• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, June 24, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

সৌৰভ গাংগুলী আই চি চিৰ অধ্যক্ষ হোৱাটো বিচাৰে দক্ষিণ আফ্ৰিকাৰ প্ৰাক্তন অধিনায়ক গ্ৰেম স্মিথে

এন ই নাও নিউজ by এন ই নাও নিউজ
May 21, 2020 11:57 pm
গ্ৰেম স্মিথ

গ্ৰেম স্মিথ

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দক্ষিণ আফ্ৰিকাৰ অন্যতম সফল অধিনায়ক গ্ৰেম স্মিথে ভাৰতীয় দলৰ প্ৰাক্তন অধিনায়ক তথা বৰ্তমান ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ বোৰ্ডৰ অধ্যক্ষ সৌৰভ গাংগুলীক আই চি চিৰ অধ্যক্ষ হোৱাটো বিচাৰিছে।

‘‘সৌৰভ গাংগুলীৰ দৰে এগৰাকী ক্ৰিকেটাৰ আই চি চিৰ অধ্যক্ষ পদত অধিস্থিত হোৱাটো ক্ৰিকেট জগতৰ বাবে অত্যন্ত ভাল কথা হ’ব,’’ প্ৰাক্তন দক্ষিণ আফ্ৰিকাৰ অধিনায়ক গৰাকীয়ে লিখে।

Apply Now

‘‘সৌৰভ আই চি চিৰ অধ্যক্ষ হোৱাটো আধুনিক ক্ৰিকেটৰ বাবে মংগলজনক কাৰণে তেওঁ সৰ্বোচ্ছ স্তৰত আধুনিক ক্ৰিকেট খেলিছে। তেওঁ ভালদৰে ক্ৰিকেট বুজে। সৌৰভ সন্মানীয় আৰু তেওঁৰ নেতৃত্ব অন্যতম চাবিকাঠি,’’ সৌৰভ গাংগুলীক উচ্চ প্ৰশংসা কৰি স্মিথে কয়।

উল্লেখযোগ্য যে, বিগত বৰ্ষত বি চি চি আইৰ অধ্যক্ষ হিচাপে নিৰ্বাচিত হোৱা সৌৰভ গাংগুলীৰ কাৰ্য্যকাল যদিহে উচ্চতম ন্যায়ালয়ে বৃদ্ধি নকৰে চলিত বৰ্ষৰ জুলাইত সামৰণি পৰিব।

উচ্চতম ন্যায়ালয়ে সৌৰভ গাংগুলীৰ বি চি চি আইৰ অধ্যক্ষ হিচাপে কাৰ্য্যকাল বৃদ্ধি নকৰিলে সৌৰভ গাংগুলী আই চি চিৰ  অধ্যক্ষৰ পদত প্ৰতিদ্বন্দ্বিতা কৰিব পাৰিব।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ভাৰতীয় যাত্ৰীসকললৈ ডাঙৰ সকাহ, ২৭ খন দেশত বিনামূলীয়া ভিছা আৰু ৬৬ খন দেশত ই-ভিছাৰ সুবিধা

ভাৰতীয় যাত্ৰীসকললৈ ডাঙৰ সকাহ, ২৭ খন দেশত বিনামূলীয়া ভিছা আৰু ৬৬ খন দেশত ই-ভিছাৰ সুবিধা

June 24, 2026 7:03 pm
স্কটলেণ্ডৰ বিৰুদ্ধে মেচত আৰম্ভণিৰ পৰা নাথাকিব পাৰে নেইমাৰঃ ৰাফিনহাৰ স্থানত কাক খেলাব আঞ্চেলোত্তিয়ে

স্কটলেণ্ডৰ বিৰুদ্ধে মেচত আৰম্ভণিৰ পৰা নাথাকিব পাৰে নেইমাৰঃ ৰাফিনহাৰ স্থানত কাক খেলাব আঞ্চেলোত্তিয়ে

June 24, 2026 6:47 pm
স্কটলেণ্ডৰ বিৰুদ্ধে খেলিবলৈ সম্পূৰ্ণ সাজু নেইমাৰ! আঘাতৰ বাবে বুধবাৰৰ মেচৰ পৰা বাহিৰ ৰাফিনহা

স্কটলেণ্ডৰ বিৰুদ্ধে খেলিবলৈ সম্পূৰ্ণ সাজু নেইমাৰ! আঘাতৰ বাবে বুধবাৰৰ মেচৰ পৰা বাহিৰ ৰাফিনহা

June 24, 2026 6:36 pm
বান আৰু ভূমিস্খলনত বিধ্বস্ত অৰুণাচল! ১৮টা ঘৰ উটি যোৱাৰ লগতে ৫ জন লোক সন্ধানহীন

বান আৰু ভূমিস্খলনত বিধ্বস্ত অৰুণাচল! ১৮টা ঘৰ উটি যোৱাৰ লগতে ৫ জন লোক সন্ধানহীন

June 24, 2026 5:44 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভাৰতীয় যাত্ৰীসকললৈ ডাঙৰ সকাহ, ২৭ খন দেশত বিনামূলীয়া ভিছা আৰু ৬৬ খন দেশত ই-ভিছাৰ সুবিধা

ভাৰতীয় যাত্ৰীসকললৈ ডাঙৰ সকাহ, ২৭ খন দেশত বিনামূলীয়া ভিছা আৰু ৬৬ খন দেশত ই-ভিছাৰ সুবিধা

June 24, 2026 7:03 pm
স্কটলেণ্ডৰ বিৰুদ্ধে মেচত আৰম্ভণিৰ পৰা নাথাকিব পাৰে নেইমাৰঃ ৰাফিনহাৰ স্থানত কাক খেলাব আঞ্চেলোত্তিয়ে

স্কটলেণ্ডৰ বিৰুদ্ধে মেচত আৰম্ভণিৰ পৰা নাথাকিব পাৰে নেইমাৰঃ ৰাফিনহাৰ স্থানত কাক খেলাব আঞ্চেলোত্তিয়ে

June 24, 2026 6:47 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd