• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 21, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

গুৱাহাটীত বিস্ফোৰক শতকীয় ইনিংছ খেলা মংগিয়া হ’ব অসম ক্ৰিকেট দলৰ প্ৰশিক্ষক!

এন ই নাও নিউজ by এন ই নাও নিউজ
June 10, 2019 8:10 pm
dinesh-mongia-

ইন্টাৰনেটৰ পৰা সংগৃহীত

3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আগন্তুক ঘৰুৱা ক্ৰিকেট ছিজনত অসমৰ ছিনিয়ৰ ক্ৰিকেট দলটোৰ প্ৰদৰ্শন যাতে বিগত ছিজন সমূহৰ তুলনাত উন্নতমানৰ হয় তাৰ প্ৰতি লক্ষ্য ৰাখি অসম ক্ৰিকেট সন্থা (এ চি এ)ই নিযুক্তি দিব এগৰাকী বেটিং প্ৰশিক্ষক। ইয়াৰ বাবে ইতিমধ্যে দেশৰ প্ৰায় ৪০ গৰাকীয়ে ছিনিয়ৰ দলটোৰ প্ৰশিক্ষকৰ দায়িত্ব ল’বলৈ আগ্ৰহ প্ৰকাশ কৰা পৰিলক্ষিত হৈছে।

প্ৰশিক্ষকৰ দায়িত্ব ল’বলৈ আগ্ৰহ প্ৰকাশ কৰা ৪০ গৰাকীৰ ভিতৰত দুজন প্ৰাক্তন আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটাৰৰ নামেই এতিয়া শীৰ্ষত থকা বুলি অসম ক্ৰিকেট সন্থাৰ এক সূত্ৰই জানিবলৈ দিয়ে। ইয়াৰে এজন হৈছে দীনেশ মংগিয়া আৰু আন এজন হৈছে অজয় ৰাত্ৰা।

Apply Now

অসম ক্ৰিকেট সন্থাই প্ৰশিক্ষক নিযুক্তিৰ বাবে যোৱা ৭ জুনৰ পৰা আয়োজন কৰা সাক্ষাৎকাৰত এই দুগৰাকী প্ৰাক্তন খেলুৱৈৰ উপৰি জাকাৰিয়া জাফ্ৰিয়েও অংশগ্ৰহণ কৰে। মুঠ ৬০ গৰাকীয়ে আবেদন জনাইছিল যদিও ৪০ গৰাকীহে সাক্ষাৎকাৰত অংশগ্ৰহণ কৰিছে।

বাকী ২০ গৰাকীৰ বাবে অহা ১৪ জুনত পুনৰ সাক্ষাৎকাৰ অনুষ্ঠিত কৰিব বুলি এ চি এৰ তৰফৰ পৰা জানিবলৈ দিয়ে। আৰু ইয়াৰ পিছতে অৰ্থাৎ ১৫ জুনত অসমৰ ছিনিয়ৰ ক্ৰিকেট দলৰ প্ৰশিক্ষকৰ নাম আনুষ্ঠানিকভাৱে ঘোষণা কৰাৰ সম্ভাৱনা আছে।

উল্লেখযোগ্য যে প্ৰশিক্ষকৰ দৌৰৰ শীৰ্ষত থকা তথা এ চি এৰ পচন্দ দীনেশ মংগিয়াই ভাৰতৰ হৈ ৫৭ খন এদিনীয়া মেচত অংশ লৈ ৪টা অৰ্ধশতক আৰু এটা শতকেৰে মুঠ ১২৩০ ৰান সংগ্ৰহ কৰিছিল। মন কৰিব লগীয়া যে মংগিয়াই কেৰিয়াৰৰ একমাত্ৰ শতকীয় ইনিংছটো খেলিছিল গুৱাহাটীত। জিম্বাব’ৱেৰ বিৰুদ্ধে গুৱাহাটীৰ নেহৰু ষ্টেড়িয়ামত অনুষ্ঠিত মেচখনত তেওঁ ১৫৯ ৰানৰ বিস্ফোৰক ইনিংছ খেলিছিল।

আনহাতে অজয় ৰাত্ৰাই ভাৰতৰ হৈ ছয়খন টেষ্ট আৰু ১২খন এদিনীয়া মেচ খেলিছিল। আন্তঃৰাষ্ট্ৰীয় কেৰিয়াৰত বিশেষ সফলতা অৰ্জন কৰিবলৈ সক্ষম নোহোৱা ৰাত্ৰাই ফাৰ্ষ্টক্লাছ কেৰিয়াৰত কিছু পৰিমানে সফল হ’বলৈ সক্ষম হয়।

এতিয়া এই দুগৰাকী প্ৰাক্তন আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটাৰৰ মাজৰ পৰা কোনজনক অসম ক্ৰিকেট দলৰ প্ৰশিক্ষকৰ দায়িত্বভাৰ অৰ্পণ কৰে সেয়া লক্ষ্যণীয় হ’ব।

এন ই নাও নিউজ

এন ই নাও নিউজ

নিউজ, নৰ্থ-ইষ্ট নাও

Stay Connected

  • 117k Fans

Recent News

মোডীৰ জন্মদিনত চাকি প্ৰজ্বলন নকৰাৰ বাবে ৫০০ টকা জৰিমনা! বিতৰ্কত উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান IIM

মোডীৰ জন্মদিনত চাকি প্ৰজ্বলন নকৰাৰ বাবে ৫০০ টকা জৰিমনা! বিতৰ্কত উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান IIM

September 21, 2026 12:56 pm
আজি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৮ সংখ্যক আবিৰ্ভাৱ তিথি; গুৰুবন্দনাৰে মুখৰিত ৰাজ্য

আজি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৮ সংখ্যক আবিৰ্ভাৱ তিথি; গুৰুবন্দনাৰে মুখৰিত ৰাজ্য

September 21, 2026 12:12 pm
নগাঁও লোকসভাৰ উপ-নিৰ্বাচনৰ বাবে ৪০ গৰাকী তাৰকা প্ৰচাৰকৰ নাম প্ৰকাশ কৰিলে কংগ্ৰেছে

নগাঁও লোকসভাৰ উপ-নিৰ্বাচনৰ বাবে ৪০ গৰাকী তাৰকা প্ৰচাৰকৰ নাম প্ৰকাশ কৰিলে কংগ্ৰেছে

September 21, 2026 11:03 am
টৰন্টোত দৃষ্টি কাঢ়িলে নাগালেণ্ডৰ কাহিনীয়ে; প্লেটফৰ্ম বঁটা লাভ থেজা ৰিঅ’ৰ প্ৰথমখন ছবি ‘আংঘ’ৰ

টৰন্টোত দৃষ্টি কাঢ়িলে নাগালেণ্ডৰ কাহিনীয়ে; প্লেটফৰ্ম বঁটা লাভ থেজা ৰিঅ’ৰ প্ৰথমখন ছবি ‘আংঘ’ৰ

September 21, 2026 10:23 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মোডীৰ জন্মদিনত চাকি প্ৰজ্বলন নকৰাৰ বাবে ৫০০ টকা জৰিমনা! বিতৰ্কত উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান IIM

মোডীৰ জন্মদিনত চাকি প্ৰজ্বলন নকৰাৰ বাবে ৫০০ টকা জৰিমনা! বিতৰ্কত উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান IIM

September 21, 2026 12:56 pm
আজি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৮ সংখ্যক আবিৰ্ভাৱ তিথি; গুৰুবন্দনাৰে মুখৰিত ৰাজ্য

আজি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৮ সংখ্যক আবিৰ্ভাৱ তিথি; গুৰুবন্দনাৰে মুখৰিত ৰাজ্য

September 21, 2026 12:12 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd