• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

সোণোৱাল-হিমন্তৰ বাবে বিশ্বনাথৰ কাণ্ড সংঘটিত হৈছে : লাংলাৰ নিৰ্বাচনী সভাত তৰুণ গগৈ

পুলেন্দ্ৰ দাস by পুলেন্দ্ৰ দাস
April 12, 2019 8:24 pm
608fad49-f6d7-48dd-9c63-f8fea01ea59a

বৰপেটাৰ লাংলাত কংগ্ৰেছৰ নিৰ্বাচনী সভাত ভাষণ দিছে প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈয়ে। ফটো : নৰ্থইষ্ট নাও

4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

“মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ উচটনিমূলক মন্তব্যৰ বাবে বিশ্বনাথ চাৰিআলি কাণ্ড সংঘটিত হৈছে ৷” এই মন্তব্য ৰাজ্যৰ প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈৰ ৷ আজি বৰপেটাৰ লাংলাত কংগ্ৰেছৰ এখন নিৰ্বাচনী সভাত ভাষণ প্ৰসংগত এই মন্তব্য কৰে গগৈয়ে ৷

গগৈয়ে কয় যে, কংগ্ৰেছৰ দিনত মাংসকলৈ অসমত কোনো বিক্ষিপ্ত ঘটনা সংঘটিত হোৱা নাছিল ৷ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ নিশ্চুপ ভূমিকা আৰু মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ উচটনিমূলক মন্তব্যৰ বাবে বিশ্বনাথ চাৰিআলিত একাংশ লোকে এগৰাকী মুছলমান লোকক শাৰীৰিকভাবে অত্যাচাৰ কৰি লোকজনক গাহৰিৰ মাংস খুৱাবলৈ বাধ্য কৰাইছে ৷

Apply Now

লাংলা বজাৰ প্ৰাংগনত দিনৰ প্ৰায় ১:৩০ বজাৰ পৰা অনুষ্ঠিত বিশাল নিৰ্বাচনী সভাখনত প্ৰাক্তন মুখ্য মন্ত্ৰী গৰাকীয়ে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰক সমালোচনা কৰি কয় যে, বিজেপি দলে মুছলমান লোকক দ্বিতীয় শ্ৰেণীৰ নাগৰিক বুলি ভাবে ৷

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ বিৰুদ্ধে সোচ্চাৰ হৈ গগৈয়ে কয় যে, ২০১৪ৰ নিৰ্বাচনৰ সময়ত মোডীয়ে যিবোৰ প্ৰতিশ্ৰুতি দিছিল সেইবোৰ প্ৰতিশ্ৰুতি পূৰণত মোডী ব্যৰ্থ হোৱা বাবে বিজেপি দলে এতিয়া ধৰ্মৰ নামত ৰাজনীতি আৰম্ভ কৰিছে ৷

৬ নং বৰপেটা লোকসভা সমষ্টিৰ  কংগ্ৰেছ দলৰ প্ৰাৰ্থী আব্দুল খালেকৰ সমৰ্থনত অনুষ্ঠিত এই সভাখনত গগৈয়ে লগতে কয়, এ আই য়ু ডি এফৰ উত্থান হ’লে বিজেপিৰো উত্থান হয় বাবে এ আই য়ু ডি এফ দলৰ নামলৈ বিজেপি দলে নিৰ্বাচনত জয়ী হোৱাৰ পৰিকল্পনা ৰচিছে ৷

সভাখনত নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সংখ্যালঘু মৰ্চাৰ সমন্বয়ক হাচিফ আমিন, বিধায়ক আব্দুল হাই নাগৰীৰ লগতে কংগ্ৰেছ প্ৰাৰ্থী আব্দুল খালেকেও ভাষণ প্ৰদান কৰে ৷

ইপিনে, সাংবাদিকৰ এক প্ৰশ্নৰ উত্তৰত “কেব” সন্দৰ্ভত গগৈয়ে কয় যে, বিজেপিয়ে ইস্তাহাৰত  নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত কৰিব বুলি স্পষ্টকৈ কোৱাৰ  পিছত এতিয়া “কেব” ওপৰত অগপৰ মৌনতাত অগপ দলৰ ভ্ৰষ্টাচাৰী চৰিত্ৰ প্ৰকাশ পাইছে ৷

ৰাজ্যৰ ১৪ খন লোকসভাৰ আসনৰ ভিতৰত ১০ খনত কংগ্ৰেছ দল জয়ী হ’ব বুলিও গগৈয়ে মত ব্যক্ত কৰে।

Tags: নিৰ্বাচন ২০১৯
পুলেন্দ্ৰ দাস

পুলেন্দ্ৰ দাস

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ইউপিআই ব্যৱহাৰত লাগিব মাচুল! ট্ৰাম্পক সন্তুষ্ট কৰিবলৈ আমেৰিকাৰ চাপত নতিস্বীকাৰ মোদীৰ ; অভিযোগ ৰাহুলৰ

ইউপিআই ব্যৱহাৰত লাগিব মাচুল! ট্ৰাম্পক সন্তুষ্ট কৰিবলৈ আমেৰিকাৰ চাপত নতিস্বীকাৰ মোদীৰ ; অভিযোগ ৰাহুলৰ

September 15, 2026 9:31 pm
মণিপুৰত পুনৰ ৰক্তক্ষয়! জিৰিবামত দুই আদিবাসী মহিলাক গুলীয়াই হত্যা, জ্বলাই দিয়া হ’ল খামাৰঘৰ

মণিপুৰত পুনৰ ৰক্তক্ষয়! জিৰিবামত দুই আদিবাসী মহিলাক গুলীয়াই হত্যা, জ্বলাই দিয়া হ’ল খামাৰঘৰ

September 15, 2026 9:11 pm
নগাঁৱ লোকসভা উপ-নিৰ্বাচনত বদৰুদ্দিন আজমলক নমোৱাৰ চেষ্টা বিজেপিৰ! অভিযোগ মীৰা বৰঠাকুৰৰ

নগাঁৱ লোকসভা উপ-নিৰ্বাচনত বদৰুদ্দিন আজমলক নমোৱাৰ চেষ্টা বিজেপিৰ! অভিযোগ মীৰা বৰঠাকুৰৰ

September 15, 2026 8:15 pm
যন্তৰ-মন্তৰত ছাত্ৰ কৰ্মীৰ পিতৃক আক্ৰমণ কৰা হিন্দুত্ববাদী নেতা স্বতন্ত্ৰ ভৰদ্বাজে লাভ কৰিলে অন্তৱৰ্তীকালীন জামিন

যন্তৰ-মন্তৰত ছাত্ৰ কৰ্মীৰ পিতৃক আক্ৰমণ কৰা হিন্দুত্ববাদী নেতা স্বতন্ত্ৰ ভৰদ্বাজে লাভ কৰিলে অন্তৱৰ্তীকালীন জামিন

September 15, 2026 7:15 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ইউপিআই ব্যৱহাৰত লাগিব মাচুল! ট্ৰাম্পক সন্তুষ্ট কৰিবলৈ আমেৰিকাৰ চাপত নতিস্বীকাৰ মোদীৰ ; অভিযোগ ৰাহুলৰ

ইউপিআই ব্যৱহাৰত লাগিব মাচুল! ট্ৰাম্পক সন্তুষ্ট কৰিবলৈ আমেৰিকাৰ চাপত নতিস্বীকাৰ মোদীৰ ; অভিযোগ ৰাহুলৰ

September 15, 2026 9:31 pm
মণিপুৰত পুনৰ ৰক্তক্ষয়! জিৰিবামত দুই আদিবাসী মহিলাক গুলীয়াই হত্যা, জ্বলাই দিয়া হ’ল খামাৰঘৰ

মণিপুৰত পুনৰ ৰক্তক্ষয়! জিৰিবামত দুই আদিবাসী মহিলাক গুলীয়াই হত্যা, জ্বলাই দিয়া হ’ল খামাৰঘৰ

September 15, 2026 9:11 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd