• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, August 19, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কোভিডত মৃত্যু কটন কলেজৰ দৰ্শন বিভাগৰ প্ৰাক্তন মুৰব্বী অধ্যাপিকা ডঃ জ্যোৎস্না ভট্টাচাৰ্যৰ

 এন ই নাও নিউজ by এন ই নাও নিউজ
May 18, 2021 12:45 pm
Jyotsna-Bhattacharjee-750x375
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কাল কোভিডে প্ৰাণ কাঢ়ি নিলে ৰাজ্যৰ এগৰাকী বিশিষ্ট শিক্ষাবিদৰ ।কটন কলেজৰ দৰ্শন বিভাগৰ প্ৰাক্তন অধ্যাপিকা জ্যোৎস্না ভট্টাচাৰ্যৰ কোভিডত মৃত্যু ঘটিছে।

গুৱাহাটী মহানগৰীৰ নেমকেয়াৰ হস্পিতালত চিকিৎসাধীন অৱস্থাতে মৃত্যু ঘটে প্ৰাক্তন অধ্যাপিকাগৰাকীৰ ।

Apply Now

অসমৰ কেইবাখনো আগশাৰীৰ কাকতত শৈক্ষিক তথা সামাজিক বিষয়ৰ নানান প্ৰবন্ধ লিখি অহা শিক্ষাবিদ ডঃজ্যোৎস্না ভট্টাচাৰ্যই ছাত্ৰ-ছাত্ৰীৰ বাবে দৰ্শনৰ  পাঠ্যপুথি ৰচনা কৰি গৈছে ।

দ্য আছাম ট্ৰিবিউন, দ্য ছেণ্টিনেল আদি কাকতত ডঃ ভট্টাচাৰ্যই শিক্ষামূলক প্ৰবন্ধ মৃত্যৰ আগলৈকে লিখি আছিল। কোভিডত আক্ৰান্ত হোৱাৰ পিছতে বিশিষ্ট শিক্ষাবিদগৰাকীক নেমকেয়াৰ হস্পিতালত ভৰ্তি কৰোৱা হৈছিল যদিও চিকিৎসকৰ অশেষ চেষ্টাৰ পিছতো তেওঁক বচাব পৰা নগ’ল

কটন কলেজৰ দৰ্শন বিভাগৰ প্ৰাক্তন অধৈআপিকা ডঃ জ্যোৎস্না ভট্টাচাৰ্যৰ মৃত্যুত বিভিন্ন জনে শোক প্ৰকাশ কৰি শোকবাৰ্তা প্ৰেৰণ কৰিছে।

 এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

হাৰিয়ানাৰ চিকিৎসা মহাবিদ্যালয়ত দুই এম বি বি এছ ছাত্ৰীক নিৰ্যাতন, গ্ৰেপ্তাৰ এজন অভিযুক্ত

হাৰিয়ানাৰ চিকিৎসা মহাবিদ্যালয়ত দুই এম বি বি এছ ছাত্ৰীক নিৰ্যাতন, গ্ৰেপ্তাৰ এজন অভিযুক্ত

August 19, 2026 8:19 am
সাৱধান! ৰে’ল ষ্টেচনৰ পানী খালেই হ’ব পাৰে ভয়ংকৰ বিপদ, ৱাটাৰ কুলাৰত ধৰা পৰিল মাৰাত্মক বেক্টেৰিয়া

সাৱধান! ৰে’ল ষ্টেচনৰ পানী খালেই হ’ব পাৰে ভয়ংকৰ বিপদ, ৱাটাৰ কুলাৰত ধৰা পৰিল মাৰাত্মক বেক্টেৰিয়া

August 19, 2026 7:08 am
মানৱীয় প্ৰমূল্যৰ দাপোণ: সামাজিক জীৱনত শিষ্টাচাৰৰ প্ৰাসংগিকতা

মানৱীয় প্ৰমূল্যৰ দাপোণ: সামাজিক জীৱনত শিষ্টাচাৰৰ প্ৰাসংগিকতা

August 18, 2026 9:40 pm
‘চকু আৰু স্মৃতিশক্তি ছাত্ৰ-ছাত্ৰীৰো আছে, মিছা কথা নকব’: আৰক্ষীৰ লাঠীচালনাক লৈ কিৰেন ৰিজিজুক তীব্ৰ আক্ৰমণ ৰাহুল গান্ধীৰ

‘চকু আৰু স্মৃতিশক্তি ছাত্ৰ-ছাত্ৰীৰো আছে, মিছা কথা নকব’: আৰক্ষীৰ লাঠীচালনাক লৈ কিৰেন ৰিজিজুক তীব্ৰ আক্ৰমণ ৰাহুল গান্ধীৰ

August 18, 2026 9:01 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

হাৰিয়ানাৰ চিকিৎসা মহাবিদ্যালয়ত দুই এম বি বি এছ ছাত্ৰীক নিৰ্যাতন, গ্ৰেপ্তাৰ এজন অভিযুক্ত

হাৰিয়ানাৰ চিকিৎসা মহাবিদ্যালয়ত দুই এম বি বি এছ ছাত্ৰীক নিৰ্যাতন, গ্ৰেপ্তাৰ এজন অভিযুক্ত

August 19, 2026 8:19 am
সাৱধান! ৰে’ল ষ্টেচনৰ পানী খালেই হ’ব পাৰে ভয়ংকৰ বিপদ, ৱাটাৰ কুলাৰত ধৰা পৰিল মাৰাত্মক বেক্টেৰিয়া

সাৱধান! ৰে’ল ষ্টেচনৰ পানী খালেই হ’ব পাৰে ভয়ংকৰ বিপদ, ৱাটাৰ কুলাৰত ধৰা পৰিল মাৰাত্মক বেক্টেৰিয়া

August 19, 2026 7:08 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd