• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

দীপাৱলীত বিদ্যুত চুৰি কৰি লাইটেৰে সজাইছিল ঘৰ! কৰ্ণাটকৰ প্ৰাক্তন মুখ্যমন্ত্ৰীক ৬৮ হাজাৰ টকাৰ জৰিমনা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 18, 2023 4:49 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কৰ্ণাটকৰ প্ৰাক্তন মুখ্যমন্ত্ৰী এইচ ডি কুমাৰ স্বামীয়ে দীপাৱলীৰ দিনা নিজৰ ঘৰখন লাইটেৰে সজাবলৈ অবৈধভাবে বিদ্যুৎ সংযোগ কৰাৰ অভিযোগ উত্থাপন হৈছে। 

কৰ্ণাটকৰ প্ৰাক্তন মুখ্যমন্ত্ৰী এইচ ডি দেৱগৌডাৰ পুত্ৰ কুমাৰ স্বামীয়ে শুকুৰবাৰে কয় যে বেংগালুৰুৰ জে পি নগৰ অঞ্চলত থকা তেওঁৰ বাসগৃহত পোহৰ দিবলৈ পথটোৰ ৰাজহুৱা শক্তি সেৱাৰ পৰা লাইন লোৱা হৈছে। এই ‘অবৈধ’ বিদ্যুৎ ব্যৱহাৰৰ বাবে তেওঁ ৬৮ হাজাৰ ৫২৬ টকা জৰিমনা ভৰিবলগীয়া হৈছে। কিন্তু এই জৰিমনা যি ধৰণে গণনা কৰা হৈছে, তাত বহুত আপত্তি আছে বুলিও তেওঁ কয়। 

Apply Now

কুমাৰস্বামীয়ে দাবী কৰে যে ৰাজ্যত কংগ্ৰেছ চৰকাৰৰ বিৰুদ্ধে কথা কোৱাৰ বাবে তেওঁৰ বিৰুদ্ধে ‘ষড়যন্ত্ৰ’ চলিছে। তেওঁ ৰাজনৈতিক ষড়যন্ত্ৰৰ বলি।

কুমাৰস্বামীয়ে বেংগালুৰু বিদ্যুৎ যোগান কোম্পানী লিমিটেডৰ সহকাৰী কাৰ্যবাহী অভিযন্তালৈ এখন পত্ৰ প্ৰেৰণ কৰে। সেই চিঠিখনত তেওঁ কয়, ‘মোৰ কৰ্মচাৰীয়ে দীপাৱলীৰ দিনা জে পি নগৰৰ বাসগৃহটো লাইটেৰে সজাবলৈ এজন ইলেক্ট্ৰিচিয়ানক নিয়োগ কৰিছিল। মই ঘৰত নথকা সময়ত তেওঁ এই কামটো কৰিছিল আৰু ঘৰৰ সন্মুখৰ বিদ্যুতৰ খুঁটা এটাত হুক কৰি দিছিল কেৱল লাইটবোৰ পৰীক্ষা কৰিবলৈ।”

লগতে তেওঁ সেই চিঠিখনত কৈছে, “সেই কাম যেতিয়া সম্পূৰ্ণ হৈছিল, সেই সময়ত মই ৰমংগানা জিলাৰ বিদাৰীত থকা মোৰ ঘৰত আছিলো। ঘূৰি অহাৰ পিছত যি এই কথা গম পালোঁ, সেই মুহূৰ্ততে মই মোৰ শ্ৰমিকসকলক ৰাস্তাৰ বিদ্যুতৰ খুঁটাটোৰ পৰা তাঁৰ কাটিবলৈ আদেশ দিলোঁ । ইলেক্ট্ৰিচিয়ানজনে মোৰ অজ্ঞাতে স্বতন্ত্ৰভাৱে এই কাম কৰিলে।” 

জেডিইউৰ নেতাগৰাকীৰ বিৰুদ্ধে ৰুজু হোৱা গোচৰৰ আঁৰত ৰাজ্যৰ শাসকীয় দল আছে বুলি অভিযোগ উত্থাপন কৰে। ৰাজ্যৰ প্রাক্তন মুখ্যমন্ত্রীগৰাকীয়ে কয়, ‘ৰাজ্যৰ বর্তমান চৰকাৰৰ ক্ষমতাৰ উৎসৰ অপব্যৱস্থাপনাৰ অভিযোগ উত্থাপন কৰি অহৰহ টুইট আৰু সংবাদমেল অনুষ্ঠিত কৰাৰ বাবে মোৰ বিৰুদ্ধে ৰাজনৈতিক ষড়যন্ত্র চলিছে৷ আনকি ৰাজ্যৰ মুৰব্বী, মুখ্যমন্ত্রী-উপমুখ্যমন্ত্রীয়েও মোৰ বিৰুদ্ধে শক্তি চুৰিৰ অভিযোগ উত্থাপন কৰি বক্তব্য দিছে৷”

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

July 10, 2026 6:38 pm
ধৰ্মান্তৰকৰণৰ হেঁচা, মূৰত লেপটপেৰে আঘাত! উজবেকিস্তানত কেৰালাৰ ছাত্ৰীৰ কৰুণ মৃত্যু

ধৰ্মান্তৰকৰণৰ হেঁচা, মূৰত লেপটপেৰে আঘাত! উজবেকিস্তানত কেৰালাৰ ছাত্ৰীৰ কৰুণ মৃত্যু

July 10, 2026 6:10 pm
উচ্চতম ন্যায়ালয়ত উত্তপ্ত পৰিস্থিতি: ন্যায়াধীশৰ ফালে কাগজ দলিয়ালে আবেদনকাৰীয়ে, মুখ্য ন্যায়াধীশক অসভ্য আচৰণ

উচ্চতম ন্যায়ালয়ত উত্তপ্ত পৰিস্থিতি: ন্যায়াধীশৰ ফালে কাগজ দলিয়ালে আবেদনকাৰীয়ে, মুখ্য ন্যায়াধীশক অসভ্য আচৰণ

July 10, 2026 5:29 pm
মৃত্যুৰ ভয় নাই, ডিচেম্বৰত বাংলাদেশলৈ উভতি গৈ আদালতত আত্মসমৰ্পণ কৰিব শ্বেখ হাছিনাই

মৃত্যুৰ ভয় নাই, ডিচেম্বৰত বাংলাদেশলৈ উভতি গৈ আদালতত আত্মসমৰ্পণ কৰিব শ্বেখ হাছিনাই

July 10, 2026 4:56 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

July 10, 2026 6:38 pm
ধৰ্মান্তৰকৰণৰ হেঁচা, মূৰত লেপটপেৰে আঘাত! উজবেকিস্তানত কেৰালাৰ ছাত্ৰীৰ কৰুণ মৃত্যু

ধৰ্মান্তৰকৰণৰ হেঁচা, মূৰত লেপটপেৰে আঘাত! উজবেকিস্তানত কেৰালাৰ ছাত্ৰীৰ কৰুণ মৃত্যু

July 10, 2026 6:10 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd