• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 12, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

প্ৰধানমন্ত্ৰীৰ অৰ্থনৈতিক পৰামৰ্শদাতা পৰিষদত ইডিৰ প্ৰাক্তন বিষয়া; বিৰোধীৰ মতে ‘আনুগত্যৰ পুৰস্কাৰ’

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
March 27, 2025 3:16 pm
2.5k
VIEWS
Share on FacebookShare on Twitter

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ অৰ্থনৈতিক পৰামৰ্শদাতা পৰিষদৰ স্থায়ী সদস্য হিচাপে নিযুক্তি দিয়া হৈছে প্ৰাক্তন বলবৎকাৰী সঞ্চালকালয়ৰ (ইডি) মুৰব্বী সঞ্জয় কুমাৰ মিশ্ৰক। প্ৰধানমন্ত্ৰীয়ে নিজেই তেওঁক তেওঁৰ অৰ্থনৈতিক পৰামৰ্শদাতা পৰিষদৰ পূৰ্ণকালীন সদস্য হিচাপে নিযুক্তি দিছে। এই বিষয়টোৱে বিৰোধী শিবিৰৰ পৰা তীব্ৰ সমালোচনাৰ সন্মুখীন হৈছে।

পিএমইএচি হৈছে এক স্বতন্ত্ৰ সংস্থা, যিটো চৰকাৰক বিশেষকৈ প্ৰধানমন্ত্ৰীক অৰ্থনৈতিক আৰু আনুষংগিক বিষয়ত পৰামৰ্শ দিবলৈ গঠন কৰা হৈছে। সাধাৰণতে সেই পৰিষদত কেৱল প্ৰখ্যাত অৰ্থনীতিবিদ বা বিশেষজ্ঞকহে ৰখা হয়।

কিন্তু ১৯৮৪ চনৰ বেচৰ আই এ এছ সঞ্জয় কুমাৰ মিশ্ৰ এজন অৱসৰপ্ৰাপ্ত আই আৰ এছ বিষয়া, তথাপিও তেওঁক অৰ্থনীতিবিদ হিচাপে পৰিচিত নহয়। স্বাভাৱিকতে বিৰোধী শিবিৰে তেওঁক ইমান গুৰুত্বপূৰ্ণ অৰ্থনৈতিক সমিতিত নিযুক্তি দিয়াক লৈ প্ৰশ্ন উত্থাপন কৰিছে।

ইডিৰ মুৰব্বী হিচাপে মোডীৰ প্ৰতি যি আনুগত্য প্ৰকাশ কৰিছে তাৰ পুৰস্কাৰ হিচাপে অৱসৰৰ পিছত সঞ্জয় মিশ্ৰক সেই গুৰুত্বপূৰ্ণ সমিতিত নিযুক্তি দিয়া হৈছে বুলি বিৰোধীয়ে দাবী কৰিছে।

তৃণমূল ৰাজ্যসভাৰ নেতা ডেৰেক অ’ব্ৰাইনে সঞ্জয় মিশ্ৰক এক্স হেণ্ডেলত নিযুক্তি দিয়াক সমালোচনা কৰিছে। ডেৰেকৰ এই পোষ্টত প্ৰাক্তন বিত্তমন্ত্ৰী অৰুণ জেটলীৰ উদ্ধৃতি দি কয় যে ‘’প্ৰয়াত শ্ৰী অৰুণ জেটলীৰ বক্তব্যৰ উদ্ধৃতি দিয়াটো উপযুক্ত হ’ব। অৰুণ জেটলীয়ে কৈছিল যে ন্যায়াধীশৰ ক্ষেত্ৰত অৱসৰৰ পিছত চাকৰিৰ প্ৰলোভনে অৱসৰৰ আগৰ ৰায়ক প্ৰভাৱিত কৰে। ইডিৰ প্ৰাক্তন সঞ্চালকৰ ক্ষেত্ৰতো সেই কথা সত্য।’’

উল্লেখ্য যে ২০১৮ চনৰ ১৯ ​​নৱেম্বৰত সঞ্জয় কুমাৰ মিশ্ৰক দুবছৰৰ বাবে ইডিৰ মুৰব্বী হিচাপে নিযুক্তি দিয়া হৈছিল।তেওঁৰ কাৰ্যকালতে বিৰোধীৰ বিৰুদ্ধে ইডি আটাইতকৈ সক্ৰিয় আছিল।

তেওঁ মুৰব্বী থকাৰ সময়তে ইডিৰ কাৰ্যালয়ত ছোনিয়া আৰু ৰাহুল গান্ধীক জেৰা কৰা হৈছিল। তদুপৰি, ডি কে শিৱকুমাৰ, মেহবুবা মুফতি, ওমৰ আব্দুল্লা, হেমন্ত ছ’ৰেন আৰু  অভিষেক বেনাৰ্জীৰ বিৰুদ্ধে ইডিৰ কাৰ্যকলাপলৈকে সঞ্জয় কুমাৰ মিশ্ৰৰ সঞ্চালক হিচাপে কাৰ্যকালতেই সংস্থাটোৱে কাম-কাজ আৰম্ভ কৰিছিল।

Recent News

‘আয়োগক সীমাহীন ক্ষমতা নহয়’; ‘এক দেশ, এক নিৰ্বাচন’ বিধেয়কক লৈ প্ৰশ্ন উত্থাপন চন্দ্ৰচূড়ৰ

‘আয়োগক সীমাহীন ক্ষমতা নহয়’; ‘এক দেশ, এক নিৰ্বাচন’ বিধেয়কক লৈ প্ৰশ্ন উত্থাপন চন্দ্ৰচূড়ৰ

‘তুমি কিয় ইন্ধন…’, দুৰ্ঘটনাগ্ৰস্ত এয়াৰ ইণ্ডিয়া বিমানখনৰ পাইলটৰ শেষ মুহূৰ্তৰ কথাত চাঞ্চল্যকৰ তথ্য!

‘তুমি কিয় ইন্ধন…’, দুৰ্ঘটনাগ্ৰস্ত এয়াৰ ইণ্ডিয়া বিমানখনৰ পাইলটৰ শেষ মুহূৰ্তৰ কথাত চাঞ্চল্যকৰ তথ্য!

লৰ্ডছত ইংলেণ্ডৰ বিৰুদ্ধে বুমৰাহৰ আধিপত্যৰ পিছত ভাৰতৰ হৈ যুঁজত ৰাহুল-পন্ত যুটী

লৰ্ডছত ইংলেণ্ডৰ বিৰুদ্ধে বুমৰাহৰ আধিপত্যৰ পিছত ভাৰতৰ হৈ যুঁজত ৰাহুল-পন্ত যুটী

তপা মূৰৰ সমাধান : জানো আহক ঘৰতে চুলি গজাব পৰা কেইটামান আয়ুৰ্বেদিক পদ্ধতি

তপা মূৰৰ সমাধান : জানো আহক ঘৰতে চুলি গজাব পৰা কেইটামান আয়ুৰ্বেদিক পদ্ধতি

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd