• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, June 17, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কিয় ৰাজনৈতিক জীৱন ত্যাগ কৰাৰ হুংকাৰ দিলে তৰুণ গগৈয়ে?

এনআৰচিৰ পৰা নাম বাদ পৰা সকলৰ পুনৰীক্ষণ বিচাৰিলে প্রাক্তন মুখ মন্ত্রী গগৈয়ে

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
September 19, 2019 4:23 pm
830caadf-47bc-4d28-9e81-49eb3aea4348

বৃহস্পতিবাৰে সংবাদমেলত প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈ। ফটো : নৰ্থইষ্ট নাও

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ চুড়ান্ত তালিকা প্ৰকাশৰ পূৰ্বে বা তাৰ পাছত এনআৰচিক পেলনীয়া কাগজ আখ্যা দিয়া প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈয়ে অসমত ১০ লাখ বিদেশী ওলালে ৰাজনৈতিক জীৱন ত্যাগ কৰাৰ হুংকাৰ দিছে।

‘’৫০ লাখ বিদেশী অসমত নাই, সেইটো মই প্ৰত্যাহ্বান জনাইছো। যদি ১০ লাখ বিদেশী উলিয়াই দিয়ে তেনেহলে মই ৰাজনীতি এৰিম আৰু মাফো খুজিম।‘’ বৃহস্পতিবাৰে নিউ মিনিষ্টাৰ কলনীত সম্বোধন কৰা সংবাদমেলত বিজেপিৰ বিৰুদ্ধে প্ৰত্যাহ্বান জনাই এই হুংকাৰ দিয়ে প্ৰাক্তন মুখ্য মন্ত্ৰীগৰাকীয়ে।

Apply Now

গগৈৰ মতে ’১০ লাখো বিদেশী অসমত নাই। আছে যদি উলিয়াই দিয়ক।‘

ইপিনে, এনআৰচিয়ে সমস্যা সমাধান কৰাৰ বাদে নতুন নতুন সমস্যা সৃষ্টি হয় হৈছে বুলি উল্লেখ কৰি গগৈৰ প্ৰশ্ন ‘বিজেপিয়ে কিয় বিদেশীমুক্ত কৰিব নোৱাৰিলে?’

‘’বিদেশী চিনাক্তকৰণ নহৈ ভাৰতীয় লোকৰ নাম বাদ হে পৰিল। ভাৰত চৰকাৰে তদন্ত কৰিব লাগে যে লাখ লাখ ভাৰতীয়ৰ নাম কাৰ কাৰণে বাদ পৰিল। অসমীয়া খিলঞ্জীয়াৰ নামো ইয়াত বাদ পৰিল। যি সকল প্ৰকৃত খিলঞ্জীয়া তেওঁলোকৰ কাগজ পত্ৰ ইমানকৈ চোৱাৰ দৰকাৰ নাছিল। যি সকলে এই মানুহ বোৰৰ নাম বাদ পেলালে, যি সকলে তেওঁলোকৰ জীৱন অন্ধকাৰ কৰিলে তেওঁলোকৰ ওপৰত কেচ দিব লাগে,’’- সংবাদমেলত গগৈয়ে কয়।

গগৈৰ প্ৰশ্ন, ‘‘খিলঞ্জীয়া লোক সকলক অপমান কৰাৰ অধিকাৰ বিজেপি চৰকাৰক কোনে দিলে? তেওঁলোকক হাৰাশাস্তি কৰাৰ অধিকাৰ কত পালে?’’

আনহাতে, উক্ত সংবাদমেলৰ জৰিয়তে গগৈয়ে এনআৰচিৰ চূড়ান্ত তালিকাৰ পৰা বাদ পৰা প্ৰায় ১৯ লাখ লোকৰ নথি-পত্ৰৰ পুনৰীক্ষণ দাবী কৰে। অৱশ্যে ১০০ শতাংশ পুনৰীক্ষণ কৰিব নালাগে বুলি গগৈয়ে সংবাদমেলত কয়।

‘’’নাম বাদ পৰা খিনিৰ পুনৰীক্ষণ লাগে বুলি উচ্চতম ন্যায়ালয় আৰু ভাৰত চৰকাৰক কৈছোঁ। 100% verification ৰ কাম কৰিব নালাগে নহ’লে আৰু বহু বছৰ লাগিব,’’- সংবাদমেলত গগৈৰ মন্তব্য।

ইপিনে, এনআৰচিয়ে বিদেশী নেখেদি স্বদেশীকহে বিদেশী সজালে বুলি উল্লেখ কৰি গগৈয়ে কয়, ‘’যদি বিদেশীৰ নাম সোমাইছে তেনেহলে অভিযোগ দাখিল কৰক। মিডিয়াত এতিয়ালৈকে ৩-৪ টা বিদেশীৰ নাম হে ওলাইছে।‘’

আনহাতে, সেই একেখন সংবাদমেলতে গগৈয়ে বুঢ়া আৰক্ষী চকীত সংঘটিত কাণ্ডক ‘অমানৱীয়’ আখ্যা দিয়ে। লগতে আৰক্ষী বিষয়াজনক গ্ৰেপ্তাৰৰ দাবী কৰাৰ উপৰিও গগৈয়ে এই ঘটনাৰ ন্যায়িক তদন্ত দাবী কৰে।

‘’বুঢ়া আৰক্ষীৰ বিষয়া জনক নিলম্বন কৰাত মই সুখী নহয়। তেওঁৰ শাস্তি হোৱাটো বিচাৰো। আৰক্ষী বিষয়াজনক গ্ৰেপ্তাৰ কৰিব লাগে। মুখ্যমন্ত্ৰীৰ সিদ্ধান্তত আমি সন্তুষ্ট নহয়। ইয়াত যাতে তেওঁক ৰক্ষণাবেক্ষণ দিব নোৱাৰে গতিকে ইয়াৰ বাবে ন্যায়িক তদন্ত দিব লাগে যাতে পিছত এনেকুৱা নহয়,’’- গগৈয়ে কয়।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

ভাৰতীয় সেনাৰ দমনত স্তিমিত হৈ আহিল মাওবাদী সংগ্ৰাম : এতিয়া মাটি, বনাঞ্চল আৰু খনিজ সম্পদক লৈ যুঁজিছে আদিবাসী ৰাইজে

ভাৰতীয় সেনাৰ দমনত স্তিমিত হৈ আহিল মাওবাদী সংগ্ৰাম : এতিয়া মাটি, বনাঞ্চল আৰু খনিজ সম্পদক লৈ যুঁজিছে আদিবাসী ৰাইজে

June 16, 2026 9:46 pm
মধুচন্দ্ৰিকালৈ গৈ কৰুণ মৃত্যু তথ্যপ্ৰযুক্তি কৰ্মীৰ, উদ্ধাৰ নৱবিবাহিতাৰ ৰক্তাক্ত মৃতদেহ, সন্দেহৰ আৱৰ্তত স্বামী

মধুচন্দ্ৰিকালৈ গৈ কৰুণ মৃত্যু তথ্যপ্ৰযুক্তি কৰ্মীৰ, উদ্ধাৰ নৱবিবাহিতাৰ ৰক্তাক্ত মৃতদেহ, সন্দেহৰ আৱৰ্তত স্বামী

June 16, 2026 9:33 pm
জি-৭ সন্মিলনত আকৌ মুখামুখি হ’ল মোদী আৰু মেলনী : এইবাৰ কি উপহাৰ দিলে নৰেন্দ্ৰ মোদীয়ে?

জি-৭ সন্মিলনত আকৌ মুখামুখি হ’ল মোদী আৰু মেলনী : এইবাৰ কি উপহাৰ দিলে নৰেন্দ্ৰ মোদীয়ে?

June 16, 2026 9:13 pm
নিৰ্বাচনৰ পথাৰত নামিবনে ককৰোচ জনতা পাৰ্টী, নিজৰ স্থিতি স্পষ্ট কৰিলে প্ৰতিষ্ঠাপক অভিজিতে

নিৰ্বাচনৰ পথাৰত নামিবনে ককৰোচ জনতা পাৰ্টী, নিজৰ স্থিতি স্পষ্ট কৰিলে প্ৰতিষ্ঠাপক অভিজিতে

June 16, 2026 9:07 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভাৰতীয় সেনাৰ দমনত স্তিমিত হৈ আহিল মাওবাদী সংগ্ৰাম : এতিয়া মাটি, বনাঞ্চল আৰু খনিজ সম্পদক লৈ যুঁজিছে আদিবাসী ৰাইজে

ভাৰতীয় সেনাৰ দমনত স্তিমিত হৈ আহিল মাওবাদী সংগ্ৰাম : এতিয়া মাটি, বনাঞ্চল আৰু খনিজ সম্পদক লৈ যুঁজিছে আদিবাসী ৰাইজে

June 16, 2026 9:46 pm
মধুচন্দ্ৰিকালৈ গৈ কৰুণ মৃত্যু তথ্যপ্ৰযুক্তি কৰ্মীৰ, উদ্ধাৰ নৱবিবাহিতাৰ ৰক্তাক্ত মৃতদেহ, সন্দেহৰ আৱৰ্তত স্বামী

মধুচন্দ্ৰিকালৈ গৈ কৰুণ মৃত্যু তথ্যপ্ৰযুক্তি কৰ্মীৰ, উদ্ধাৰ নৱবিবাহিতাৰ ৰক্তাক্ত মৃতদেহ, সন্দেহৰ আৱৰ্তত স্বামী

June 16, 2026 9:33 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd