DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, February 4, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

গাভাস্কাৰৰ ১০,০০০ ৰান এতিয়াৰ সময়ত ১৬,০০০ ৰানৰ সমান : ইনজামাম-উল-হক

এন ই নাও নিউজ by এন ই নাও নিউজ
July 18, 2020 7:54 am
উৎস-ইণ্টাৰনেট

উৎস-ইণ্টাৰনেট

540
VIEWS
Share on FacebookShare on Twitter

পাকিস্তান ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক ইনজামাম-উল-হকে ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক সুনীল গাভাস্কাৰক প্ৰশংসা কৰিছে।

ভাৰতৰ অন্যতম  শ্ৰেষ্ঠ টেষ্ট অপেনাৰ সুনীল গাভাস্কাৰৰ বেটিং শৈলীৰ প্ৰশংসা কৰি ইনজামাম-উল-হকে কয় যে সুনীল গাভাস্কাৰৰ ১০,০০০ ৰান আধুনিক ক্ৰিকেটৰ ১৫০০০-১৬০০০ ৰানৰ সমান।

”সেই সময়ত ভিভ ৰিচাৰ্ডছ, জাভেদ মিঞাদাদকে ধৰি বহুকেইগৰাকী মহান ক্ৰিকেটাৰ আছিল যদিও কোনো এজন ক্ৰিকেটাৰে এনে ৰেকৰ্ড গঢ়াৰ কথা ভাবিব পৰা নাছিল,” ইনজামাম-উল হকে লগতে কয়।

আনহাতে, বৰ্তমান সময়ত বহুসংখ্যক টেষ্ট ক্ৰিকেট হয় যদিও এতিয়াও খুব কম সংখ্যক ক্ৰিকেটাৰেহে সুনীল গাভাস্কাৰে গঢ়া ৰেকৰ্ড স্পৰ্শ কৰিবলৈ সমৰ্থ হৈছে।

উল্লেখযোগ্য যে, কিছুদিন পূৰ্বে পাকিস্তানৰ আন এগৰাকী তাৰকা বেগী বলাৰ ছোৱেইব আখতাৰেও ক্ৰিকেটৰ ভগৱান স্বৰূপ শচীন টেণ্ডুলকাৰৰ বেটিঙৰ উচ্চ প্ৰশংসা কৰি কয় যে শচীন টেণ্ডুলকাৰে বৰ্তমান সময়ত ক্ৰিকেট খেলিলে ১ লাখ কৰিবলৈ সক্ষম হ’ল হেতেন।

Recent News

মই এগৰাকী প্ৰাপ্তবয়স্ক আৰু মই নিজ ইচ্ছামতে ধৰ্মান্তৰিত আৰু বিয়া হৈছোঁ, আৰক্ষীয়ে আমাক সুৰক্ষা দিয়ক।

মই এগৰাকী প্ৰাপ্তবয়স্ক আৰু মই নিজ ইচ্ছামতে ধৰ্মান্তৰিত আৰু বিয়া হৈছোঁ, আৰক্ষীয়ে আমাক সুৰক্ষা দিয়ক।

কন্ঠশিল্পী বাণী জয়ৰামৰ শেষ নিশ্বাস ত্যাগ

কন্ঠশিল্পী বাণী জয়ৰামৰ শেষ নিশ্বাস ত্যাগ

মূৰ্ধন্য ণ আৰু মূৰ্ধন্য ষ-ৰ ব্যৱহাৰ

মূৰ্ধন্য ণ আৰু মূৰ্ধন্য ষ-ৰ ব্যৱহাৰ

পাকিস্তানে নিষিদ্ধ কৰিলে ৱিকিপিডিয়া

পাকিস্তানে নিষিদ্ধ কৰিলে ৱিকিপিডিয়া

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd