• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, October 1, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

এইবাৰ পোছাক সলাই ৰাজ্যসভালৈ যাব ৰাজ্যসভাৰ প্ৰাক্তন সাংসদ বিশ্বজিৎ দৈমাৰী! : প্ৰস্তুতি সম্পূৰ্ণ

প্ৰাঞ্জল দেউৰী by প্ৰাঞ্জল দেউৰী
February 15, 2021 2:44 pm
BPF MP
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

পূৰ্বৰ দল এৰিলেও ক্ষমতা জুতি এৰিবলৈ প্ৰস্তুত নহয় প্ৰাক্তন বিপিএফ নেতা তথা ৰাজ্যসভাৰ প্ৰাক্তন বিশ্বজিৎ দৈমাৰী। আনহাতে বিপিএফ এৰি বিজেপিত যোগদান কৰাৰ বাবে বিশ্বজিৎ দৈমাৰীক পুৰস্কাৰ প্ৰদানৰ বাবে সাজু হৈছে বিজেপিৰ ৰাষ্ট্ৰীয় নেতৃত্ব।

বিটিচিৰ নিৰ্বাচনৰ পূৰ্বে ৰাজ্যসভাৰ সদস্য পদ ত্যাগ কৰি বিশ্বজিৎ দৈমাৰীয়ে পৰৱৰ্তী সময়ত নিজে জন্ম দিয়া বড়োলেণ্ড পিপলছ পাৰ্টি(বিপিএফ) ত্যাগ কৰি ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰিছিল।

Apply Now

ইয়াৰ পিছতে তেওঁৰ ৰাজনৈতিক ভৱিষ্যতৰ কথাটো বিটিচিত ব্যাপকৰূপে চৰ্চিত হৈছিল। কি হ’ব পাৰে বিশ্বজিৎ দৈমাৰীৰ ৰাজনৈতিক ভৱিষ্যৎ?

বহুতে ধাৰণা কৰিছিল যে প্ৰাক্তন বিপিএফ নেতা তথা ৰাজ্যসভাৰ সাংসদগৰাকীয়ে পৰৱৰ্তী সময়ত বিটিচিৰ মুখ্য কাৰ্যবাহী পদটোলৈ হয়তো দৃষ্টি নিৱদ্ধ কৰিব। কিন্তু কাৰ্যক্ষেত্ৰত ৰাজ্যসভাৰ প্ৰাক্তন সাংসদগৰাকীয়ে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সৈতে বিটিচি নিৰ্বাচনৰ নিৰ্বাচনী প্ৰচাৰত বিজেপিক নেতৃত্ব প্ৰদান কৰিলেও নিজে সেই নিৰ্বাচনত প্ৰাৰ্থী হিচাপে থিয় হোৱা নাছিল।

বিটিচি নিৰ্বাচনৰ ফলাফল ঘোষণা কৰাৰ বিজেপিয়ে য়ুপিপিএল আৰু গণসুৰক্ষা পাৰ্টি সৈতে প্ৰমোদ বড়োৰ নেতৃত্বত বিটিচি পৰিষদ গঠন কৰে।

বিটিচি পৰিষদ গঠন হোৱাৰ পিছতে বিশ্বজিৎ দৈমাৰীৰ ৰাজনৈতিক ভৱিষ্যতক লৈ কিছু লোকৰ মাজত পুনৰ উৎসুকতাৰ সৃষ্টি হয়।

এই উৎসুকতাৰ এতিয়া অৱসান ঘটাইছে বিজেপিৰ ৰাষ্ট্ৰীয় নেতৃত্বই। আগন্তুক ৰাজ্যসভাৰ উপ নিৰ্বাচনত বিজেপিয়ে অসমৰ খালী হৈ থকা আসনখনৰ বাবে বিশ্বজিৎ দৈমাৰীক প্ৰাৰ্থীত্ব প্ৰদান কৰিছে বিজেপিৰ ৰাষ্ট্ৰীয় নেতৃত্বই।

ভাৰতীয় জনতা পাৰ্টিৰ কেন্দ্ৰীয় কাৰ্যালয়ে প্ৰকাশ কৰা এক প্ৰেছ বিজ্ঞপ্তিযোগে ৰাজসভাৰ উপ নিৰ্বাচনত অসমৰ খালী হৈ থকা ৰাজ্যসভাৰ আসনখনৰ বাবে বিশ্বজিৎ দৈমাৰীক প্ৰাৰ্থীত্ব দিয়াৰ কথা ঘোষণা কৰিছে।

উল্লেখ্য যে বিশ্বজিৎ দৈমাৰীয়ে পদত্যাগ কৰাৰ পাছত খালী হোৱা ৰাজ্যসভাৰ আসনখন পূৰণ কৰাৰ বাবে অহা ১ মাৰ্চত উপ-নিৰ্বাচন অনুষ্ঠিত হ’ব।

প্ৰাঞ্জল দেউৰী

প্ৰাঞ্জল দেউৰী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

দিখৌ নদীত ভয়ংকৰ ভূমিস্খলন! ৮০ শতাংশ জলপ্ৰবাহ আৱদ্ধ হোৱাৰ আশংকাত শিৱসাগৰত হাই এলাৰ্ট

দিখৌ নদীত ভয়ংকৰ ভূমিস্খলন! ৮০ শতাংশ জলপ্ৰবাহ আৱদ্ধ হোৱাৰ আশংকাত শিৱসাগৰত হাই এলাৰ্ট

October 1, 2026 10:17 am
প্ৰধানমন্ত্ৰীয়ে ক’লে ‘হিৰ”! আকাশমাৰ্গত যাত্ৰীৰ প্ৰাণ ৰক্ষা কৰা সাহসী পাইলটগৰাকী আচলতে কোন?

প্ৰধানমন্ত্ৰীয়ে ক’লে ‘হিৰ”! আকাশমাৰ্গত যাত্ৰীৰ প্ৰাণ ৰক্ষা কৰা সাহসী পাইলটগৰাকী আচলতে কোন?

October 1, 2026 9:15 am
ন্যায়াধীশৰ ব্যক্তিগত নৈতিকতাৰ ভিত্তিত নাকচ কৰিব নোৱাৰিব জামিন! উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ নিৰ্দেশ

ন্যায়াধীশৰ ব্যক্তিগত নৈতিকতাৰ ভিত্তিত নাকচ কৰিব নোৱাৰিব জামিন! উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ নিৰ্দেশ

October 1, 2026 7:42 am
চৰকাৰক দুৰ্বল কৰাৰ ষড়যন্ত্ৰ! এন আই এৰ শেহতীয়া গ্ৰেপ্তাৰৰ পাছতেই বিস্ফোৰক দাবী এন বীৰেণ সিঙৰ

চৰকাৰক দুৰ্বল কৰাৰ ষড়যন্ত্ৰ! এন আই এৰ শেহতীয়া গ্ৰেপ্তাৰৰ পাছতেই বিস্ফোৰক দাবী এন বীৰেণ সিঙৰ

October 1, 2026 6:32 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

দিখৌ নদীত ভয়ংকৰ ভূমিস্খলন! ৮০ শতাংশ জলপ্ৰবাহ আৱদ্ধ হোৱাৰ আশংকাত শিৱসাগৰত হাই এলাৰ্ট

দিখৌ নদীত ভয়ংকৰ ভূমিস্খলন! ৮০ শতাংশ জলপ্ৰবাহ আৱদ্ধ হোৱাৰ আশংকাত শিৱসাগৰত হাই এলাৰ্ট

October 1, 2026 10:17 am
প্ৰধানমন্ত্ৰীয়ে ক’লে ‘হিৰ”! আকাশমাৰ্গত যাত্ৰীৰ প্ৰাণ ৰক্ষা কৰা সাহসী পাইলটগৰাকী আচলতে কোন?

প্ৰধানমন্ত্ৰীয়ে ক’লে ‘হিৰ”! আকাশমাৰ্গত যাত্ৰীৰ প্ৰাণ ৰক্ষা কৰা সাহসী পাইলটগৰাকী আচলতে কোন?

October 1, 2026 9:15 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd