• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, January 21, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

২৭০ কোটি টকীয়া জলসিঞ্চন কেলেংকাৰীত অভিযুক্ত প্ৰাক্তন কংগ্ৰেছী বিধায়ক ইনামূল হক লস্কৰক গ্ৰেপ্তাৰ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , October 21, 2019 10:45 pm

1 min read

Enamul-Haque-Laskar-

ইনামূল হক লস্কৰ

4.4k
VIEWS
Share on FacebookShare on Twitter

বহু কোটি টকীয়া জলসিঞ্চন বিভাগৰ কেলেংকাৰীত জড়িত থকাৰ অভিযোগত বিতৰ্কিত প্ৰাক্তন কংগ্ৰেছী বিধায়ক ইনামূল হক লস্কৰক অপৰাধ অনুসন্ধান বিভাগে ২১ অক্টোবৰত গুৱাহাটীত গ্ৰেপ্তাৰ কৰে।

উল্লেখযোগ্য যে, অসমত কংগ্ৰেছৰ শাসন কালত ২০০৬-২০১১ চনৰ ভিতৰত সংঘটিত হোৱা ২৭০ কোটি টকাৰ বিত্তীয় খেলিমেলিৰ জলসিঞ্চল কেলেংকাৰীত প্ৰাক্তন বিধায়ক লস্কৰ জড়িত হৈ থকা বুলি অভিযোগ উত্থাপিত হৈছিল।

জলসিঞ্চন বিভাগৰ পৰা অৱসৰ গ্ৰহণ কৰাৰ পাছত ২০০৯ চনত বিশেষ সেৱা বিষয়া হিচাপে লস্কৰক বিভাগটোত নিযুক্তি দিয়া হৈছিল।

আনহাতে, ২০১২ চনৰ ২৬ নৱেম্বৰত জলসিঞ্চন বিভাগৰ মাথুৰ চন্দ্ৰ নাথ নামৰ এগৰাকী উচ্চ বৰ্গৰ সহায়কাৰীয়ে আত্মহত্যা কৰিছিল।

২২ পৃষ্ঠাৰ চুইচাইড নোটত কৰ্মচাৰী গৰাকীয়ে তেওঁক বিধায়ক লস্কৰে ২০১১ চনৰ বিধানসভা নিৰ্বাচনত খৰছ কৰাৰ বাবে বিভাগটোৰ ঠিকাদাৰ সকলৰ পৰা বৃহৎ পৰিমাণত ধন সংগ্ৰহ কৰাৰ বাবে নিৰ্দেশ দিছিল বুলি অভিযোগ উত্থাপন কৰি গৈছিল।

একেটা কেলেংকাৰীৰ গোচৰত পূৰ্বতে পুতুল ভাগৱতী, ধীৰেণ ডেকা, ত্ৰৈলক্য মোহন কলিতা আৰু ৰিতুপৰ্ণা বৰা নামৰ ব্যক্তি কেইগৰাকীক গ্ৰেপ্তাৰ কৰিছিল।

Recent News

বিশ্বনাথত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদকাৰীক আৰক্ষীৰ বাধা

বিশ্বনাথত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদকাৰীক আৰক্ষীৰ বাধা

নাগ্ৰীজুলিত পাঁচ শতাধিক লোকৰ বিজেপিত যোগদান

নাগ্ৰীজুলিত পাঁচ শতাধিক লোকৰ বিজেপিত যোগদান

ডেমকেয়াৰ ৰঞ্জিত! টেনশ্যন নলৈ, প্ৰত্যাহ্বান নোহোৱাকৈ ২১ ত CONG-AIUDF ক ৰুধিবলৈ সাজু

ডেমকেয়াৰ ৰঞ্জিত! টেনশ্যন নলৈ, প্ৰত্যাহ্বান নোহোৱাকৈ ২১ ত CONG-AIUDF ক ৰুধিবলৈ সাজু

স্মিথক অব্যাহতি, সঞ্জু ছেমছন ৰাজস্থান ৰোয়েলছৰ নতুন অধিনায়ক

স্মিথক অব্যাহতি, সঞ্জু ছেমছন ৰাজস্থান ৰোয়েলছৰ নতুন অধিনায়ক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd