• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, September 11, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

হৃদৰোগত আক্ৰান্ত হৈ পৰলোকপ্ৰাপ্তি ভাৰতৰ প্ৰাক্তন ক্ৰিকেটাৰ দিলীপ দোশীৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 24, 2025 10:09 am
5
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰ দিলীপ দোশীৰ পৰলোকপ্ৰাপ্তি ঘটিছে। সোমবাৰে লণ্ডনত হৃদৰোগত আক্ৰান্ত হৈ শেষ নিশ্বাস ত্যাগ কৰে দোশীয়ে। তেওঁৰ বয়স আছিল ৭৭ বছৰ।

ভাৰতীয় বাওঁহতীয়া প্ৰাক্তন স্পিনাৰগৰাকীয়ে ৩৩খন টেষ্ট আৰু ১৫খন এদিনীয়া মেচ খেলিছিল। ১৯৭৯ চনত দেশৰ হৈ অভিষেক ঘটোৱা দোশীয়ে ১৯৮৩ চনত অন্তিমখন আন্তঃৰাষ্ট্ৰীয় মেচ খেলিছিল। তেওঁৰ নামত ১১৪ টা টেষ্ট উইকেট আৰু ২২ টা এদিনীয়া উইকেট আছে।

Apply Now

১৯৪৭ চনৰ ২২ ডিচেম্বৰত ৰাজকোটত জন্মগ্ৰহণ কৰা দোশীয়ে ৩২ বছৰ বয়সত চেন্নাইত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে টেষ্ট খেলত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত অভিষেক ঘটায়। সেই টেষ্টত প্ৰথম ইনিংছত ১০৩ ৰানত ৬টা উইকেট দখল কৰিছিল।

অভিষেক টেষ্টত এটা ইনিংছত ৫ বা তাতকৈ অধিক উইকেট দখল কৰাৰ কৃতিত্ব মাত্ৰ ৯ গৰাকী ভাৰতীয়ৰ আছে। দোশী তাৰ ভিতৰত অন্যতম। এৰাপল্লী প্ৰসন্ন, ভাগৱত চন্দ্ৰশেখৰ, শ্ৰীনিবাসৰাঘৱন ভেংকটাৰঘৱন আৰু বিষান সিং বেদীৰ পিছত দোশীয়ে ভাৰতীয় ক্ৰিকেটত স্পিন আক্ৰমণৰ দায়িত্ব গ্ৰহণ কৰিছিল।

তেওঁ প্ৰথম শ্ৰেণীৰ ক্ৰিকেটত বংগ আৰু সৌৰাষ্ট্ৰৰ হৈ খেলিছিল। ইংলেণ্ডত নটিংহামশ্বাৰ আৰু ৱাৰউইকশ্বাৰৰ হৈ কাউন্টি ক্ৰিকেট খেলিছিল। মুঠতে প্ৰথম শ্ৰেণীৰ ক্ৰিকেটত তেওঁৰ ৮৯৮টা উইকেট আছে।

ভাৰতৰ সৰ্বকালৰ অন্যতম শ্ৰেষ্ঠ স্পিনাৰ অনিল কুম্বলেই তেওঁৰ মৃত্যুত শোক প্ৰকাশ কৰিছে। এক্স হেণ্ডেলত কুম্বলেই লিখিছে, “দিলীপ ভাইৰ মৃত্যুৰ খবৰটো হৃদয়বিদাৰক। ভগৱানে তেওঁৰ পৰিয়াল আৰু নিকট আত্মীয়ক শক্তি দিয়ক।” মৃত্যুৰ সময়ত দোশীয়ে পত্নী কালিন্দি, পুত্ৰ নয়ন আৰু কন্যা বিশাখাক এৰি থৈ যায়।

যোৱা মাহত দোশীয়ে লণ্ডনত অষ্ট্ৰেলিয়া আৰু দক্ষিণ আফ্ৰিকাৰ মাজত অনুষ্ঠিত হোৱা বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলো চাইছিল। ভাৰতীয় ক্ৰিকেট ব’ৰ্ডৰ বাৰ্ষিক বঁটা প্ৰদান অনুষ্ঠানতো তেওঁ উপস্থিত আছিল।

স্বাভিমানী দোশীয়ে ক্ৰিকেটক নীৰৱে বিদায় দিলে। সেই সময়ত ভাৰতীয় ক্ৰিকেট চলোৱাৰ ধৰণ-কৰণত দোশীয়ে একমত হ’ব পৰা নাছিল। তেওঁৰ পুত্ৰ নয়নো ক্ৰিকেটাৰ। তেওঁ ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু আৰু ৰাজস্থান ৰয়েলছৰ হৈ আই পি এলত খেলিছে। নয়নে ভাৰতৰ সৌৰাষ্ট্ৰৰ হৈ আৰু ইংলেণ্ডৰ ডাৰ্বিশ্বাইৰ আৰু ছাৰেৰ হৈও খেলিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ছ’চিয়েল মিডিয়াত শিশুক যৌন নিৰ্যাতনৰ পৰা ৰক্ষা কৰা কেনেকৈ সম্ভৱ? কেন্দ্ৰক জাননী উচ্চতম ন্যায়ালয়ৰ

ছ’চিয়েল মিডিয়াত শিশুক যৌন নিৰ্যাতনৰ পৰা ৰক্ষা কৰা কেনেকৈ সম্ভৱ? কেন্দ্ৰক জাননী উচ্চতম ন্যায়ালয়ৰ

September 11, 2026 11:32 am
দিল্লীত মণিপুৰী সংগীত শিল্পীক প্ৰহাৰ কৰি হত্যা; স্মৃতিচাৰণ সভাত ক্ষোভ উজাৰিলে ৰাহুল গান্ধীয়ে!

দিল্লীত মণিপুৰী সংগীত শিল্পীক প্ৰহাৰ কৰি হত্যা; স্মৃতিচাৰণ সভাত ক্ষোভ উজাৰিলে ৰাহুল গান্ধীয়ে!

September 11, 2026 10:31 am
ব্ৰিকছ শীৰ্ষ সন্মিলনত অংশগ্ৰহণ কৰিবলৈ ভাৰতত উপস্থিত পুটিন; চৰ্চাত মোডীৰ সৈতে দ্বিপাক্ষিক বৈঠক

ব্ৰিকছ শীৰ্ষ সন্মিলনত অংশগ্ৰহণ কৰিবলৈ ভাৰতত উপস্থিত পুটিন; চৰ্চাত মোডীৰ সৈতে দ্বিপাক্ষিক বৈঠক

September 11, 2026 9:34 am
পাৰমাণৱিক অস্ত্ৰতকৈও ডাঙৰ ভাবুকি এআই! পদত্যাগ কৰিয়েই বিস্ফোৰণ এন্থ্ৰ’পিকৰ প্ৰাক্তন গৱেষকৰ

পাৰমাণৱিক অস্ত্ৰতকৈও ডাঙৰ ভাবুকি এআই! পদত্যাগ কৰিয়েই বিস্ফোৰণ এন্থ্ৰ’পিকৰ প্ৰাক্তন গৱেষকৰ

September 11, 2026 8:25 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ছ’চিয়েল মিডিয়াত শিশুক যৌন নিৰ্যাতনৰ পৰা ৰক্ষা কৰা কেনেকৈ সম্ভৱ? কেন্দ্ৰক জাননী উচ্চতম ন্যায়ালয়ৰ

ছ’চিয়েল মিডিয়াত শিশুক যৌন নিৰ্যাতনৰ পৰা ৰক্ষা কৰা কেনেকৈ সম্ভৱ? কেন্দ্ৰক জাননী উচ্চতম ন্যায়ালয়ৰ

September 11, 2026 11:32 am
দিল্লীত মণিপুৰী সংগীত শিল্পীক প্ৰহাৰ কৰি হত্যা; স্মৃতিচাৰণ সভাত ক্ষোভ উজাৰিলে ৰাহুল গান্ধীয়ে!

দিল্লীত মণিপুৰী সংগীত শিল্পীক প্ৰহাৰ কৰি হত্যা; স্মৃতিচাৰণ সভাত ক্ষোভ উজাৰিলে ৰাহুল গান্ধীয়ে!

September 11, 2026 10:31 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd