• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Sunday, January 17, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ৰাষ্ট্ৰীয় পৰ্যায়ৰ বেডমিন্টন খেলুৱৈ ৰিতুপৰ্ণ চেতিয়াৰ মৃত্যু

NE NOW NEWS পাৰ্শ্বজ্যোতি গগৈ
শিৱসাগৰ , April 12, 2019 7:16 am

2 min read

Rituparna Chetia
1.2k
VIEWS
Share on FacebookShare on Twitter

ৰাষ্ট্ৰীয় পৰ্যায়ৰ সুদক্ষ বেডমিন্টন খেলুৱৈ তথা ক্ষুদ্ৰ চাহ খেতিয়কৰ বাটকটীয়া ৰিতুপৰ্ণ চেতিয়াৰ বৃহস্পতিবাৰে পুৱা ৯.৩০ বজাত শিৱসাগৰৰ প্ৰগতি নাৰ্চিং হোমত শেষ নিশ্বাস ত্যাগ কৰে।

অসমৰ বিশিষ্ট সাহিত্যিক, নাট্যকাৰ প্ৰয়াত যোগেন চেতিয়া আৰু তিলোত্তমা চেতিয়াৰ দ্বিতীয় পুত্ৰ ৰিতুপৰ্ণ চেতিয়া(জোন) ৰ মৃত্যুৰ বাতৰি বিয়পি পৰাৰ লগে লগেই তেওঁৰ ঘৰত অসংখ্য শুভাকাংশী বন্ধু-বান্ধৱ উপস্থিত হৈ শেষ শ্ৰদ্ধাঞ্জলি জনায়।

ভূ-তত্ব বিভাগত স্নাতক ডিগ্ৰীধাৰী ৰিতুপৰ্ণ চেতিয়াই ছাত্ৰাৱস্থাৰ পৰাই বেডমিন্টনৰ প্ৰতি আকৃষ্ট আছিল আৰু শিৱসাগৰৰ অ’এন জি চি বেডমিন্টন ক্লাবৰ পৰা বেডমিন্টন খেলিবলৈ আৰম্ভ কৰিছিল।

সুদক্ষ বেডমিন্টন খেলুৱৈ গৰাকীয়ে নিজৰ প্ৰতিভাৰ বলত উজনি অসম বেডমিন্টন, আন্ত:জিলা বেডমিন্টন, আন্ত:কলেজ বেডমিন্টন, সদৌ অসম ভিত্তিত বেডমিন্টন, আন্ত:বিশ্ববিদ্যালয় বেডমিন্টন প্ৰতিযোগিতাত বহুবাৰ চেম্পিয়নৰ খিতাপ অৰ্জন কৰাৰ লগতে ৰাষ্ট্ৰীয় পৰ্যায়ৰ বেডমিন্টন প্ৰতিযোগিতাতো অংশ গ্ৰহণ কৰি অসম তথা শিৱসাগৰলৈ গৌৰৱ কঢ়িয়াই আনিছিল।

ৰিতুপৰ্ণ চেতিয়া শিৱসাগৰ বেডমিন্টন ক’চিং চেন্টাৰৰ প্ৰাক্তন সম্পাদক, সদৌ অসম আৰু উজনি অসম বেডমিন্টন প্ৰতিযোগিতাৰ  উদযাপন সমিতিৰ বহুবাৰ সাংগঠনিক সম্পাদকৰ দায়িত্ব পালন কৰাৰ লগতে শিৱসাগৰ ক্ৰীড়া সন্থাৰ অন্যতম সদস্য আছিল।

ভূ-তত্ব বিভাগত স্নাতক ডিগ্ৰীধাৰী লাভ কৰাৰ পাছত কোনো চৰকাৰী চাকৰিৰ প্ৰতি লালসা নথকা ৰিতুপৰ্ণ চেতিয়াই চাহ খেতিৰ জৰিয়তে নিজকে স্বৱলম্বিতা কৰাৰ লগতে এগৰাকী প্ৰতিষ্ঠিত ক্ষুদ্ৰ চাহ খেতিয়ক হিচাপে পৰিগণিত হৈছিল।

এই গৰাকী সুদক্ষ বেডমিন্টন খেলুৱৈৰ মৃত্যুত জিলাখনৰ ক্ৰীড়া মহলত শোকৰ ছাঁ পৰিছে। জিলাখনৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান, দল সংগঠনৰ লগতে ব্যক্তি বিশেষে সুদক্ষ খেলুৱৈগৰাকীৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰাৰ লগতে শোক সন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা প্ৰকাশ কৰে।

Recent News

Image_1610887061085~2

বোকাখাতত শিল্পী দিৱস : কেঞ্চাৰেৰে যুঁজি থকা আশী উৰ্দ্ধৰ অৱহেলিত শিল্পীক সম্বৰ্ধনা

a modi

টীয়কত অনিৰ্বাণ সাংস্কৃতিক গোষ্ঠীৰ উদ্যোগত শিল্পী দিৱস উদযাপন

FB_IMG_1610885972644

বিধায়ক ভাস্কৰ শৰ্মাৰ বিৰুদ্ধে সোচ্চাৰ তিনিচুকীয়াৰ ছাত্ৰ মুক্তিৰ নেতা উমানন্দ মুদৈ মৰাণ

gang-rape

এবাৰ দুবাৰ নহয়, তিনিবাৰকৈ অপহৰণ কৰি নি ১৩ বছৰীয়া কিশোৰীক দলৱদ্ধ ধৰ্ষণ ৯ জনৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd