DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, May 22, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

দিচাংমুখৰ ২০০ টা বানপীড়িত পৰিয়ালক ‘সতীৰ্থ ৯৭’ৰ সাহায্য সামগ্ৰী প্ৰদান

পার্শ্বজোতি গগৈ by পার্শ্বজোতি গগৈ
July 25, 2019 7:53 am
দিচাংমুখৰ ২০০ টা বানপীড়িত পৰিয়ালক ‘সতীৰ্থ ৯৭’ৰ সাহায্য সামগ্ৰী প্ৰদান

ফটো নৰ্থ-ইষ্ট নাও

722
VIEWS
Share on FacebookShare on Twitter

শিৱসাগৰৰ দিচাংমুখৰ ভিতৰুৱা অঞ্চল গড়ভগা, চৰাইপৰা আৰু চুমনী গাঁৱত মংগলবাৰে ‘সতীৰ্থ ৯৭’ য়ে ২০০ টা পৰিয়ালৰ মাজত বান সাহায্য প্ৰদান কৰে। কিছুদিন পূৰ্বে দিচাংমুখৰ এক বিস্তীৰ্ণ অঞ্চল ব্ৰহ্মপুত্ৰ আৰু দিচাং নদীৰ বাঢ়নী পানীয়ে বুৰাই পেলোৱাত লোকসকলে নিজৰ ঘৰ-বাৰী এৰি মথাউৰিত আশ্ৰয় ল’বলগীয়া হৈছিল। বৰ্তমান পানী শুকাল যদিও বানাক্ৰান্ত ৰাইজ খাদ্য, কাপোৰৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে।

চৰকাৰ তথা প্ৰশাসনৰ পৰা কিছু সাহায্য পাইছে যদিও অতি ভিতৰুৱা হোৱাৰ বাবে বান সাহায্যৰ পৰা বঞ্চিত হৈছে গটঙা, গড়ভগা, চৰাইপৰা, ভিতৰ লিগিৰীবাৰী,বলমা, শৰাগুৰি চাপৰি, মাজৰবাৰী, ৰূপহীমূখ আদি অঞ্চল।

কালি ‘সতীৰ্থ ৯৭’ৰ সদস্যসকলে গড়ভঙা, চৰাইপৰা আৰু চুমনী গাঁৱৰ প্ৰায় ২০০টা পৰিয়ালক প্ৰদান কৰে বান সাহায্য। তেওঁলোকে প্ৰতিটো পৰিয়ালক ২ কেজি চাউল, ৩০০ গ্ৰাম দাইল, ২০০ গ্ৰাম মিঠাতেল, শিশুৰ বাবে আমোল টাজা এক পেকেট, ব্ৰেড এক পেকেট,  বিশুদ্ধ পানী, মেক্স’, মমবাতি, জুইশালা, ফেনাইল আৰু কাপোৰ প্ৰদান কৰে।

উল্লেখযোগ্য যে শিৱসাগৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বহুমূখী বিদ্যালয়ৰ পৰা ১৯৯৭ বৰ্ষত মেট্ৰিক পৰীক্ষাত অৱতীৰ্ণ হোৱা ছাত্ৰসকলৰ এক অনুষ্ঠান ‘সতীৰ্থ ৯৭’য়ে বান সাহায্যৰ বাবে কোনো ব্যৱসায়ীক প্ৰতিষ্ঠানৰ পৰা দান বৰঙণি সংগ্ৰহ কৰা নাছিল।

কালিৰ উক্ত কাৰ্যসূচীত ‘সতীৰ্থ ৯৭’ ৰ সভাপতি আটিশ গুপ্তা, কুমুদ দিহিঙ্গীয়া, ৰাজীৱ শৰ্মা, পবিত্ৰ টায়ে, সৌমাৰ জ্যোতি শইকীয়া, শ্যামকানু বৰুৱাৰ লগতে শুভাকাংশী পূৰ্ণিমা দিহিঙ্গীয়া, জেচমিন দে, বিশ্বজিৎ দত্ত আৰু পংকজ চেতিয়াই অংশগ্ৰহণ কৰে।

Recent News

বটদ্ৰৱাৰ ঘটনাৰ বুজ ল’বলৈ কমিটী গঠন কৰিলে কংগ্ৰেছে

বটদ্ৰৱাৰ ঘটনাৰ বুজ ল’বলৈ কমিটী গঠন কৰিলে কংগ্ৰেছে

বটদ্ৰৱা কাণ্ড: থানাত অগ্নিসংযোগত জৰিত কিশোৰীসহ ১২ মহিলাক আটক

বটদ্ৰৱা কাণ্ড: থানাত অগ্নিসংযোগত জৰিত কিশোৰীসহ ১২ মহিলাক আটক

বঙাইগাঁৱৰ ধলাগাঁৱত ধুমুহাত চাৰিচকীয়া বাহনৰ ওপৰত ভাগি পৰিল গছ

বঙাইগাঁৱৰ ধলাগাঁৱত ধুমুহাত চাৰিচকীয়া বাহনৰ ওপৰত ভাগি পৰিল গছ

জেলেনস্কিৰ সৈতে গোপন প্ৰেম পুটিন কন্যা কেটেৰিনাৰ! আছে দুবছৰীয়া সন্তানো; ঘটনাটো কি?

জেলেনস্কিৰ সৈতে গোপন প্ৰেম পুটিন কন্যা কেটেৰিনাৰ! আছে দুবছৰীয়া সন্তানো; ঘটনাটো কি?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd