• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, July 27, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

একালৰ সতীৰ্থ অতুল বৰা আৰু কেশৱ মহন্তক জন্মগত দেশদ্ৰোহী আখ্যা প্ৰণৱজিৎ চলিহাৰ

"আজিৰ আন্দোলন কৰা দল-সংগঠন বিলাকে নিজৰ সংগঠনৰ অস্তিত্ব ৰাখিবলৈ আন্দোলন কৰিছে"

পাৰ্শ্বজ্যোতি গগৈ by পাৰ্শ্বজ্যোতি গগৈ
December 6, 2019 7:57 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শিৱসাগৰত ‘কেব’ক লৈ চিন্তিত একালৰ ছাত্ৰ নেতা ৰমু ওৰফে প্ৰণৱজিৎ চলিহা। আজি ছাত্ৰ নেতা গৰাকীয়ে নিজৰ আৱেগ প্ৰকাশ কৰি ক্ষুৰধাৰ সমালোচনা কৰে একালৰ সতীৰ্থ আৰু দল সংগঠনক।

“আমাৰ এতিয়া ভগ্ন স্বাস্থ্য যদিও সৈনিকৰ পোচাক খুলি থোৱা নাই, ৰণৰ কুকুৰা ৰণত মৰিম।” এইদৰে মন্তব্য কৰি পুনৰ আন্দোলনত নমাৰ হুংকাৰ দিয়ে একালৰ ছাত্ৰ নেতা ৰমু ওৰফে প্ৰণৱজিৎ চলিহাই।

Apply Now

“অসম আন্দোলনত ১৩ বছৰ জেল খালো। অসমৰ এখনো জেল নাই য’ত মই সোমোৱা নাই।” তেওঁ কয়।

“মোক সকলোৱে কয় মই অসাংবিধানিক শব্দ ব্যৱহাৰ কৰো বুলি।’ উল্লেখ কৰি তেওঁ বদনক বৰফুকনক মাতিব পৰা সাংবিধানিক শব্দ কি আছে বুলি প্ৰশ্ন কৰে।

“সৰ্বানন্দ সোণোৱাল, ৰাস্তাত নচা হিমন্ত বিশ্ব শৰ্মা, অতুল বৰা, কেশৱ মহন্ত, ফণীভূষন চৌধুৰীক সম্বোধন কৰিবলৈ সাংবাধানিক শব্দ মই ব্যৱহাৰ নকৰো” বুলি কৈ ক্ষোভ উজাৰি এক প্ৰকাৰে এই সকল নেতাক আধুনিক অসমৰ বদন বুলিয়েই আখ্যা দিয়ে একালৰ প্ৰতাপী ছাত্ৰ নেতা জনে।

আনহাতে বৰ্তমান আন্দোলন কৰি থকা দল-সংগঠন বিলাকৰ ওপৰতো ক্ষোভ উজাৰি প্ৰণৱজিৎ চলিহাই কয় “আজিৰ আন্দোলন কৰা দল-সংগঠন বিলাকে নিজৰ সংগঠনৰ অস্তিত্ব ৰাখিবলৈ আন্দোলন কৰিছে। সকলো সংগঠনে ‘কেব’ৰ বিৰেধিতা কৰিছে তেন্তে আজিলৈকে কিয় সকলোকে এদিনো একেখন মঞ্চত দেখা নাই। কিয় কাৰোৰে হৃদয়ৰ পৰা ওলাই অহা ‘জয় আই অসম’ শুনা নাই।”

“আন্দোলনত লাচিত লাচিত ক’লে নহব, লাচিত হ’ব পাৰিব লাগিব। লাচিত বৰফুকনে টায়াৰ জ্বলোৱা নাছিলে, লাচিতে ৰাজপথত আন্দোলনো কৰা নাছিলে আৰু অনশনো কৰা নাছিলে।” বুলি উল্লেখ কৰি লাচিতৰ নাম লৈ লাচিত নহ’লে এই বীৰ পুৰুষজনৰ নাম নল’বলৈ আহ্বান জনায় একালৰ প্ৰতাপী ছাত্ৰ নেতাগৰাকীয়ে।

ইফালে তেওঁ একালৰ সতীৰ্থ  অতুল বৰা আৰু কেশৱ মহন্তক জন্মগত দেশদ্ৰোহী বুলি কয়। তেওঁ কয় যে সিহঁতি দেশ আৰু জাতিৰ বাবে আন্দোলন কৰাই নাছিল। সিহঁতে কেৱল ক্ষমতা আৰু টকাৰ বাবেহে আন্দোলন কৰিছিল।

অতুল বৰা, কেশৱ মহন্ত, ফণীভূষণ চৌধুৰীয়ে কেৱল ক্ষমতাৰ বাবে ‘কেব’ক সমৰ্থন কৰি ৮৫৫ জন শ্বহীদকে নহয় অসম আন্দোলনত আমাৰ দৰে জীয়াই থকা সকলকো নিৰ্লজ্জভাৱে অপমান কৰিলে বুলি মন্তব্য কৰে একালৰ ছাত্ৰ নেতাগৰাকীয়ে। লগতে ‘কেব’ আহিলে অসম ধ্বংস হ’ব বুলিও তেওঁ কয়।

তাৰোপৰি তেওঁ কয় যে পৃথিৱীত এনেকোৱা কোনখন দেশ আছে যি য়ে বিদেশী আনিম বুলি কয়। একমাত্ৰ এইখনেই দেশ যিখনে বিদেশী আনিম বুলি কয়।

পাৰ্শ্বজ্যোতি গগৈ

পাৰ্শ্বজ্যোতি গগৈ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ইথানল বিতৰ্ক: ভুৱা পোষ্টৰ বিৰুদ্ধে বম্বে উচ্চ ন্যায়ালয়ৰ কাষ চাপিল নীতিন গাডকাৰী

ইথানল বিতৰ্ক: ভুৱা পোষ্টৰ বিৰুদ্ধে বম্বে উচ্চ ন্যায়ালয়ৰ কাষ চাপিল নীতিন গাডকাৰী

July 27, 2026 2:28 pm
কমনৱেলথ গেমছ ২০২৬: একেৰাহে তৃতীয়বাৰৰ বাবে স্বৰ্ণ পদক জয় মীৰাবাই চানুৰ

কমনৱেলথ গেমছ ২০২৬: একেৰাহে তৃতীয়বাৰৰ বাবে স্বৰ্ণ পদক জয় মীৰাবাই চানুৰ

July 27, 2026 12:53 pm
আই আই টি গুৱাহাটীত চাঞ্চল্যকৰ ঘটনা: শৈক্ষিক ভৱনৰ পৰা পৰি মেধাৱী ছাত্ৰৰ মৃত্যু

আই আই টি গুৱাহাটীত চাঞ্চল্যকৰ ঘটনা: শৈক্ষিক ভৱনৰ পৰা পৰি মেধাৱী ছাত্ৰৰ মৃত্যু

July 27, 2026 10:16 am
জাৰ্মানীত প্ৰাইড ৱাকত ভয়ংকৰ আক্ৰমণ: আৰক্ষীৰ এনকাউণ্টাৰত নিহত আই এছৰ সৈতে সম্পৰ্ক থকা যুৱক

জাৰ্মানীত প্ৰাইড ৱাকত ভয়ংকৰ আক্ৰমণ: আৰক্ষীৰ এনকাউণ্টাৰত নিহত আই এছৰ সৈতে সম্পৰ্ক থকা যুৱক

July 27, 2026 8:19 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ইথানল বিতৰ্ক: ভুৱা পোষ্টৰ বিৰুদ্ধে বম্বে উচ্চ ন্যায়ালয়ৰ কাষ চাপিল নীতিন গাডকাৰী

ইথানল বিতৰ্ক: ভুৱা পোষ্টৰ বিৰুদ্ধে বম্বে উচ্চ ন্যায়ালয়ৰ কাষ চাপিল নীতিন গাডকাৰী

July 27, 2026 2:28 pm
কমনৱেলথ গেমছ ২০২৬: একেৰাহে তৃতীয়বাৰৰ বাবে স্বৰ্ণ পদক জয় মীৰাবাই চানুৰ

কমনৱেলথ গেমছ ২০২৬: একেৰাহে তৃতীয়বাৰৰ বাবে স্বৰ্ণ পদক জয় মীৰাবাই চানুৰ

July 27, 2026 12:53 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd