• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 29, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কাশ্মীৰৰ ৬০ লাখ মুছলমানে দেশৰ বিশ কোটি মুছলমানৰ মুখ ক’লা কৰিছে :  আব্দুল হামিদ

ছফিকুল আহমেদ by ছফিকুল আহমেদ
February 16, 2019 8:49 am
গোৱালপাৰাত আমছুৰ শ্ৰদ্ধাঞ্জলিৰ আলোকচিত্ৰ

গোৱালপাৰাত আমছুৰ শ্ৰদ্ধাঞ্জলিৰ আলোকচিত্ৰ

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

‘কাশ্মীৰত সন্ত্ৰাসবাদীসকলৰ প্ৰতি সহমৰ্মিতা দেখুওৱা আৰু সন্ত্ৰাসবাদী কাৰ্য্যকলাপত উদগনি যোগোৱা ষাঠী লাখ কাশ্মীৰী মুছলমানে ভাৰতৰ বিভিন্ন প্ৰান্তত বাস কৰা দুই কোটি মুছলমানৰ মুখ ক’লা কৰিছে।’ জম্মু কাশ্মীৰৰ ঘটনাক কঠোৰ ভাষাৰে গৰিহণা দি শুকুৰবাৰে সাংবাদিকৰ আগত এই মন্তব্য কৰে ধুবুৰী লোকসভা সমষ্টিৰ প্ৰাক্তন সাংসদ আব্দুল হামিদে।

প্ৰাক্তন সাংসদ গৰাকীয়ে কোনো জাতি বা ধৰ্মক সন্ত্ৰাসবাদে কেতিয়াও লাভৱাম্বিত কৰা নাই বৰঞ্চ সন্ত্ৰাসবাদৰ পক্ষ লোৱা সকল ক্ষতিগ্ৰস্ত হৈছে বুলি মন্তব্য কৰি কয় যে পুলৱামাত সন্ত্ৰাসবাদীয়ে দেশৰ সেনাবাহিনীক নহয় দেশৰা একতাত আক্ৰমণ কৰিছে।

Apply Now

কাশ্মীৰৰ সাধাৰণ জনতাক ব্যাৱহাৰ কৰি সন্ত্ৰাসবাদী কাৰ্য্যকলাপ সংঘটিত কৰি অহা উগ্ৰপন্থী দল সমূহক প্ৰাক্তন সাংসদ গৰাকীয়ে তীব্ৰ ভাষাৰে কটাক্ষ কৰে।

আনহাতে শুকুৰবাৰে গোৱালপাৰা জিলা আমছুৰ কৰ্মকৰ্তাসকলে চহৰখনৰ পৰিবহণ আস্থানত ম’মবাতি জ্বলাই পুলৱামাৰ বীৰ চহিদ সকললৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

উল্লেখযোগ্য যে পুলৱামাত চি আৰ পি এফৰ জোৱানৰ কনভয়ৰ ওপৰত সন্ত্ৰাসবাদী সংগঠন জে’শ্ব ই মহম্মদে কৰা আত্মঘাটী আক্ৰমণৰ ঘটনাৰ বিৰুদ্ধে দেশজুৰি বিভিন্ন দল-সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰিছে। সকলো জাতি, ধৰ্মৰ লোকে এই ঘটনাক নিন্দা কৰি কঠোৰ হাতেৰে সন্ত্ৰাসবাদ দমনৰ বাবে চৰকাৰক দাবী জনাইছে।

ছফিকুল আহমেদ

ছফিকুল আহমেদ

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

যুদ্ধ নহয়, কূটনীতিৰে বিবাদ নিষ্পত্তিৰ আহ্বান! ৰাষ্ট্ৰসংঘৰ মজিয়াত সৰৱ সংযুক্ত আৰৱ আমিৰশ্বাহী

যুদ্ধ নহয়, কূটনীতিৰে বিবাদ নিষ্পত্তিৰ আহ্বান! ৰাষ্ট্ৰসংঘৰ মজিয়াত সৰৱ সংযুক্ত আৰৱ আমিৰশ্বাহী

September 29, 2026 8:27 am
এইবাৰ জ্ঞানেশ কুমাৰৰ ‘বছ’ৰ পদত্যাগ দাবী কৰক; ককৰোচ জনতা পাৰ্টিলৈ আহ্বান প্ৰাক্তন মুখ্যমন্ত্ৰীৰ

এইবাৰ জ্ঞানেশ কুমাৰৰ ‘বছ’ৰ পদত্যাগ দাবী কৰক; ককৰোচ জনতা পাৰ্টিলৈ আহ্বান প্ৰাক্তন মুখ্যমন্ত্ৰীৰ

September 29, 2026 7:58 am
৪২ বছৰৰ অন্তত ভংগ পি টি উষাৰ অভিলেখ! এছিয়ান গেমছত ইতিহাস ৰচি ব্ৰঞ্জৰ পদক জয় বিদ্যা ৰামৰাজৰ

৪২ বছৰৰ অন্তত ভংগ পি টি উষাৰ অভিলেখ! এছিয়ান গেমছত ইতিহাস ৰচি ব্ৰঞ্জৰ পদক জয় বিদ্যা ৰামৰাজৰ

September 29, 2026 7:20 am
যোৰহাটত আলফাৰ সদস্য গ্ৰেপ্তাৰ, পিষ্টল-গুলী আৰু ৬খন ছিম কাৰ্ডসহ উদ্ধাৰ ২ টা ম’বাইল ফোন

যোৰহাটত আলফাৰ সদস্য গ্ৰেপ্তাৰ, পিষ্টল-গুলী আৰু ৬খন ছিম কাৰ্ডসহ উদ্ধাৰ ২ টা ম’বাইল ফোন

September 28, 2026 9:34 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

যুদ্ধ নহয়, কূটনীতিৰে বিবাদ নিষ্পত্তিৰ আহ্বান! ৰাষ্ট্ৰসংঘৰ মজিয়াত সৰৱ সংযুক্ত আৰৱ আমিৰশ্বাহী

যুদ্ধ নহয়, কূটনীতিৰে বিবাদ নিষ্পত্তিৰ আহ্বান! ৰাষ্ট্ৰসংঘৰ মজিয়াত সৰৱ সংযুক্ত আৰৱ আমিৰশ্বাহী

September 29, 2026 8:27 am
এইবাৰ জ্ঞানেশ কুমাৰৰ ‘বছ’ৰ পদত্যাগ দাবী কৰক; ককৰোচ জনতা পাৰ্টিলৈ আহ্বান প্ৰাক্তন মুখ্যমন্ত্ৰীৰ

এইবাৰ জ্ঞানেশ কুমাৰৰ ‘বছ’ৰ পদত্যাগ দাবী কৰক; ককৰোচ জনতা পাৰ্টিলৈ আহ্বান প্ৰাক্তন মুখ্যমন্ত্ৰীৰ

September 29, 2026 7:58 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd