• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, September 11, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

আৰ এছ এছৰ নিৰ্দেশত প্ৰস্তুত হৈছে এন আৰ চি : তৰুণ গগৈ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
May 9, 2019 3:08 pm
ec62891b-2d2c-4cfc-92c0-8ce4c0d47ba1

বৃহস্পতিবাৰে গুৱাহাটীত এখন সংবাদেমল সম্বোধন কৰা মুহূৰ্তত প্ৰাক্তন মুখ্য মন্ত্ৰী। ফটো : নৰ্থইষ্ট নাও

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

“বিজেপিয়ে বিদেশী মুক্ত এন আৰ চি প্রস্তুতত যিমান গুৰুত্ব দিব লাগিছিল তেনেদৰে গুৰুত্ব দিয়া নাই। এন আৰ চি আৰ এছ এছৰ নিৰ্দেশত প্ৰস্তুত হৈ আছে।” উচ্চতম ন্যায়ালয়ৰ তত্বাৱধানত চলি থকা এন আৰ চি প্ৰক্ৰিয়াক কেন্দ্ৰ কৰি সংবাদমেলত এই মন্তব্য প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ।

তদুপৰি, “আৰ এছ এছৰ নিৰ্দেশত প্ৰস্তুত হোৱা বাবেই এন আৰ চিৰ নামত লাখ লাখ ভাৰতীয়ৰ হাৰাশাস্তি হৈছে” বুলিও গগৈয়ে মন্তব্য কৰে।

Apply Now

“৪০ লাখ মানুহ কেনেকৈ বাদ পৰিল?” এইদৰে গগৈয়ে প্ৰশ্ন কৰি লগতে কয়, “৩০ জুলাইত প্ৰকাশ পাবলগীয়া এন আৰ চি খন সম্পূৰ্ণৰূপে শুদ্ধ নহয় কাৰণ বিজেপিয়ে ‘কেব’ আনিব বিচাৰিছে।”

আনহাতে, উক্ত সংবাদমেলত গগৈয়ে বিজেপিক কঠোৰ সমালোচনা কৰি কয়, “অসমৰ পৰিৱৰ্তনৰ নামত কি পৰিৱৰ্তন হ’ল? ৰাস্তাৰে যাব নোৱাৰা অৱস্থা, বস্তুৰ দাম বাঢ়িছে, নিবনুৱা সমস্যা বৃদ্ধি হৈছে। চাৰিওফালে হাহাকাৰ দেখিছো। বিজেপিয়ে কয় এটা কৰে এটা।”

তাৎপৰ্যপূৰ্ণভাৱে “ই ভি এম টেম্পাৰিং নকৰাকৈ এইবাৰ লোকসভাত বিজেপি জিকিব নোৱাৰে” বুলিও গগৈয়ে মন্তব্য কৰে।

“নৰেন্দ্ৰ মোদীৰ শনিৰ দশা লাগিছে। ২৩ তাৰিখৰ ফলাফলৰ পাছত বিজেপিৰ বহু বেয়া দিন আহিব। ভাৰতৰ ৰাইজে এইবাৰ এখন নতুন চৰকাৰ পাব আৰু এইক্ষেত্ৰত কংগ্ৰেছে বিশেষ ভূমিকা ল’ব,”-বিজেপিক লৈ এই ভৱিষ্যতবাণী গগৈৰ।

আনহাতে, এই সংবাদমেলত গগৈয়ে অসমৰ জনসাধাৰণক দুটা বিশেষ প্ৰতিশ্ৰুতি দিয়ে।

“কংগ্ৰেছৰ চৰকাৰ শাসনলৈ আহিলে অসমৰ দুটাকৈ কাগজ কল এবছৰৰ ভিতৰত খুলি দিম আৰু অসমৰ বিশেষ ৰাজ্যৰ মৰ্যদা ঘূৰাই আনিম,”-গগৈয়ে প্ৰতিশ্ৰুতি দিয়ে।

ইপিনে, এতিয়া এ আই য়ু ডি এফ প্ৰধান বদৰুদ্দিন অজমলক “Who is Badaruddin?” বুলি নকওঁ বুলি উল্লেখ কৰি গগৈয়ে কয়, “এনেকৈ কওঁতে অসমৰ মানুহে মোক সংখ্যাগৰিষ্ঠতা নিদিলে। আৰু ২০১৬ত মই হাৰিলো।”

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

সোণাপুৰৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত পুনৰ দুৰ্ঘটনাগ্ৰস্ত বাহন; আহত কেইবাজনো লোক

সোণাপুৰৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত পুনৰ দুৰ্ঘটনাগ্ৰস্ত বাহন; আহত কেইবাজনো লোক

September 10, 2026 8:39 pm
বিৰোধীৰ অন্তৰ্দ্বন্দ্বক লৈ উদ্বিগ্ন বিশিষ্ট নাগৰিক সমাজ; বিজেপিৰ অপশাসনৰ বিৰুদ্ধে ঐক্যবদ্ধ সংগ্ৰামৰ আহ্বান

বিৰোধীৰ অন্তৰ্দ্বন্দ্বক লৈ উদ্বিগ্ন বিশিষ্ট নাগৰিক সমাজ; বিজেপিৰ অপশাসনৰ বিৰুদ্ধে ঐক্যবদ্ধ সংগ্ৰামৰ আহ্বান

September 10, 2026 8:14 pm
ব্ৰিকছ সন্মিলনৰ বাবে ভাৰতলৈ নাহে বাংলাদেশৰ প্ৰধানমন্ত্ৰী তাৰিক ৰহমান! কি ক’লে ঢাকাই?

ব্ৰিকছ সন্মিলনৰ বাবে ভাৰতলৈ নাহে বাংলাদেশৰ প্ৰধানমন্ত্ৰী তাৰিক ৰহমান! কি ক’লে ঢাকাই?

September 10, 2026 6:02 pm
অতিথিশালাত ২০ দিনৰ মূৰত দম্পতীৰ ৰহস্যমৃত্যু, উদ্ধাৰ মৃতদেহ! সন্ধান ওলাল ‘অপহৃত’ যুৱতীৰ

অতিথিশালাত ২০ দিনৰ মূৰত দম্পতীৰ ৰহস্যমৃত্যু, উদ্ধাৰ মৃতদেহ! সন্ধান ওলাল ‘অপহৃত’ যুৱতীৰ

September 10, 2026 5:16 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সোণাপুৰৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত পুনৰ দুৰ্ঘটনাগ্ৰস্ত বাহন; আহত কেইবাজনো লোক

সোণাপুৰৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত পুনৰ দুৰ্ঘটনাগ্ৰস্ত বাহন; আহত কেইবাজনো লোক

September 10, 2026 8:39 pm
বিৰোধীৰ অন্তৰ্দ্বন্দ্বক লৈ উদ্বিগ্ন বিশিষ্ট নাগৰিক সমাজ; বিজেপিৰ অপশাসনৰ বিৰুদ্ধে ঐক্যবদ্ধ সংগ্ৰামৰ আহ্বান

বিৰোধীৰ অন্তৰ্দ্বন্দ্বক লৈ উদ্বিগ্ন বিশিষ্ট নাগৰিক সমাজ; বিজেপিৰ অপশাসনৰ বিৰুদ্ধে ঐক্যবদ্ধ সংগ্ৰামৰ আহ্বান

September 10, 2026 8:14 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd