• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, June 19, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

গুৱাহাটীৰ পৰা ৰহস্যজনকভাৱে সন্ধানহীন জিএমচিৰ প্ৰাক্তন কাউন্সিলাৰ, ব্যৱসায়ী কল্যাণ দাস

এন ই নাও  নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 8, 2023 9:02 am
গুৱাহাটী পৌৰ নিগমৰ প্ৰাক্তন কাউন্সিলৰ, ব্যৱসায়ী কল্যাণ দাস।

গুৱাহাটী পৌৰ নিগমৰ প্ৰাক্তন কাউন্সিলৰ, ব্যৱসায়ী কল্যাণ দাস।

1.2k
VIEWS
Share on FacebookShare on Twitter

গুৱাহাটী পৌৰ নিগমৰ প্ৰাক্তন কাউন্সিলাৰ, প্ৰতিষ্ঠিত ব্যৱসায়ী কল্যাণ দাস সন্ধানহীন হোৱাৰ খবৰ পোৱা গৈছে।

যোৱা ৬ অক্টোবৰৰ সন্ধিয়া প্ৰায় ৬ বজাৰ পৰা ছাত্ৰীবাৰী অঞ্চলৰ পৰা ৰহস্যজনকভাৱে নিৰুদ্দেশ হৈ আছে দাস। তেওঁৰ বয়স বৰ্তমান ৬০ বছৰ বুলি জানিব পৰা গৈছে।

লগতে পঢ়কঃ চৰকাৰী শিক্ষানুষ্ঠানত শেষ গজাল মৰাত ব্যস্ত বিজেপি চৰকাৰ

মহানগৰীৰ বাসিন্দা কল্যাণ দাস  পানবজাৰৰ এগৰাকী সৰবৰহী ব্যক্তি হিচাপে সুপৰিচিত আছিল দাস।

দাস পেছাত এগৰাকী ব্যৱসায়ী আৰু গুৱাহাটী মহানগৰীৰ পান বজাৰ অঞ্চলৰ মতিলাল নেহৰু পথৰ প্ৰসিদ্ধ আনন্দ ভাণ্ডাৰৰ (বৰ্তমান বন্ধ) স্বত্বাধিকাৰী আছিল।

বৰ্তমান কল্যাণ দাস অন্য ব্যৱসায়ত জড়িত হৈ আছিল।

লগতে পঢ়কঃনামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পত আঘাতপ্ৰাপ্ত ৪ জন শ্ৰমিক, ঘটনাক গাপ দিয়াৰ অভিযোগ

কোনোবাই তেওঁৰ সন্ধান পালে 8720 901066 নম্বৰত যোগাযোগ কৰিবলৈ পৰিয়ালৰ তৰফৰ পৰা অনুৰোধ জনাইছে। 

Recent News

অসমত সাম্প্ৰদায়িক হিংসা বিয়পোৱাৰ অপচেষ্টাঃ  ধুবুৰীত ৩০ জন, লখিমপুৰত ৫জনক গ্ৰেপ্তাৰ

অসমত সাম্প্ৰদায়িক হিংসা বিয়পোৱাৰ অপচেষ্টাঃ  ধুবুৰীত ৩০ জন, লখিমপুৰত ৫জনক গ্ৰেপ্তাৰ

অত্যন্ত গৰমত শৰীৰটো সুস্থ কৰি ৰাখিবলৈ খাওক এইসমূহ খাদ্য, লাভ কৰিব যথেষ্ট সুফল…

অত্যন্ত গৰমত শৰীৰটো সুস্থ কৰি ৰাখিবলৈ খাওক এইসমূহ খাদ্য, লাভ কৰিব যথেষ্ট সুফল…

আহমেদাবাদৰ বিমান দুৰ্ঘটনাঃ ডিএনএ পৰীক্ষাৰ দ্বাৰা নিশ্চিত মণিপুৰৰ লামনুন্থেম চিংছনৰ পৰিচয়

আহমেদাবাদৰ বিমান দুৰ্ঘটনাঃ ডিএনএ পৰীক্ষাৰ দ্বাৰা নিশ্চিত মণিপুৰৰ লামনুন্থেম চিংছনৰ পৰিচয়

পিতৃ হত্যাৰ সাক্ষী ৯ বছৰীয়া কিশোৰ; প্ৰেমিকৰ সৈতে ষড়যন্ত্ৰ কৰি দুষ্কাৰ্য মাতৃৰ!

পিতৃ হত্যাৰ সাক্ষী ৯ বছৰীয়া কিশোৰ; প্ৰেমিকৰ সৈতে ষড়যন্ত্ৰ কৰি দুষ্কাৰ্য মাতৃৰ!

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd