• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, June 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

প্ৰাক্তন বিজেপি আৰ পি শৰ্মাই দিলে ২০২১-ৰ নিৰ্বাচনত টিকত বঞ্চিত হ’বলগীয়া বিজেপিৰ প্ৰাৰ্থীৰ তালিকা

দীপজ্যোতি শৰ্মা by দীপজ্যোতি শৰ্মা
August 3, 2020 7:12 pm
আৰ পি শৰ্মা

আৰ পি শৰ্মা

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

প্ৰাক্তন বিজেপি সাংসদ তথা ন কংগ্ৰেছী ৰাম প্ৰসাদ শৰ্মাই আগন্তুকত বিধানসভা নিৰ্বাচনত বিজেপিৰ ১৯ গৰাকী বিধায়ক দলীয় টিকটৰ পৰা বঞ্চিত হোৱাৰ বিষয়ে ঘোষণা কৰাৰ লগতে ক’ৰ’না মহামাৰী শেষ হোৱাৰ বিষয়ে ভবিষ্যতবানী কৰে।

গুৱাহাটী ৰাজীৱ ভৱনত অনুষ্ঠিত এক প্ৰতিবাদী কাৰ্য্যসূচীত অংশগ্ৰহণ কৰি আৰ পি শৰ্মাই ২১-ৰ বিধানসভা নিৰ্বাচনত ১৯ গৰাকী বিজেপিৰ বিধায়ক দলীয় টিকতৰ পৰা বঞ্চিত হ’ব বুলি মন্তব্য কৰে।

Apply Now

দলীয় টিকত বঞ্চিত বিধায়ক সকলৰ তালিকা প্ৰস্তুত কৰি ইতিমধ্যে বিজেপিৰ  শীৰ্ষ নেতৃত্বই আৰ এছ এছৰ ওচৰলৈ প্ৰেৰণ কৰিছে বুলিও শৰ্মাই গুৰুত্বপূৰ্ণ মন্তব্য কৰি পৰবৰ্তী সময়ত এই তালিকা ৩০ জনলৈ বৃদ্ধি হোৱাৰো সম্ভাৱনা আছে বুলি লগতে কয়।

”হোজাইৰ বিধায়ক শিলাদিত্য দেৱৰ লগতে দিছপুৰৰ বিধায়ক অতুল বৰাৰো আগন্তুক বিধান সভা নিৰ্বাচনত টিকট কৰ্টন হোৱাটো নিশ্চিত। গোপনে প্ৰেৰণ কৰা নাম কৰ্টন হ’বলগীয়া তালিকাত থকা বিধায়ক সকল লখিমপুৰ, বিশ্বনাথ, শোণিতপুৰৰ ৫ গৰাকী, তিনিচুকীয়াৰ ২ গৰাকী, ডিব্ৰুগড়ৰ ২ গৰাকী, বৰাক উপত্যকাৰ প্ৰায় ৩ গৰাকী, কামৰূপ গ্রাম্য আৰু কামৰূপ মেট্ৰৰ ৩ গৰাকী,” মই বিজেপি দলৰ ভিতৰুৱা কথা সকলো জানো বুলি এইদৰে মত প্ৰকাশ কৰে প্ৰাক্তন বিজেপিৰ সাংসদ গৰাকীয়ে।

ওপৰৰ পৰা তললৈ, প্ৰদেশৰ পৰা বুথলৈ বিজেপি দল প্ৰায় এতিয়া প্ৰায় শেষ বুলি উল্লেখ কৰি শৰ্মাই কয় যে, পুৰণি যিসকল প্ৰকৃত বিজেপি আছিল সেইসকলৰ দলত গুৰুত্ব নাইকিয়া হ’ল। আৰ এছ এছৰ প্ৰশিক্ষণ লৈ অহা ৭৫-৮০ শতাংশ মানুহ দলত আছিল। মানুহ কিদৰে ভদ্ৰ হৈ মানুহক কথা ক’ব লাগে সেই কথা আৰএছএছে শিকাইছিল। আমাৰ জীৱন ধাৰণ সলনি কৰি দিছিল। সেই সকল মানুহে কেঁচুৰ দৰে মানুহৰ ঘৰে ঘৰে গৈ দলৰ ভেঁটি নিৰ্মাণ কৰিছিল।সেই মানুহ দলত এলাগী হ’ল।

বৰ্তমান দলত যি সকল আহিছে তেওঁলোকৰ উদ্দেশ্যে ঠিকা-ঠুকোলী, চাকৰি-বাকৰি লাগে, মুঠতে লুটিবৰ বাবে আহিছে কাম কৰিবলৈ সেইসকল অহা নাই বুলিও শৰ্মাই কয়।

আনহাতে, ক’ৰ’না কেতিয়া শেষ হ’ব সেই সম্পৰ্কত ভবিষ্যতে বাণী কৰি শৰ্মাই কয় যে, ২৪ এপ্ৰিল ২০২১ত ক’ৰ’না ইয়াৰ পৰা গুচি যাব আৰু মাৰ্চৰ শেষৰ পৰা টালি-টোপলা বান্ধিব।

ৰামৰ দেশত পেট্ৰ’লৰ দাম ৮১ টকা। ৰামৰ দেশত ডিজেল পেট্ৰ’লৰ মাধমাৰ। পেট্ৰল ডিজেলৰ মূল্য একেই । এইটো ৰামৰ অপমান হয় নে নহয় বুলিও প্ৰশ্ন কৰে প্ৰাক্তন সাংসদ গৰাকীয়ে।

দীপজ্যোতি শৰ্মা

দীপজ্যোতি শৰ্মা

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

পেলেষ্টাইনীসকলক উচৰ্গা কৰি ৰজাৰ ৱাটাৰ্ছে মুকলি কৰিলে পিংক ফ্লয়ডৰ জনপ্ৰিয় ‘কমফৰ্টেবলি ‎নাম্ব’ৰ গীতৰ নতুন সংস্কৰণ

পেলেষ্টাইনীসকলক উচৰ্গা কৰি ৰজাৰ ৱাটাৰ্ছে মুকলি কৰিলে পিংক ফ্লয়ডৰ জনপ্ৰিয় ‘কমফৰ্টেবলি ‎নাম্ব’ৰ গীতৰ নতুন সংস্কৰণ

June 25, 2026 5:25 pm
বিটিএছ তাৰকা জংকুকৰ ঘৰত ১৩৩ বাৰ বেল বজালে এগৰাকী মহিলাই : শাস্তি হিচাপে দেশান্তৰ কৰাৰ পৰিকল্পনা চৰকাৰৰ

বিটিএছ তাৰকা জংকুকৰ ঘৰত ১৩৩ বাৰ বেল বজালে এগৰাকী মহিলাই : শাস্তি হিচাপে দেশান্তৰ কৰাৰ পৰিকল্পনা চৰকাৰৰ

June 25, 2026 5:11 pm
বিশ্বৰ দ্বিতীয় নিৰামিষাহাৰী চহৰ হ’বলৈ গৈ আছে নেকি তীৰ্থনগৰী বাৰাণসী? মাছ-মাংস পোৱাটো হৈ পৰিছে কঠিন

বিশ্বৰ দ্বিতীয় নিৰামিষাহাৰী চহৰ হ’বলৈ গৈ আছে নেকি তীৰ্থনগৰী বাৰাণসী? মাছ-মাংস পোৱাটো হৈ পৰিছে কঠিন

June 25, 2026 4:44 pm
অনলাইন প্ৰতাৰণাত টকা হেৰুৱালে ২৫ হাজাৰ টকা পৰ্যন্ত ধন ঘূৰাই দিব আৰ বি আইয়ে, জানি লওক নতুন নিয়ম

অনলাইন প্ৰতাৰণাত টকা হেৰুৱালে ২৫ হাজাৰ টকা পৰ্যন্ত ধন ঘূৰাই দিব আৰ বি আইয়ে, জানি লওক নতুন নিয়ম

June 25, 2026 4:40 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পেলেষ্টাইনীসকলক উচৰ্গা কৰি ৰজাৰ ৱাটাৰ্ছে মুকলি কৰিলে পিংক ফ্লয়ডৰ জনপ্ৰিয় ‘কমফৰ্টেবলি ‎নাম্ব’ৰ গীতৰ নতুন সংস্কৰণ

পেলেষ্টাইনীসকলক উচৰ্গা কৰি ৰজাৰ ৱাটাৰ্ছে মুকলি কৰিলে পিংক ফ্লয়ডৰ জনপ্ৰিয় ‘কমফৰ্টেবলি ‎নাম্ব’ৰ গীতৰ নতুন সংস্কৰণ

June 25, 2026 5:25 pm
বিটিএছ তাৰকা জংকুকৰ ঘৰত ১৩৩ বাৰ বেল বজালে এগৰাকী মহিলাই : শাস্তি হিচাপে দেশান্তৰ কৰাৰ পৰিকল্পনা চৰকাৰৰ

বিটিএছ তাৰকা জংকুকৰ ঘৰত ১৩৩ বাৰ বেল বজালে এগৰাকী মহিলাই : শাস্তি হিচাপে দেশান্তৰ কৰাৰ পৰিকল্পনা চৰকাৰৰ

June 25, 2026 5:11 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd