• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

প্ৰাক্তন সাংসদ তথা অভিনেত্ৰী জয়াপ্ৰভাৰ বিৰুদ্ধে জামিনবিহীন গোচৰ : পলাতক ঘোষণা আদালতৰ

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
February 28, 2024 8:43 am
4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আকৌ বিপদত পৰিছে প্ৰাক্তন সাংসদ তথা অভিনেত্ৰী জয়াপ্ৰডা। আদালতে প্ৰাক্তন সাংসদগৰাকীক পলাতক বুলি ঘোষণা কৰিছে। কেৱল সেয়াই নহয়, আদালতে তেওঁক তৎকালীনভাৱে গ্ৰেপ্তাৰ কৰিবলৈও নিৰ্দেশ দিছে। 

উত্তৰ প্ৰদেশৰ ৰামপুৰত তেওঁৰ বিৰুদ্ধে গোচৰ ৰুজু হৈছিল। ইয়াৰ পূৰ্বে আদালতে এখন চিনেমা হলৰ শ্ৰমিকে দাখিল কৰা গোচৰত অভিনেত্ৰীগৰাকীক জেল আৰু জৰিমনা বিহাৰ নিৰ্দেশ দিছিল। এইবাৰ নিৰ্বাচনৰ সৈতে জড়িত গোচৰত অভিনেত্ৰীগৰাকীক গ্ৰেপ্তাৰ কৰিবলৈ নিৰ্দেশ দিয়া হয়।

Apply Now

জানিব পৰা মতে, উত্তৰ প্ৰদেশৰ ৰামপুৰৰ প্ৰাক্তন সাংসদ জয়াপ্ৰদাৰ বিৰুদ্ধে দুটা গোচৰত এজাহাৰ দাখিল কৰা হৈছে। কেমাৰি আৰু সোৱাৰ থানাত দুটাকৈ গোচৰ ৰুজু কৰা হৈছে। 

২০১৯ চনৰ লোকসভা নিৰ্বাচনত নিৰ্বাচনৰ নিয়ম উলংঘা কৰাৰ অভিযোগ উত্থাপন হৈছিল। বিশেষ সাংসদ-বিধায়ক আদালতে অভিযোগ দাখিল কৰাৰ পাছত তেওঁক কেইবাবাৰো হাজিৰ হ’বলৈ নিৰ্দেশ দিয়া হৈছে। কিন্তু উপস্থিত হোৱা নাছিল অভিনেত্ৰীগৰাকী। একেৰাহে সাতবাৰ তেওঁৰ বিৰুদ্ধে নন-বেইলেবল ৱাৰেণ্টো জাৰি কৰা হৈছিল। কিন্তু আৰক্ষীয়ে তেওঁক আদালতত হাজিৰ কৰিব নোৱাৰিলে।

আৰক্ষীয়ে আদালতত জনায় যে জয়াপ্ৰদাই বাৰে বাৰে গ্ৰেপ্তাৰৰ পৰা হাত সাৰিবলৈ পলায়ন কৰি আহিছে। লগতে আৰক্ষীয়ে আদালতত কয় যে তেওঁৰ সকলো মোবাইল নম্বৰ চুইচ অফ হৈ আছে।

মঙলবাৰে আদালতত এই গোচৰটো উত্থাপন হোৱাৰ সময়ত ন্যায়াধীশ শোৱিত বংশালে জয়াপ্ৰদাক পলাতক বুলি ঘোষণা কৰে। 

ৰামপুৰৰ আৰক্ষী অধীক্ষকক চক্ৰ বিষয়াৰ নেতৃত্বত এটা দল গঠন কৰি ৬ মাৰ্চৰ ভিতৰত অভিনেত্ৰীগৰাকীক আদালতত হাজিৰ কৰিবলৈ নিৰ্দেশ দিয়া হৈছে।

২০১৯ চনৰ লোকসভা নিৰ্বাচনত ৰামপুৰৰ বিজেপিৰ প্ৰাৰ্থী আছিল অভিনেত্ৰী জয়া প্ৰডা। তেওঁ সমাজবাদী পাৰ্টিৰ নেতা আজম খানৰ হাতত পৰাস্ত হৈছিল। ইয়াৰ পূৰ্বে ২০০৪ আৰু ২০০৯ চনত তেওঁ সেই ৰামপুৰ সমষ্টিৰ পৰা সমাজবাদী পাৰ্টিৰ টিকটত প্ৰতিদ্বন্দ্বিতা কৰিছিল। পিছত তেওঁক সমাজবাদী পাৰ্টিৰ পৰা বহিষ্কাৰ কৰা হয়।

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd