• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

BSF ৰ ডিজি পদত এইবাৰ চিবিআইৰ প্ৰাক্তন বিশেষ সঞ্চালক ৰাকেশ আস্থানাক নিযুক্তি

এন ই নাও নিউজ by এন ই নাও নিউজ
August 18, 2020 8:13 am
rakeshasthana-728574111

আইপিএছ বিষয়া ৰাকেশ আস্থানা।

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাৰতীয় সীমান্ত সুৰক্ষা বাহিনী (বিএছএফ)ৰ সঞ্চালক প্ৰধান (ডিজি) হিচাপে নিযুক্তি দিয়া হৈছে গুজৰাট কেডাৰৰ আইপিএছ বিষয়া ৰাকেশ আস্থানাক।

সোমবাৰে কেন্দ্ৰীয় চৰকাৰে এই পদৰ বাবে আনুষ্ঠানিকভাৱে চিবিআইৰ প্ৰাক্তন স্পেছিয়েল ডাইৰেক্টৰ আস্থানাৰ নাম ঘোষণা কৰে।

Apply Now

সম্প্ৰতি তেওঁ দিল্লীত ব্যুৰো অফ চিভিল এভিয়েশ্যন ছিকিউৰিটিৰ সঞ্চালক প্ৰধান হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে।

উল্লেখ্য যে ২০১৮চনত চিবিআইৰ দুগৰাকী শীৰ্ষ বিষয়াৰ গোচৰক লৈ তুমুল চৰ্চা চলিছিল। সেই গোচৰৰ মূল চৰিত্ৰ দুটা আছিল ৰাকেশ আস্থানা আৰু চিবিআইৰ মুৰব্বী আলোক বাৰ্মা।

সেই সময়ত আস্থানাৰ বিৰুদ্ধে বাৰ্মাই উপঢ়ৌকন লোৱাৰ অভিযোগ আনিছিল।

হায়দৰাবাদৰ সতীশ চানা নামৰ এগৰাকী ব্যৱসায়ীৰ পৰা উপঢ়ৌকন লোৱাৰ বিষয়কলৈ আস্থানা আৰু বাৰ্মাৰ গোচৰটো চৰম পৰ্যায়ত উপনীত হৈছিল।

ইপিনে, আস্থানাইয়ো আলোক বাৰ্মাৰ বিৰুদ্ধে গোচৰ দাখিল কৰিছিল। এই বিতৰ্কই চৰম পৰ্যায় লাভ কৰাৰ পাছতেই দুয়োগৰাকীকে পদৰ পৰা অঁতৰোৱা হৈছিল।

সেইগৰাকী ৰাকেশ আস্থানাকে এইবাৰ বিএছএফৰ ডিজি পদত নিযুক্তি দিয়া হৈছে।

বাতৰি অনুসৰি, ২০২১ চনৰ ৩১জুলাইলৈকে এই পদত কাৰ্যনিৰ্বাহ কৰাৰ পাছত আস্থানাই অহাবছৰ অৱসৰ গ্ৰহণ কৰিব।

১৯৮৪বৰ্ষৰ আইপিএছ বিষয়া আস্থানা নাৰক’টিছ কন্ট্ৰ’ল ব্যুৰোৰো অতিৰিক্ত ডিজি হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।

তেওঁ ২০০২চনৰ গোধ্ৰাৰ সৱৰমতী এক্সপ্ৰেছত অগ্নিকাণ্ডৰ দৰে কেইবাটাও উল্লেখযোগ্য ঘটনাৰ তদন্তৰ দায়িত্ব লাভ কৰিছিল।

সেইদৰে  আস্থানাই ১৯৯৭চনত পশুখাদ্য কেলেংকাৰিত বিহাৰৰ তদানীত্বন মুখ্য মন্ত্ৰী লালু প্ৰসাদ যাদবক গ্ৰেপ্তাৰ কৰিছিল।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

টাইফয়ডত আক্ৰান্ত অভিজিৎ দিপকে :  চিকিৎসালয়ৰ বিচনাৰ পৰাই আন্দোলন অব্যাহত ৰখাৰ হুংকাৰ চিজেপি প্ৰধানৰ

টাইফয়ডত আক্ৰান্ত অভিজিৎ দিপকে :  চিকিৎসালয়ৰ বিচনাৰ পৰাই আন্দোলন অব্যাহত ৰখাৰ হুংকাৰ চিজেপি প্ৰধানৰ

July 25, 2026 1:09 pm
‘মোদী ভাৰতৰ অতীত, অতীতে কেতিয়াও ভৱিষ্যতৰ সৈতে যুঁজিব নোৱাৰে’ : ছাত্ৰ আন্দোলনক লৈ ৰাহুল গান্ধীৰ হুংকাৰ

‘মোদী ভাৰতৰ অতীত, অতীতে কেতিয়াও ভৱিষ্যতৰ সৈতে যুঁজিব নোৱাৰে’ : ছাত্ৰ আন্দোলনক লৈ ৰাহুল গান্ধীৰ হুংকাৰ

July 25, 2026 12:59 pm
গিগ কৰ্মচাৰীৰ প্ৰতি অলপো দৰদ নাই হিমন্তৰ চৰকাৰৰ : বিধানসভাত গিগ শ্ৰমিকৰ সামাজিক নিৰাপত্তাৰ প্ৰস্তাৱ নাকচ

গিগ কৰ্মচাৰীৰ প্ৰতি অলপো দৰদ নাই হিমন্তৰ চৰকাৰৰ : বিধানসভাত গিগ শ্ৰমিকৰ সামাজিক নিৰাপত্তাৰ প্ৰস্তাৱ নাকচ

July 25, 2026 12:42 pm
৭ টা দিনৰ পাছতো বানাক্ৰান্তক উদ্ধাৰত চৰম ব্যৰ্থ হিমন্ত চৰকাৰ : ৫০% শতাংশ বানাক্ৰান্তই পোৱা নাই চৰকাৰী সাহায্যৰ এটাও টোপোলা

৭ টা দিনৰ পাছতো বানাক্ৰান্তক উদ্ধাৰত চৰম ব্যৰ্থ হিমন্ত চৰকাৰ : ৫০% শতাংশ বানাক্ৰান্তই পোৱা নাই চৰকাৰী সাহায্যৰ এটাও টোপোলা

July 25, 2026 12:16 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

টাইফয়ডত আক্ৰান্ত অভিজিৎ দিপকে :  চিকিৎসালয়ৰ বিচনাৰ পৰাই আন্দোলন অব্যাহত ৰখাৰ হুংকাৰ চিজেপি প্ৰধানৰ

টাইফয়ডত আক্ৰান্ত অভিজিৎ দিপকে :  চিকিৎসালয়ৰ বিচনাৰ পৰাই আন্দোলন অব্যাহত ৰখাৰ হুংকাৰ চিজেপি প্ৰধানৰ

July 25, 2026 1:09 pm
‘মোদী ভাৰতৰ অতীত, অতীতে কেতিয়াও ভৱিষ্যতৰ সৈতে যুঁজিব নোৱাৰে’ : ছাত্ৰ আন্দোলনক লৈ ৰাহুল গান্ধীৰ হুংকাৰ

‘মোদী ভাৰতৰ অতীত, অতীতে কেতিয়াও ভৱিষ্যতৰ সৈতে যুঁজিব নোৱাৰে’ : ছাত্ৰ আন্দোলনক লৈ ৰাহুল গান্ধীৰ হুংকাৰ

July 25, 2026 12:59 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd