• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Tuesday, January 26, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

যোৰহাট জিলা প্ৰশাসনক প্ৰাক্তন বিধায়ক ৰাণা গোস্বামীৰ কঠোৰ সমালোচনা

NE NOW NEWS স্মিতা ভট্টাচাৰ্য্য
যোৰহাট , November 19, 2019 9:17 am

1 min read

যোৰহাট জিলা প্ৰশাসনক প্ৰাক্তন বিধায়ক ৰাণা গোস্বামীৰ কঠোৰ সমালোচনা

ৰাণা গোস্বামীৰ ফাইল ফটো

13.9k
VIEWS
Share on FacebookShare on Twitter

যোৰহাটৰ প্ৰাক্তন কংগ্ৰেছী বিধায়ক ৰাণা গোস্বামীয়ে সোমবাৰে বিভিন্ন বিষয়কলৈ এখন সংবাদমেল সম্বোধন কৰি জিলা প্ৰশাসনক চোকা সমালোচনা কৰে।

মাহে এক চিণ্ডিকেট চক্ৰক ১৫০টকাকৈ দিব লাগে বুলি যোৰহাট নগৰৰ টেম্পো চালকসকলৰ পৰা তেওঁ আপত্তি পোৱা বুলি উল্লেখ কৰি প্ৰাক্তন বিধায়ক গৰাকীয়ে উক্ত ধনৰ ভাগ শাসকীয় দলৰ মন্ত্ৰী-বিধায়কৰ জেপলৈ যায় বুলি কয়।

তেওঁ কয়, ‘টেম্পো, অটো চলোৱাৰ বাবে যিসকল নিবনুৱা যুৱকক লাইচেঞ্চ দিয়া হৈছিল তেওঁলোকে এতিয়া এটা চিণ্ডিকেটক ১৫০টকাকৈ দিব লাগে আৰু জিলা প্ৰশাসনে ইয়াক ৰোধ কৰাত সমপূৰ্ণৰূপে বিফল হৈছে।‘

ইয়াৰ উপৰি কয়লা ট্ৰাকসমূহৰ পৰা ধন দাবী কৰি অহা কয়লাৰ চিণ্ডিকেটক নাকি লগোৱাতো জিলা প্ৰশাসন বিফল হৈছে বুলি তেওঁ অভিযোগ আনে।

আনহাতে নগৰৰ বাইপাছত থকা সূৰ্য্য পেট্ৰল পাম্পৰ সমীপত গাড়ী ৰখোৱা লোকসকলৰ পৰা তিনিজন যুৱকে অবৈধভাৱে পাৰ্কিং মাচুল উঠাই অহা বুলি স্থানীয় লোকে তেওঁক জনোৱা বুলি গোস্বমীয়ে কয়।

সংবাদমেলত প্ৰাক্তন বিধায়ক গৰাকীয়ে যোৰহাটত অলপতে পাৰ হৈ যোৱা বিধ্বংসী ধুমুহাৰ পিছত কেইবাদিন ধৰি বিজুলী সংযোগ, পানী আদিৰ পৰা বঞ্চিত হ’বলগীয়া হোৱা লোকসকলক সাহায্য নিদিয়াৰ বাবে প্ৰশাসনক কঠোৰ সমালোচনা কৰে।

Recent News

Republic day parade in delhi

গণৰাজ্য দিৱসত দিল্লীৰ ৰাজপথত ব্ৰাহ্মছ-তেজস, আকাশ মাৰ্গত ৰাফেলৰ শক্তি প্ৰদৰ্শন

কোটিপতিৰ সংখ্যাৰে অসম বিধানসভাত একক সংখ্যা গৰিষ্ঠ বিধায়ক

কোটিপতিৰ সংখ্যাৰে অসম বিধানসভাত একক সংখ্যা গৰিষ্ঠ বিধায়ক

Story-8-3-750x375

সেনা বিষয়া ৰাণাপ্ৰতাপ কলিতা, ৰাজকুমাৰ পল্লৱ গোঁহাই আৰু প্ৰণৱজ্যোতি দাসলৈ সাহসিকতাৰ সন্মান

USA-TIKTOK/BYTEDANCE

উত্তৰত সন্তুষ্ট নহয় কেন্দ্ৰ; চিৰদিনৰ বাবে নিষিদ্ধ হোৱাৰ পথত TikTokকে ধৰি ৫৯টা চীনা এপ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd