• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Friday, January 22, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

দিল্লীৰ হিংসা: আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে জৱহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ ওমৰ খালিদক

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , September 14, 2020 11:59 am

2 min read

umar-khali
9.2k
VIEWS
Share on FacebookShare on Twitter

চলিত বৰ্ষৰ ফেব্ৰুৱাৰী মাহত উত্তৰ-পূব দিল্লীত ‘কা’ বিৰোধী আন্দোলনৰ সময়ত সংঘটিত হিংসাত্মক ঘটনা সন্দৰ্ভত দিল্লী আৰক্ষীৰ বিশেষ শাখাই দিল্লীৰ জৱহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ ওমৰ খালিদক গ্ৰেপ্তাৰ কৰিছে।

১১ ঘণ্টা ধৰি জেৰা চলোৱাৰ অন্তত আৰক্ষীয়ে খালিদক গ্ৰেপ্তাৰ কৰে।

খালিদৰ বিৰুদ্ধে আৰক্ষীয়ে জনতাক হিংসাত্মক কাৰ্যত লিপ্ত হব’লৈ উচটনি দিয়াৰ অভিযোগ উত্থাপন কৰিছে।

বিশেষকৈ মাৰ্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্প ভাৰতলৈ আহোতে ওমৰ খালিদে মানুহক ৰাজপথলৈ ওলাই আহি হিংসাত জৰিত হ’বলৈ উচটনি দিয়া বুলি আৰক্ষীয়ে কৈছে।

ইপিনে ‘কা’ বিৰোধী আন্দোলনৰ সময়ত দিল্লীত সংঘটিত হিংসাত্মক ঘটনা সন্দৰ্ভত দিল্লী আৰক্ষীয়ে কালি অভিযোগনামা দাখিল কৰিছে।

লক্ষ্যণীয় ভাবে আৰক্ষীয়ে দাখিল কৰা অভিযোগনামাত ২৩-২৬ ফেব্ৰুৱাৰীৰ ভিতৰত উত্তৰ-পূৱ দিল্লীত সংঘটিত হিংসাত্মক ঘটনাত জৰিত বুলি নাম উল্লেখ কৰা হৈছে চিপিএমৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক সীতাৰাম য়েচুৰী, স্বৰাজ অভিযানৰ নেতা যোগেন্দ্ৰ যাদৱ, দিল্লী বিশ্ববিদ্যালয়ৰ অধ্যাপক অপূৰ্বানন্দ, বিশিষ্ট অৰ্থনীতিবিদ জয়তী ঘোষ, তথ্য চিত্ৰ নিৰ্মাতা ৰাহুল ৰয় আদিৰ নাম।

এইসকল ব্যক্তিয়ে উত্তৰ-পূব দিল্লীত ‘কা’ বিৰোধী আন্দোলনৰ সময়ত আন্দোলনকাৰীসকলক হিংসাত জৰিত হ’বলৈ উচটনি দিয়াৰ অভিযোগ কৰা হৈছে।

ইতিমধ্যে দিল্লীৰ হিংসাত্মক ঘটনা সন্দৰ্ভত দিল্লী আৰক্ষীয়ে অসমৰ ছাত্ৰী দেৱাংগনা কলিতাৰ লগতে আন কেইবাগৰাকীও লোকক গ্ৰেপ্তাৰ কৰিছে।

ইপিনে অভিযোগনামাত সীতাৰাম য়েচুৰীৰ দৰে লোকৰ নাম সন্নিবিষ্ট কৰাৰ আঁৰত বিজেপি চৰকাৰৰ ষড়যন্ত্ৰ নিহিত থকা বুলি অভিযোগ কৰিছে কংগ্ৰেছকে ধৰি তৃমমূল কংগ্ৰেছ আৰু অন্যান্য বিৰোধী দলে।

কংগ্ৰেছৰ নেতা জয়ৰাম ৰমেশে এই প্ৰসংগত মন্তব্য কৰি কয় যে সীতাৰাম য়েচুৰীৰ দৰে লোকসকল ক্ষমতাত থকা স্বাৰ্থপৰ সকলতকৈ অধিক দেশভক্ত।

Recent News

মিজোৰামত অসম ৰাইফলছৰ অভিযানত বৃহৎ পৰিমাণৰ অস্ত্ৰ উদ্ধাৰ

মিজোৰামত অসম ৰাইফলছৰ অভিযানত বৃহৎ পৰিমাণৰ অস্ত্ৰ উদ্ধাৰ

a ben

ভাৰতৰ সৈতে কেনে সম্পৰ্ক ৰক্ষা কৰিব বিচাৰে মাৰ্কিন ৰাষ্ট্ৰপতি বিদেনে, মোদীক কৰিবনে ফোন?

৩১ জানুৱাৰিৰ পূৰ্বে পাকিস্তানক ৫ লাখ কোভিড ভেকচিন উপহাৰ দিব চীনে

৩১ জানুৱাৰিৰ পূৰ্বে পাকিস্তানক ৫ লাখ কোভিড ভেকচিন উপহাৰ দিব চীনে

হাজোত বিজেপি চৰকাৰৰ বিৰুদ্ধে ব্লক কংগ্ৰেছৰ তীব্ৰ প্ৰতিবাদ

হাজোত বিজেপি চৰকাৰৰ বিৰুদ্ধে ব্লক কংগ্ৰেছৰ তীব্ৰ প্ৰতিবাদ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd