• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 19, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

‘কা’ৰ বিৰোধিতা কৰাৰ বাবেই NSG প্ৰত্যাহাৰ কৰি মোৰ ওপৰত হেঁচা দিছে : প্ৰফুল্ল কুমাৰ মহন্ত

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
December 22, 2019 1:38 pm
1.7k
VIEWS
Share on FacebookShare on Twitter

“ৰাইজে জানে যে আমি নাগৰিকত্ব (সংশোধন) আইনৰ বিৰোধিতা কৰিছো। বিভিন্ন দিশৰ পৰা হেঁচাৰ সন্মুখীন হৈ আহিছো। NSG প্ৰত্যাহাৰ আমাক হেঁচাৰ এটা অংশ বুলি ভাবো। সোণোৱাল, কেইজনমান মন্ত্ৰী আৰু  ইনছাৰজেণ্ট গ্ৰুপৰ এজন ইয়াৰ লগত জড়িত আছে।” এই মন্তব্য প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ।

আজি মহন্তই উলুবাৰিস্থিত হোটেল প্ৰিয়া পেলেচত এক সংবাদমেলত কয় যে, ‘যোৱা ১৯ ডিচেম্বৰত NSG প্ৰত্যাহাৰ কৰিলে। পৰ্যালোচনা বৈঠক হোৱাৰ কথা আছিল ফেব্ৰুৱাৰীত, কিন্তু তাৰ আগতে NSG কৰ্তন কৰিছে। NSG আঁতৰাবলৈ ৰাজ্য চৰকাৰে বাৰেপতি কেন্দ্ৰীয় চৰকাৰক কৈ আছিল।’

মহন্তই NSG প্ৰত্যাহাৰৰ সন্দৰ্ভত সংবাদমেলত কয় যে মই সদ্যহতে আইনৰ কাষ নাচাপো কিন্তু তথাপিও এই বিষয়ত গুৱাহাটী উচ্চ ন্যায়ালয়ত এখন আবেদন জনাম।

NSG নিৰাপত্তা প্ৰত্যাহাৰেৰে ‘কা’ৰ বিৰোধিতা কৰাৰ বাবে তেওঁৰ ওপৰত এটা হেঁচা দিয়া বুলি প্ৰাক্তন মুখ্য মন্ত্ৰী গৰাকীয়ে উল্লেখ কৰি তেওঁ নিজৰ স্থিতি কেতিয়াও সলনি নকৰে বুলি কয়।

“জাতিক বিশ্বাসঘাতক কেতিয়াও নকৰো। অসম চুক্তিক নস্যাৎ কৰি জাতিক ধ্বংস কৰিব বিচৰা কাম কেতিয়াও হ’বলৈ নিদিওঁ।” মন্তব্য প্ৰাক্তন মুখ্য মন্ত্ৰী গৰাকীৰ।

মই নাগৰিকত্ব (সংশোধন) আইনৰ বিৰোধিতা কৰাৰ বাবেই দলৰ মিটিঙত নিমন্ত্ৰণ নজনোৱা হ’ল বুলি ক্ষোভ উজাৰি প্ৰাক্তন মুখ্য মন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তই কালি বিধায়িনী দলৰ বৈঠকলৈও মতা নাছিল বুলি উল্লেখ কৰে।।

“মোক এটা সময়ত তিনিচুকীয়াত মিটিং কৰি আঁতৰাবলৈ চাইছিল। মই দলৰ পৰা আঁতৰি থকা বুলি ওলাইছিল কিন্তু মোক আঁতৰাইহে ৰখা হৈছিল।” বুলি কয় মহন্তই।

আনহাতে ৰাজ্যৰ বিজেপি চৰকাৰখনে ২১ ডিচেম্বৰত ঘোষণা কৰা আঁচনিসমূহ এক প্ৰলোভনৰ ৰাজনীতিও বুলি কয় প্ৰাক্তন মুখ্য মন্ত্ৰী গৰাকীয়ে।

তাৰোপৰি তেওঁ কয় যে ‘বিজেপিৰ বাক্য বেদৰ বাক্য নেকি? অসম চুক্তি ৰূপায়ণ আজিলৈকে নকৰিলে।’

ইফালে বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যকে সংবাদমেলত সমালোচনা কৰি কয় যে, ‘বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যই কেবৰ বিৰুদ্ধে ভাষণ দিলে কিন্তু ভোটটো সমৰ্থনত দিলে। এইটো আমি মানি ল’ব নোৱাৰো।’ তেওঁ কয় যে নাগালেণ্ডত এজনক বিধেয়কৰ পক্ষত ভোট দিয়াৰ বাবে দলৰ পৰাই উলিয়াই দিলে।

Recent News

উচ্চ (কাৰিকৰী) শিক্ষা বিভাগৰ অধীনত ৩৪২ গৰাকী প্ৰাৰ্থীক নিযুক্তি-পত্র প্রদান মুখ্যমন্ত্ৰীৰ

উচ্চ (কাৰিকৰী) শিক্ষা বিভাগৰ অধীনত ৩৪২ গৰাকী প্ৰাৰ্থীক নিযুক্তি-পত্র প্রদান মুখ্যমন্ত্ৰীৰ

ফুটবলত বৃহৎ পৰিৱৰ্তন: ২০২৬ বিশ্বকাপৰ পূৰ্বে ১৩৪ বছৰীয়া পেনাল্টি নিয়ম সলনিৰ প্ৰস্তুতি

ফুটবলত বৃহৎ পৰিৱৰ্তন: ২০২৬ বিশ্বকাপৰ পূৰ্বে ১৩৪ বছৰীয়া পেনাল্টি নিয়ম সলনিৰ প্ৰস্তুতি

অসমত গতি লাভ কৰিছে বিত্তীয় অন্তৰ্ভূক্তি অভিযানে : ৰাজ্যিক বেংকাৰ সমিতি

অসমত গতি লাভ কৰিছে বিত্তীয় অন্তৰ্ভূক্তি অভিযানে : ৰাজ্যিক বেংকাৰ সমিতি

ৰূপালী পৰ্দাত দেখিবলৈ পাব ৭০-৮০ দশকৰ অসমৰ নক্সাল আন্দোলনৰ কাহিনী: ১ আগষ্টত মুক্তি লাভ কৰিব নতুন অসমীয়া ছবি “কলাজ”

ৰূপালী পৰ্দাত দেখিবলৈ পাব ৭০-৮০ দশকৰ অসমৰ নক্সাল আন্দোলনৰ কাহিনী: ১ আগষ্টত মুক্তি লাভ কৰিব নতুন অসমীয়া ছবি “কলাজ”

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd