• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মোডীৰ কাৰ্যালয়ত পুনৰ সংস্থাপন; নতুন দায়িত্বত ৰিজাৰ্ভ বেংকৰ প্ৰাক্তন গৱৰ্ণৰ শক্তিকান্ত দাস

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
February 23, 2025 8:43 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মাত্ৰ দুমাহ ঘৰত বহিল! শক্তিকান্ত দাসে অৱসৰ লৈছিল মাত্ৰ এইকেইদিনহে। ডিচেম্বৰ মাহত ভাৰতীয় ৰিজাৰ্ভ বেংকৰ গৱৰ্ণৰ হিচাপে তেওঁৰ কাৰ্যকাল শেষ হয় আৰু ফেব্ৰুৱাৰী মাহত তেওঁ পুনৰ নতুন পদলৈ উভতি আহিল। এইবাৰ তেওঁ পোনপটীয়াকৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ কাৰ্যালয়ত নিযুক্তি পালে। দেশৰ প্ৰাক্তন কেন্দ্ৰীয় আমোলাগৰাকীক প্ৰধান সচিব-২ (প্ৰিঞ্চিপাল ছেক্ৰেটাৰী-২)হিচাপে নিযুক্তি দিয়া হৈছে।

শনিবাৰে কেন্দ্ৰীয় চৰকাৰৰ আনুষ্ঠানিক অধিসূচনাযোগে এই সিদ্ধান্ত ঘোষণা কৰা হয়। অৰ্থাৎ এতিয়াৰে পৰা শক্তিকান্ত দাসে প্ৰধানমন্ত্ৰীৰ প্ৰধান সচিব-১ পি কে মিশ্ৰৰ সৈতে কাম কৰিব। ৰাজনৈতিক বিশ্লেষকসকলৰ মতে প্ৰধানমন্ত্ৰী আৰু প্ৰশাসনিক সিদ্ধান্ত গ্ৰহণ প্ৰক্ৰিয়াত তেওঁৰ ভূমিকা গুৰুত্বপূৰ্ণ হ’বলৈ গৈ আছে।

Apply Now

২০১৮ চনৰ ১২ ডিচেম্বৰত শক্তিকান্ত দাসে ভাৰতীয় ৰিজাৰ্ভ বেংকৰ ২৫ সংখ্যক গৱৰ্ণৰ হিচাপে দায়িত্ব গ্ৰহণ কৰে। তাৰ পিছত তেওঁ একেৰাহে ছবছৰ ধৰি দেশৰ কেন্দ্ৰীয় বেংকটোৰ দায়িত্ব পালন কৰিছিল। ২০২১ চনত তেওঁৰ কাৰ্যকাল আৰু তিনি বছৰৰ বাবে বৃদ্ধি কৰা হয়। অৰ্থনৈতিক খণ্ডৰ বিভিন্ন সংকটৰ সৈতে মোকাবিলা কৰাত, বিশেষকৈ ক’ৰ’না মহামাৰীৰ অৰ্থনৈতিক প্ৰভাৱৰ সৈতে মোকাবিলা কৰাত তেওঁৰ ভূমিকা উল্লেখযোগ্য আছিল।

কিন্তু আৰ বি আইৰ গৱৰ্ণৰ হোৱাৰ আগতে তেওঁ আছিল কেন্দ্ৰীয় অৰ্থনৈতিক নীতিৰ অন্যতম স্থপতি। ১৯৮০ চনৰ বেটচৰ আই এ এছ বিষয়া শক্তিকান্ত দাসে কেন্দ্ৰীয় বিত্ত মন্ত্ৰালয়ৰ বহু গুৰুত্বপূৰ্ণ পদত অধিষ্ঠিত হৈছিল। এসময়ত তেওঁ ৰাজহ সচিব আছিল, আৰু পিছলৈ বিত্তীয় পৰিক্ৰমা সচিব হৈছিল। পঞ্চদশ বিত্ত আয়োগৰ সদস্য হিচাপেও তেওঁ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। অৱসৰৰ পিছত তেওঁক পোনপটীয়াকৈ দেশৰ কেন্দ্ৰীয় বেংকৰ মুৰব্বী হিচাপে নিযুক্তি দিয়া হয়।

শক্তিকান্ত দাসৰ শৈক্ষিক কেৰিয়াৰো উজ্জ্বল। দিল্লীৰ ছেইণ্ট ষ্টিফেনছ কলেজৰ পৰা তেওঁ স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছে। চাৰি দশকৰ প্ৰশাসনিক আৰু নীতি নিৰ্ধাৰণৰ অভিজ্ঞতাই তেওঁক দেশৰ অৰ্থনৈতিক ব্যৱস্থাৰ অন্যতম চালক হিচাপে গঢ়ি তুলিছিল। এইবাৰ সেই অভিজ্ঞতাৰ প্ৰয়োগ হ’ব পোনপটীয়াকৈ প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ত।

অৰ্থনীতিৰ পৰা প্ৰশাসনলৈকে – দুয়োটা ক্ষেত্ৰতে তেওঁৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ আছিল। তেওঁক মোডীৰ ঘনিষ্ঠ প্ৰশাসনিক মহলত লৈ যোৱাৰ অৰ্থ হ’ল অৰ্থনৈতিক নীতি নিৰ্ধাৰণৰ ক্ষেত্ৰতো তেওঁৰ ভূমিকা অধিক শক্তিশালী হ’ব। বিশেষকৈ অৰ্থনৈতিক মন্দাৱস্থা, নিবনুৱা সমস্যা, মূল্যবৃদ্ধি, বিনিয়োগ আদি বিষয়ত চৰকাৰৰ চলি থকা নীতি পৰ্যালোচনাত শক্তিকান্ত দাসৰ দৰে অভিজ্ঞ আমোলাৰ উপস্থিতি বিশেষজ্ঞসকলৰ মতে তাৎপৰ্যপূৰ্ণ হ’বলৈ গৈ আছে।

এন ই নাও নিউজ, নতুন দিল্লী

এন ই নাও নিউজ, নতুন দিল্লী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

July 10, 2026 8:05 pm
ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

July 10, 2026 7:41 pm
প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

July 10, 2026 6:38 pm
ধৰ্মান্তৰকৰণৰ হেঁচা, মূৰত লেপটপেৰে আঘাত! উজবেকিস্তানত কেৰালাৰ ছাত্ৰীৰ কৰুণ মৃত্যু

ধৰ্মান্তৰকৰণৰ হেঁচা, মূৰত লেপটপেৰে আঘাত! উজবেকিস্তানত কেৰালাৰ ছাত্ৰীৰ কৰুণ মৃত্যু

July 10, 2026 6:10 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

July 10, 2026 8:05 pm
ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

July 10, 2026 7:41 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd