DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 6, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

জম্মু আৰু কাশ্মীৰৰ প্ৰাক্তন ৰাজ্যপাল জগমোহনৰ পৰলোকপ্ৰাপ্তি

এন ই নাও নিউজ by এন ই নাও নিউজ
May 4, 2021 11:51 am
WhatsApp Image 2021-05-04 at 11.02.26 AM

জগমোহন মালহোত্ৰা। ফাইল ফটো।

195
VIEWS
Share on FacebookShare on Twitter

জম্মু আৰু কাশ্মীৰৰ প্ৰাক্তন ৰাজ্যপাল জগমোহনৰ সোমবাৰে মাজনিশা দিল্লীত পৰলোকপ্ৰাপ্তি ঘটিছে। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৯৪বছৰ।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মঙলবাৰে প্ৰাক্তন ৰাজ্যপালগৰাকীৰ বিয়োগত সোক ব্যক্ত কৰে।

প্ৰধানমন্ত্ৰী মোদীয়ে জগমোহনৰ মৃত্যু ৰাষ্ট্ৰৰ বাবে বৃহৎ ক্ষতি বুলি উল্লেখ কৰিছে।

প্ৰধানমন্ত্ৰীয়ে টুইট কৰি লিখিছে,’’ জগমোহন ডাঙৰীয়াৰ বিয়োগ ৰাষ্ট্ৰৰ বাবে এক বৃহৎ ক্ষতি। তেওঁ এগৰাকী দক্ষ প্ৰশাসক আৰু এগৰাকী প্ৰসিদ্ধ পণ্ডিত আছিল। তেওঁ সদায় ভাৰতৰ বিকাশৰ বাবে কাম কৰিছিল।‘’

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহেও জগমোহনৰ বিয়োগত শোকপ্ৰকাশ কৰিছে।

জগমোহনক ১৯৭১চনত পদ্মশ্ৰী, ১৯৭৭চনত পদ্মভূষণ আৰু ২০১৬চনত পদ্মবিভূষণ সন্মানেৰে সন্মানিত কৰা হয়।

তেওঁ দুটাকৈ কাৰ্যকালৰ বাবে জম্মু আৰু কাশ্মীৰৰ ৰাজ্যপাল হিচাপে সেৱা আগবঢ়াইছিল।

তেওঁ প্ৰথমবাৰৰ বাবে ১৯৮৪চনৰ পৰা ১৯৮৯চনলৈ জম্মু আৰু কাশ্মীৰৰ ৰাজ্যপাল কাৰ্যনিৰ্বাহ কৰাৰ পাছত পুনৰ ১৯৯০ চনৰ জানুৱাৰীৰ মাহৰ পৰা ১৯৯০চনৰ মে’ মাহলৈকে দ্বিতীয়টো কাৰ্যকাল চম্ভালিছিল।

Jagmohan Ji’s demise is a monumental loss for our nation. He was an exemplary administrator and a renowned scholar. He always worked towards the betterment of India. His ministerial tenure was marked by innovative policy making. Condolences to his family and admirers. Om Shanti.

— Narendra Modi (@narendramodi) May 4, 2021

জগমোহন ১৯৯৬চনত প্ৰথমবাৰ লোকসভালৈ নিৰ্বাচিত হৈছিল। তেওঁ কেন্দ্ৰীয় নগৰ উন্নয়ন আৰু পৰ্যটন বিভাগৰ মন্ত্ৰী হিচাপেও সেৱা আগবঢ়াইছিল।

১৯২৭চনৰ ২৫ ছেপ্টেম্বৰত জন্মগ্ৰহণ কৰা জগমোহন মালহোত্ৰা জগমোহন নামেৰেই জনপ্ৰিয় আছিল।

তেওঁ এগৰাকী প্ৰাক্তন অসামৰিক সেৱাৰ বিষয়া আছিল আৰু কেইবাটাও শীৰ্ষ পদত কাৰ্যনিৰ্বাহ কৰিছিল।

Recent News

কলিয়াবৰৰ বেঙেনাআটিত অঘটন, শৌচালয়ৰ টেংকীত আবদ্ধ হৈ দুই শ্ৰমিকৰ মৃত্যু

কলিয়াবৰৰ বেঙেনাআটিত অঘটন, শৌচালয়ৰ টেংকীত আবদ্ধ হৈ দুই শ্ৰমিকৰ মৃত্যু

যন্ত্ৰচালিত গণতন্ত্ৰ

যন্ত্ৰচালিত গণতন্ত্ৰ

Boys missing in Brahmaputra river গুৱাহাটীত পুনৰ অঘটন; ব্ৰহ্মপুত্ৰত সন্ধানহীন ১২ বছৰীয়া শিশুসহ এজন যুৱক

Boys missing in Brahmaputra river গুৱাহাটীত পুনৰ অঘটন; ব্ৰহ্মপুত্ৰত সন্ধানহীন ১২ বছৰীয়া শিশুসহ এজন যুৱক

Naughtiest Wedding Pictures

বিবাহ অনুষ্ঠানৰ কেইখনমান আলোড়নকাৰী ফটো

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd