DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, February 1, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

নিৰ্বাচন আয়ুক্ত হিচাপে দায়িত্বভাৰ গ্ৰহণ প্ৰাক্তন বিত্তীয় সচিৱ ৰাজীৱ কুমাৰৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
September 1, 2020 5:51 pm
ৰাজীৱ কুমাৰ

ৰাজীৱ কুমাৰ

289
VIEWS
Share on FacebookShare on Twitter

প্ৰাক্তন বিত্তীয় সচিৱ ৰাজীৱ কুমাৰক মঙলবাৰে ভাৰতীয় নিৰ্বাচন আয়োগৰ নিৰ্বাচন আয়ুক্ত হিচাপে দায়িত্বভাৰ অৰ্পন কৰা হয়।

ৰাজীৱ কুমাৰ মুখ্য নিৰ্বাচন আয়ুক্ত সুনীল আৰোৰা আৰু নিৰ্বাচন আয়ুক্ত সুশীল চন্দ্ৰৰ সৈতে নিৰ্বাচন আয়োগৰ দায়িত্বভাৰ গ্ৰহণ কৰে বুলি নিৰ্বাচন আয়োগে এক বিবৃতিত প্ৰকাশ কৰে।

১৯৬০ চনৰ ১৯ ফেব্ৰুৱাৰিত জন্মগ্ৰহণ কৰা ৰাজীৱ কুমাৰে ১৯৮৪ চনত ভাৰতীয় প্ৰশাসনিক সেৱাৰ পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈছিল।

ৰাজীৱ কুমাৰ তেওঁৰ সুদীৰ্ঘ চাকৰি কালত ভালেসংখ্যক কেন্দ্ৰীয় মন্ত্ৰী তথা নিজৰ ৰাজ্যিক কেডাৰ বিহাৰ আৰু ঝাৰখণ্ডৰ মন্ত্ৰীৰ সৈতে কাম কৰিছিল।

বি এছ চি, এল এল বি, পি জি ডি এম আৰু পাব্লিক পলিচিত স্নাতকোত্তৰ ডিগ্ৰীধাৰী ৰাজীৱ কুমাৰৰ বিভিন্ন ধৰণৰ সামাজিক খণ্ড আৰু পৰিবেশৰ হকে কাম কৰাৰ দীৰ্ঘ অভিজ্ঞতা আছে।

২০২০ চনৰ ফেব্ৰুৱাৰিত ৰাজীৱ কুমাৰে বিত্ত বিভাগৰ সচিৱ পদৰ পৰা অৱসৰ গ্ৰহণ কৰিছিল।

Recent News

Massive Fire in Dhanbad

ঝাৰখণ্ডত বহুমহলীয়া অট্টালিকাত ভয়াৱহ অগ্নিকাণ্ড: ১৪ গৰাকীৰ মৃত্যু, আহত ১২ গৰাকী

Siddique Kappan

ন্যায়ালয়ৰ আদেশকো অমান্য! জামিন লাভৰ এমাহ পাছতো কাৰাৰুদ্ধ ছিদ্দিক কাপ্পান

Cancer

কেন্সাৰৰ বিষয়ে জানো আহক

Shanti Bhushan Died

প্ৰাক্তন কেন্দ্ৰীয় আইন মন্ত্ৰী, বিশিষ্ট আইনবিদ শান্তি ভূষণৰ মৃত্যু

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd