৰ আগত লজ্জানত কৰিলে’ বুলি মন্তব্য কৰে।

তৰুণ গগৈয়ে দেওবাৰে বৰ্ষাপাৰাত আয়োজিত ভাৰত-শ্ৰীলংকাৰ মাজৰ খেলৰ ঘটনাৰ বাবে অসম ক্ৰিকেট সন্থাক ক্ষমা খোজাৰ দাবী জনোৱাৰ লগতে এই ঘটনাৰ এক তদন্তৰ পোষকতা কৰে।

বিজেপি চৰকাৰক সমালোচনা কৰি তেওঁ কয়, ‘তিৰ্পালৰ লিক মাৰিব নোৱৰা এইখন চৰকাৰে গুৱাহাটীক ক্ৰীড়াৰ ৰাজধানী বনোৱাৰ কথা কয়।‘

তেওঁ লগতে কয়, ‘সোণোৱাল চৰকাৰে আজিলৈকে অসমত এখনো ভাল ষ্টেডিয়াম নিৰ্মাণ কৰিব নোৱাৰিলে। স্পৰ্টছ কেপিটেল পাতিম বুলি কোৱা মুখ্য মন্ত্ৰীয়ে ষ্টেডিয়াম নিৰ্মাণ কৰক।’

উল্লেখযোগ্য যে দেওবাৰে বৰ্ষাপাৰা ষ্টেডিয়ামত ভাৰত-শ্ৰীলংকাৰ মাজত T-20 শৃংখলাৰ প্ৰথমখন খেল আছিল। কিন্তু এজাক বৰষুণৰ পিছতে তিৰ্পালেৰে ঢকা হৈছিল যদিও পানী সোমাই পিটছখন সেমেকি গৈছিল।

ইয়াৰ পিছত অসমক ক্ৰিকেট সন্থাই হেয়াৰ ড্ৰায়াৰ, ঘৰ চাফা কৰা ভেকুৱাম ক্লিনাৰ আৰু ইস্ত্ৰি ব্যৱহাৰ কৰি পিটছখন শুকুৱাবলৈ চেষ্টা চলোৱা দৃশ্যই বিশ্বৰ আগত অসমক হাঁহিয়াতৰ পাত্ৰ কৰি তোলে।

Recent News

20210121_135407

সংবাদমেলত ক’লা পতাকা প্ৰদৰ্শন কৰি প্ৰধানমন্ত্ৰীৰ শিৱসাগৰ ভ্ৰমণক তীব্ৰ বিৰোধিতা বীৰ লাচিত সেনাৰ

WhatsApp Image 2021-01-21 at 2.23.50 PM

আশ্চৰ্যকৰ! অস্ত্ৰোপচাৰ কৰি নিজৰ উচ্চতা ২ ইঞ্চি বৃদ্ধি কৰি ল’লে যুৱকে; কিমান পৰিল খৰচ?

তামুলপুৰত বিজেপিৰ দলীয় প্ৰাৰ্থিত্বৰ দৌৰত প্ৰাক্তন মন্ত্ৰী পদম বাহাদুৰ চৌহানৰ পুত্ৰ ৰাজেন চৌহান

তামুলপুৰত বিজেপিৰ দলীয় প্ৰাৰ্থিত্বৰ দৌৰত প্ৰাক্তন মন্ত্ৰী পদম বাহাদুৰ চৌহানৰ পুত্ৰ ৰাজেন চৌহান

জুভেণ্টাছৰ ষ্টাৰ ক্ৰিষ্টিয়ানো ৰ’নাল্ডোৱে গঢ়িলে আন এক অভিলেখ

জুভেণ্টাছৰ ষ্টাৰ ক্ৰিষ্টিয়ানো ৰ’নাল্ডোৱে গঢ়িলে আন এক অভিলেখ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd