• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বৰপেটাত বান শিবিৰ পৰিদৰ্শন কৰি ৰাজ্যত আঞ্চলিক দলক শক্তিশালী কৰাৰ আহ্বান প্ৰাক্তন মুখ্য মন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ

পুলেন্দ্ৰ দাস by পুলেন্দ্ৰ দাস
July 24, 2020 9:10 pm
বৰপেটাত প্ৰফুল্ল মহন্ত

বৰপেটাত প্ৰফুল্ল মহন্ত

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শেহতীয়া বানপানীয়ে ভয়াবহভাৱে ক্ষতিগ্ৰস্থ কৰা বৰপেটা জিলাৰ বান পৰিস্থিতিৰ বুজ লোৱাৰ উদ্দেশ্যে আজি বৰপেটাত উপস্থিত হয় ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত।

বৰপেটাত উপস্থিত হৈ প্ৰাক্তন মুখ্য মন্ত্ৰীগৰাকীয়ে বৰপেটাৰ বান আক্ৰান্ত লোকসকলে আশ্ৰয় গ্ৰহণ কৰি থকা শিবিৰসমূহ পৰিদৰ্শন কৰি বানাক্ৰান্তৰ খা-খবৰ লয়।

Apply Now

বৰপেটা চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বান শিবিৰত উপস্থিত হৈ প্ৰাক্তন মুখ্য মন্ত্ৰীগৰাকীয়ে শিবিৰটোত থকা বানাক্ৰান্তৰ অভাৱ অভিযোগৰ বুজ লয়।

সংবাদ মাধ্যমৰ আগত প্ৰাক্তন মুখ্য মন্ত্ৰীগৰাকীয়ে ১৯৫০ চনৰ পৰাই অসমৰ ৰাইজে বান খহনীয়া সমস্যাৰ সন্মুখীন হৈ অহাৰ প্ৰসংগ উত্থাপন কৰে।

আনহাতে, খহনীয়া সমস্যাৰ ফলত ৰাজ্যৰ বহু কৃষকে খেতি মাটি হেৰুৱাবলগীয়া হোৱা বুলিও মহন্তই লগতে মন্তব্য কৰে।

বানপানী আৰু খহনীয়া সমস়্যাৰ সমাধনাৰ বাবে কেন্দ্ৰীয় চৰকাৰে পদক্ষেপ লোৱা উচিত বুলি প্ৰাক্তন মুখ্য মন্ত্ৰী গৰাকীয়ে আহ্বান জনায় ক’ৰ’না আৰু বানপানীৰ ফলত ৰাজ্যৰ সাধাৰণ লোকসকল ভয়াৱহ সমস্যাৰ সন্মুখীন হোৱাৰ কথা তেওঁ দোহাৰে।

ৰাজ্যত অব্যাহত থকা মূল্যবৃদ্ধিৰ প্ৰসংগও উত্থাপন কৰি এইক্ষেত্ৰত সামগ্ৰীৰ দাম নিয়ন্ত্ৰণৰ আহ্বান জনায় ৰাজ্য চৰকাৰৰ সহযোগী দল অগপৰ নেতাগৰাকীয়ে।

পূৰ্বৰ অগপ চৰকাৰৰ দিনত বানত ক্ষতিগ্ৰস্থ ৰাইজে পৰ্যাপ্ত সাহায্য পোৱাৰ লগতে বানৰ পিচতো ক্ষতিগ্ৰস্থ লোকসকললৈ ছমাহলৈ খাদ্য যোগান ধৰা হৈছিল বুলি প্ৰকাশ কৰে প্ৰাক্তন মুখ্য মন্ত্ৰীগৰাকীয়ে।

সাম্প্ৰতিক ৰাজনৈতিক পৰিস্থিতিৰ লগতে নাগৰিকত্ব সংশোধনী আইন চমুকৈ ‘কা’লৈয়ো তেওঁ মন্তব্য কৰে। অসম চুক্তিক উলংঘা কৰিব বিচৰা এই আইনৰ বিৰোধিতা কৰি যাব বুলি তেওঁ কয়।

ৰাজ্যত নতুনকৈ গঠন হ’ব লগা আঞ্চলিক দল সন্দৰ্ভত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত তেওঁ কয় যে, গণতান্ত্ৰিক দেশত আঞ্চলিক ৰাজনৈতিক দল অথবা ৰাষ্ট্ৰীয় ৰাজনৈতিক দল গঠন কৰাৰ সকলোৰে অধিকাৰ আছে ৷ আঞ্চলিক ৰাজনৈতিক দলেহে ৰাজ্যৰ সমস্যা সমাধান কৰিব পাৰে বুলি উল্লেখ কৰি আঞ্চলিক ৰাজনৈতিক দলক শক্তিশালী কৰাৰ বাবে ৰাইজক আহ্বান জনায় প্ৰফুল্ল কুমাৰ মহন্তই।

বান শিবিৰ পৰিদৰ্শন কালত প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ সৈতে বৰপেটাৰ বিধায়ক গুণীন্দ্ৰ নাথ দাসৰ লগতে অগপৰ কিছু নেতাসকল উপস্থিত থাকে ৷

পুলেন্দ্ৰ দাস

পুলেন্দ্ৰ দাস

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বিজেপিৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ, মোডীৰ ‘আজীৱন অনুগামী’ শ্বেহজাদ পুনাৱাল্লাৰ দল ত্যাগ

বিজেপিৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ, মোডীৰ ‘আজীৱন অনুগামী’ শ্বেহজাদ পুনাৱাল্লাৰ দল ত্যাগ

July 31, 2026 1:00 pm
যন্তৰ মন্তৰৰ পৰা সংসদলৈ ভাইৰেল ‘Vasteguna Huiya’, জেন-জিৰ মুখৰ এই বাক্যাংশৰ অৰ্থ কি?

যন্তৰ মন্তৰৰ পৰা সংসদলৈ ভাইৰেল ‘Vasteguna Huiya’, জেন-জিৰ মুখৰ এই বাক্যাংশৰ অৰ্থ কি?

July 31, 2026 12:26 pm
অট্টালিকা ভাঙি ৬ জনৰ মৃত্যু, ধ্বংসাৱশেষৰ তলত পোত গৈ বহু কেইজন; বৰষুণৰ বাবে উদ্ধাৰ কাৰ্যত বাধা

অট্টালিকা ভাঙি ৬ জনৰ মৃত্যু, ধ্বংসাৱশেষৰ তলত পোত গৈ বহু কেইজন; বৰষুণৰ বাবে উদ্ধাৰ কাৰ্যত বাধা

July 31, 2026 11:28 am
শীৰ্ষত অসম! বিজেপি শাসিত বহু ৰাজ্যত বিদ্যালয় এৰাৰ হাৰ ৰাষ্ট্ৰীয় গড়তকৈ বেছি, কেন্দ্ৰৰ পৰিসংখ্যাত উদ্বেগ

শীৰ্ষত অসম! বিজেপি শাসিত বহু ৰাজ্যত বিদ্যালয় এৰাৰ হাৰ ৰাষ্ট্ৰীয় গড়তকৈ বেছি, কেন্দ্ৰৰ পৰিসংখ্যাত উদ্বেগ

July 31, 2026 10:31 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বিজেপিৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ, মোডীৰ ‘আজীৱন অনুগামী’ শ্বেহজাদ পুনাৱাল্লাৰ দল ত্যাগ

বিজেপিৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ, মোডীৰ ‘আজীৱন অনুগামী’ শ্বেহজাদ পুনাৱাল্লাৰ দল ত্যাগ

July 31, 2026 1:00 pm
যন্তৰ মন্তৰৰ পৰা সংসদলৈ ভাইৰেল ‘Vasteguna Huiya’, জেন-জিৰ মুখৰ এই বাক্যাংশৰ অৰ্থ কি?

যন্তৰ মন্তৰৰ পৰা সংসদলৈ ভাইৰেল ‘Vasteguna Huiya’, জেন-জিৰ মুখৰ এই বাক্যাংশৰ অৰ্থ কি?

July 31, 2026 12:26 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd