• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, October 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অইল ইণ্ডিয়াৰ প্ৰাক্তন মহাপ্ৰৱন্ধক পোনানন্দ বৰগোহাঁইৰ পৰলোকপ্ৰাপ্তি

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 12, 2025 7:06 pm
11
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মঙলবাৰে পুৱা অইল ইণ্ডিয়াৰ প্ৰাক্তন মহাপ্ৰৱন্ধক পোনানন্দ বৰোগাহাঁইৰ ৭২ বছৰৰ বয়সত গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত পৰলোক প্ৰাপ্তি ঘটে। কিছু বছৰ ধৰি দুৰাৰোগ্য কৰ্টট ৰোগত আক্ৰান্ত হৈ আছিল পোনানন্দ বৰগোহাঁই। অইল ইণ্ডিয়াৰ প্ৰাক্তন উচ্চ পদস্থ বিষয়া বৰগোহাঁয়ে মৃত্যুৰ সময়ত পত্নীসহ দুই পুত্ৰ আৰু বোৱাৰীক ইহসংসাৰত এৰি থৈ যায়।

পোনানন্দ বৰগোহাঁয়ে ১৯৫৩ চনৰ ২১ ছেপ্টম্বৰত শিৱসাগৰ জিলাৰ নাজিৰাৰ হাঁহচৰাৰ শুকতিআলিৰ এটা সম্ভ্ৰান্ত পৰিয়ালত জন্মগ্ৰহণ কৰিছিল। সৰুৰে পৰা তীক্ষ্ণ বুদ্ধিসম্পন্ন বৰগোহাঁয়ে নাজিৰাৰ পৰা সুখ্যাতিৰে স্কুলীয়া শিক্ষা সাং কৰি গুৱাহাটী অভিযান্ত্রিক মহাবিদ্যালয়ত যান্ত্রিক বিভাগত শিক্ষা গ্ৰহণ কৰে।

Apply Now

মেকানিকেল ইঞ্জিনিয়াৰিঙৰ ডিগ্ৰী লোৱাৰ পাছত তেওঁ দেশৰ অন্যতম তৈল প্ৰতিষ্ঠান অইল ইণ্ডিয়া লিমিটেডৰ খনন বিভাগত প্রশিক্ষণ অভিযন্তা হিচাপে কৰ্ম জীৱন আৰম্ভ কৰে। পিছলৈ তেওঁ অইল ইণ্ডিয়াৰ খনন বিভাগত মূৰব্বী ৰূপেও কাৰ্য নির্বাহ কৰিছিল। নিজৰ কৰ্ম দক্ষতাৰ বাবে পদোন্নতি হৈ বৰগোহাঁয়ে অইল ইণ্ডিয়া লিমিটেডৰ পৰা মহা প্ৰৱন্ধক হিচাপে অৱসৰ গ্ৰহণ কৰে। কৰ্মদক্ষ বিষয়া পোনা বৰগোহাঁইৰ নেতৃত্বতে অইল ইণ্ডিয়া লিমিটেডে বহু সফল খাৰুৱা তেল আৰু গেছৰ অনুসন্ধান সম্পন্ন কৰিবলৈ সক্ষম হৈছিল।

গহীন, গম্ভীৰ, নম্র তথা মৰমিয়াল ব্যক্তিত্বই সকলোকে মোহিত কৰা পোনানন্দ বৰগোহাঁই কলেজীয়া জীৱনত এজন সুদক্ষ খেলুৱৈ হিচাপেও পৰিচিত আছিল। তেওঁ খেলা ধূলাত পাৰদৰ্শিতা দেখুওৱাই কলেজ পৰ্যায়ত ক্রিকেট, টেনিচ ইত্যাদি খেলত আগভাগ লৈছিল। অইল ইণ্ডিয়া লিমিটেডত কৰ্মৰত অৱস্থাত বৰগোহাঁয়ে এজন দক্ষ গল্ফ খেলুৱৈ হিচাপেও প্ৰতিষ্ঠিত হৈছিল।

শিৱসাগৰৰ নাজিৰাৰ হাঁহচৰাৰ তেওঁলোকৰ পয়িলাটো অতি সম্ভ্ৰান্ত আছিল। তেওঁৰ দেউতাক জয়চন্দ্ৰ বৰগোহাঁই হাতী মহলৰ গৰাকী আছিল। ককাদেউতাকৰ দিনৰে পৰা আৰম্ভ কৰা হাতীৰ মহলটো তেওঁৰ দেউতাকে গুৰি ধৰিছিল।

জয়ন্তীয়া যুৱতী মিথিলদা বৰগোহাঁইৰ সৈতে বিবাহপাশত আৱদ্ধ হোৱা পোনা বৰগোহাঁই দুটা সন্তানৰ পিতৃ আছিল। তেওঁৰ পুত্ৰদ্বয় হ’ল ক্ৰমে কুলদ্বীপ এণ্ড্ৰিউ আৰু তুষাৰদ্বীপ থমাছ বৰগোহাঁই। কণিষ্ঠ পুত্ৰ তুষাৰদ্বীপ থমাছ বৰগোহাঁই  এগৰাকী মেকানিকেল ইঞ্জিনিয়াৰ আৰু বৰ্তমান তেওঁৰ ডুবাইৰ এটা তৈল প্ৰতিষ্ঠানত কৰ্মৰত।

অৱসৰ পাছত পোনা বৰগোহাঁয়ে গুৱাহাটীৰ গীতানগৰত বাস কৰিছিল। মৃত্যুৰ পিছত বৰগোহাঁইৰ নশ্বৰদেহ গুৱাহাটীৰ পৰা নিজ গাঁও হাঁহচৰাৰ শুকতিআলিলৈ নিয়া হয়। শুকতিআলিতে তেওঁৰ অন্ত্যেষ্টিক্রিয়া সম্পন্ন কৰা হয়। 

অতি গহীন, গম্ভীৰ, নম্র বৰ স্বভাৱৰ পোনানন্দ বৰগোহাঁইৰ মৃত্যুৱে তেওঁৰ ঘণিষ্ঠ মহলত শোকৰ ছাঁ পেলাইছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

আজি চিজেপিৰ ‘ত্ৰিৰংগা উৰাও’ কাৰ্যসূচী! উত্তপ্ত হোৱাৰ আশংকাত মাত্ৰ ১১ জনকহে অনুমতি দিল্লী আৰক্ষীৰ

আজি চিজেপিৰ ‘ত্ৰিৰংগা উৰাও’ কাৰ্যসূচী! উত্তপ্ত হোৱাৰ আশংকাত মাত্ৰ ১১ জনকহে অনুমতি দিল্লী আৰক্ষীৰ

October 16, 2026 10:33 am
মছজিদৰ ভিতৰত ‘অনৈতিক কার্য’! ছৌদি আৰৱত দুই বাংলাদেশী নাগৰিকক মৃত্যুদণ্ড

মছজিদৰ ভিতৰত ‘অনৈতিক কার্য’! ছৌদি আৰৱত দুই বাংলাদেশী নাগৰিকক মৃত্যুদণ্ড

October 16, 2026 9:37 am
আমেৰিকাৰ স্কুলত সংঘটিত নিৰ্বিচাৰ গুলীচালনাত নিহত চাৰিজন; নিহত সন্দেহজনক আক্ৰমণকাৰীও

আমেৰিকাৰ স্কুলত সংঘটিত নিৰ্বিচাৰ গুলীচালনাত নিহত চাৰিজন; নিহত সন্দেহজনক আক্ৰমণকাৰীও

October 16, 2026 8:56 am
কোনো দূৰবীণ বা সঁজুলিৰ প্ৰয়োজন নাই! অক্টোবৰতে খালী চকুৰে আকাশত দেখা যাব উল্কাবৃষ্টি

কোনো দূৰবীণ বা সঁজুলিৰ প্ৰয়োজন নাই! অক্টোবৰতে খালী চকুৰে আকাশত দেখা যাব উল্কাবৃষ্টি

October 16, 2026 7:46 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আজি চিজেপিৰ ‘ত্ৰিৰংগা উৰাও’ কাৰ্যসূচী! উত্তপ্ত হোৱাৰ আশংকাত মাত্ৰ ১১ জনকহে অনুমতি দিল্লী আৰক্ষীৰ

আজি চিজেপিৰ ‘ত্ৰিৰংগা উৰাও’ কাৰ্যসূচী! উত্তপ্ত হোৱাৰ আশংকাত মাত্ৰ ১১ জনকহে অনুমতি দিল্লী আৰক্ষীৰ

October 16, 2026 10:33 am
মছজিদৰ ভিতৰত ‘অনৈতিক কার্য’! ছৌদি আৰৱত দুই বাংলাদেশী নাগৰিকক মৃত্যুদণ্ড

মছজিদৰ ভিতৰত ‘অনৈতিক কার্য’! ছৌদি আৰৱত দুই বাংলাদেশী নাগৰিকক মৃত্যুদণ্ড

October 16, 2026 9:37 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd