• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, September 19, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ৰাজ্যসভাৰ সদস্যৰূপে শপত ল’লে প্ৰাক্তন মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈয়ে

এন ই নাও নিউজ by এন ই নাও নিউজ
March 19, 2020 1:24 pm
Fire-1-750x375

ৰাজ্যসভাৰ সদস্যৰূপে শপত লৈ থকা অৱস্থাত দেশৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈ।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

তীব্ৰ বিতৰ্কৰ মাজতে দেশৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈয়ে আজি দিনৰ প্ৰায় ১১ বজাত ৰাজ্যসভাৰ সদস্যৰূপে শপত গ্ৰহণ কৰিলে।

তেওঁৰ শপত গ্ৰহণৰ সময়ত ৰাজ্যসভাত উপস্থিত আছিল প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু গৃহ মন্ত্ৰী অমিত শ্বাহ।

Apply Now

ইফালে গগৈৰ শপত গ্ৰহণৰ সময়ত কংগ্ৰেছৰ নেতৃত্বত বিৰোধীৰ একাংশ সদস্যই সদনত এক হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি কৰে।

বিৰোধীয়ে ৰঞ্জন গগৈক উদ্দেশ্যি ‘হায় হায়’ শ্লোগান দিয়াৰ লগতে সদনৰ মজিয়া ত্যাগ কৰা দেখা যায়।

এনে কাৰ্যকলাপৰ পিছতেই আইন মন্ত্ৰী ৰৱিশংকৰ প্ৰসাদে বিৰোধীক সমালোচনা কৰি কয় যে ইয়াৰ পূৰ্বেও মুখ্য ন্যায়াধীশ আৰু জনপ্ৰিয় ব্যক্তিয়ে এই সদনৰ সদস্য হৈছে।

ইয়াৰ উপৰি ৰাজ্যসভাৰ অধ্যক্ষই কয় যে কোনোবাই সদনৰ বাহিৰত দিয়া মন্তব্যৰ আমি চিন্তা নকৰো, কিন্তু ৰাষ্ট্ৰপতিয়ে মনোনীত কৰা কথাটো আমি সন্মান সহকাৰে মানি ল’ব লাগিব।

ইফালে কংগ্ৰেছ সাংসদ আনন্দ শৰ্মাই আপত্তি দৰ্শাই কয় যে তেওঁ এজন বিতৰ্কিত মুখ্য ন্যায়াধীশ আছিল। তেওঁৰ নিযুক্তিয়ে Quid Pro Quoৰ বিষয়টো উত্থাপন কৰিছে। ইয়ে ন্যায়পালিকাৰ স্বতন্ত্ৰতা দুৰ্বল কৰে। সেয়ে আমি সদন ত্যাগ কৰিছো।

শৰ্মাই লগতে ৰঞ্জন গগৈক সমালোচনা কৰি কয় যে প্ৰাক্তন ন্যায়াধীশ গৰাকীয়ে বহুতো বিবাদিত গোচৰৰ শুনানিত পলম কৰিছে আৰু যাৰ বাবে তেওঁক পুৰস্কৃত কৰা হ’ল।

উল্লেখ্য যে যোৱা ১৬ মাৰ্চত ভাৰতৰ সংবিধানৰ ধাৰা ৮০ৰ ১ নং অনুচ্ছেদৰ উপ অনুচ্ছেদ (এ) প্ৰদত্ত ক্ষমতা প্ৰয়োগেৰে ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে ৰঞ্জন গগৈক ৰাজ্যসভালৈ মনোনীত কৰিছিল।

ইয়াৰ পিছতে কংগ্ৰেছৰ লগতে একাংশ বিৰোধীয়ে কেন্দ্ৰীয় চৰকাৰৰ এই সিদ্ধান্তক সহজভাৱে মানি নোলোৱাৰ লগতে তীব্ৰ সমালোচনা কৰিছিল।

ৰঞ্জন গগৈ দেশৰ ৪৬ সংখ্যক মুখ্য ন্যায়াধীশ আছিল। তেওঁ ২০১৮ ৰ পৰা ২০১৯ৰ ১৭ নবেম্বৰলৈকে এই পদত অধিষ্ঠিত আছিল।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

১৩৯৯টা ভূমিকম্পৰ নেপথ্যৰ কাৰণ উত্তৰ কোৰিয়াৰ পাৰমাণৱিক পৰীক্ষা? গৱেষণাত বিস্ফোৰক দাবী

১৩৯৯টা ভূমিকম্পৰ নেপথ্যৰ কাৰণ উত্তৰ কোৰিয়াৰ পাৰমাণৱিক পৰীক্ষা? গৱেষণাত বিস্ফোৰক দাবী

September 19, 2026 11:29 am
পৰীক্ষাত চেটজিপিটি ব্যৱহাৰ কৰি ধৰা পৰাৰ পাছতে আইআইটি বম্বেৰ ছাত্ৰৰ ভয়ংকৰ সিদ্ধান্ত : উত্তপ্ত শিক্ষানুষ্ঠানৰ চৌহদ

পৰীক্ষাত চেটজিপিটি ব্যৱহাৰ কৰি ধৰা পৰাৰ পাছতে আইআইটি বম্বেৰ ছাত্ৰৰ ভয়ংকৰ সিদ্ধান্ত : উত্তপ্ত শিক্ষানুষ্ঠানৰ চৌহদ

September 19, 2026 11:22 am
যোৰহাট চিকিৎসা মহাবিদ্যালয়ত ভয়ংকৰ সংঘৰ্ষ, চিকিৎসক আৰু তিনিগৰাকী ছাত্ৰ আহত

যোৰহাট চিকিৎসা মহাবিদ্যালয়ত ভয়ংকৰ সংঘৰ্ষ, চিকিৎসক আৰু তিনিগৰাকী ছাত্ৰ আহত

September 19, 2026 11:07 am
বহিঃৰাজ্যত আকৌ অসমৰ যুৱকৰ মৃত্যু  : কৰ্মস্থলীত হোৱা দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে বঙাইগাঁৱৰ  দুই যুৱকে

বহিঃৰাজ্যত আকৌ অসমৰ যুৱকৰ মৃত্যু  : কৰ্মস্থলীত হোৱা দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে বঙাইগাঁৱৰ  দুই যুৱকে

September 19, 2026 10:52 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

১৩৯৯টা ভূমিকম্পৰ নেপথ্যৰ কাৰণ উত্তৰ কোৰিয়াৰ পাৰমাণৱিক পৰীক্ষা? গৱেষণাত বিস্ফোৰক দাবী

১৩৯৯টা ভূমিকম্পৰ নেপথ্যৰ কাৰণ উত্তৰ কোৰিয়াৰ পাৰমাণৱিক পৰীক্ষা? গৱেষণাত বিস্ফোৰক দাবী

September 19, 2026 11:29 am
পৰীক্ষাত চেটজিপিটি ব্যৱহাৰ কৰি ধৰা পৰাৰ পাছতে আইআইটি বম্বেৰ ছাত্ৰৰ ভয়ংকৰ সিদ্ধান্ত : উত্তপ্ত শিক্ষানুষ্ঠানৰ চৌহদ

পৰীক্ষাত চেটজিপিটি ব্যৱহাৰ কৰি ধৰা পৰাৰ পাছতে আইআইটি বম্বেৰ ছাত্ৰৰ ভয়ংকৰ সিদ্ধান্ত : উত্তপ্ত শিক্ষানুষ্ঠানৰ চৌহদ

September 19, 2026 11:22 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd