• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বিশ্বনাথত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে মাৰণাস্ত্ৰ সহ এজন প্ৰাক্তন আলফা সদস্যক

কাজি জেইদুল ইছলাম by কাজি জেইদুল ইছলাম
January 1, 2019 5:36 pm
2c053e32-2b02-4f7f-a0d3-ae7ce28db01a

বিশ্বনাথত মঙলবাৰে আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হোৱা প্ৰাক্তন আলফা প্ৰনব গগৈ ওৰফে পাপু। ফটো : নৰ্থইষ্ট নাও

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিশ্বনাথত মঙলবাৰে মাৰণাস্ত্ৰ সহ এজন প্ৰাক্তন আলফা সদস্যক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ৷ বিশ্বনাথ জিলা ক্ৰীড়া সন্থাৰ খেলপথাৰত ৭ জাই সজীৱ গুলি আৰু পিষ্টল সহ প্ৰাক্তন আলফা সদস্যজনক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে।

গহপুৰৰ পুৰুববাৰীৰ প্ৰনৱ গগৈ ওৰফে পাপু গগৈ ওৰফে কেশৱ গগৈক বিশ্বনাথ জিলা ক্ৰীড়া সন্থাৰ  চকীদাৰ বিনীত দাসৰ কোৱাৰ্টাৰৰ পৰা গ্ৰেপ্তাৰ কৰা হয়।  উল্লেখ্য যে প্ৰনৱ গগৈয়ে বিনীত দাসৰ জিয়ৰিক বিয়া কৰাইছিল।

Apply Now
4da09318-064c-4845-955e-b67acc86878e
প্ৰাক্তন আলফা পাপুৰ পৰা আৰক্ষীয়ে জব্দ কৰা পিষ্টল আৰু সজীৱ গুলী। ফটো : নৰ্থইষ্ট নাও

উল্লেখযোগ্য যে বিগত বৰ্ষৰ অক্টোবৰ মাহৰ ১০ তাৰিখে গহপুৰৰ পুৰুববাৰীৰ ব্যৱসায়ী যোগেন্দৰ সাহালৈ গুলিচালনা কৰি পাপুৱে ধনৰ বেগ কাঢ়ি নিছিল। যোৱাটো বৰ্ষৰে আগষ্ট মাহৰ ১ তাৰিখে পাপুৱে গহপুৰৰ নলবাৰীৰ পৰা অসমী ফাইনেঞ্চৰ কৰ্মচাৰীক বন্দুক দেখুৱাই মটৰ চাইকেল কাঢ়ি নিছিল।

ইতিমধ্যে ভাৰতীয় দণ্ডবিধিৰ ৩৪১, ৩০৭ (৩০) ধাৰাৰ অধীনত গহপুৰ আৰক্ষী থানাত ধৃত পাপুৰ বিৰুদ্ধে ২৮৯/১৮ নং গোচৰ পঞ্জীয়ন হৈ আছে l ২০০৯ চনত আলফাত যোগদান কৰা পাপু ওৰফে প্ৰশান্ত গগৈয়ে ম্যানমাৰত প্ৰশিক্ষণ লৈ  ২০১১ চনত পিষ্টলসহ লখিমপুৰত আত্মসমৰ্পণ কৰিছিল।

আনহাতে, সোমবাৰে নিশা বিনীত দাসৰ ঘৰত থাৰ্টিফাষ্টৰ পাৰ্টি কৰোতে পাপু আৰু পত্নীৰ মাজত কাজিয়া লাগে আৰু পাপুৱে পকেটৰ পৰা পিষ্টল উলিওৱা জেঠেৰিয়েকে দেখা পাই ইটাৰে পাপুৰ মুৰ ফালি দিয়ে। ইয়াৰ মাজতে কোনোবাই আৰক্ষীক খবৰ দিয়াত পিষ্টল সহ পাপুক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।

ইপিনে, পাপুৱে গহপুৰৰ পুৰুববাৰীৰ ব্যৱসায়ী যোগেন্দৰক গুলি নাই মৰা বুলি স্বীকাৰ কৰি লগৰ জনেহে গুলিয়াইছিল বুলি সাংবাদিক আৰু আৰক্ষীক জানিবলৈ দিয়ে। ইতিমধ্যে যোগেন্দৰ পাটনাত চিকিৎসাধীন হৈ থকা বুলি জানিব পৰা গৈছে।

আন এক সুত্ৰৰ পৰা জানিব পৰা মতে পাপু এক বৃহৎ বাইক আৰু গাড়ী চোৰ চক্ৰৰ সৈতে জড়িত।

কাজি জেইদুল ইছলাম

কাজি জেইদুল ইছলাম

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ধেমাজিত নাম-কীৰ্তনৰ প্ৰসাদ খাই খাদ্য বিষক্ৰিয়া : ৫৮ গৰাকী লোকক এ এম চি এইচত ভৰ্তি

ধেমাজিত নাম-কীৰ্তনৰ প্ৰসাদ খাই খাদ্য বিষক্ৰিয়া : ৫৮ গৰাকী লোকক এ এম চি এইচত ভৰ্তি

July 3, 2026 9:15 pm
১০৫ বছৰীয়া বৃদ্ধাৰ প্ৰকৃত পৰিচয় জানি আচৰিত সমগ্ৰ দেশ! ঘৰৰ পদূলিত সেনা বাহিনীয়ে দিলে চেল্যুট

১০৫ বছৰীয়া বৃদ্ধাৰ প্ৰকৃত পৰিচয় জানি আচৰিত সমগ্ৰ দেশ! ঘৰৰ পদূলিত সেনা বাহিনীয়ে দিলে চেল্যুট

July 3, 2026 8:31 pm
প্ৰথম জাক বৰষুণতে ভাঙি পৰিল নতুন দিল্লী-ডেৰাডুন এক্সপ্ৰেছৱে : স্থানীয় লোকৰ ওপৰত দোষ জাপিলে এনএইচএআই কৰ্তৃপক্ষই

প্ৰথম জাক বৰষুণতে ভাঙি পৰিল নতুন দিল্লী-ডেৰাডুন এক্সপ্ৰেছৱে : স্থানীয় লোকৰ ওপৰত দোষ জাপিলে এনএইচএআই কৰ্তৃপক্ষই

July 3, 2026 8:10 pm
পেট্ৰ’লত  ইথানল মিহলোৱাক লৈ পুনৰ বিতৰ্ক : বিকল হৈ পৰিল প্ৰাক্তন বিজেপি নেতা মনিষ কাশ্যপৰ লাখটকীয়া গাড়ী

পেট্ৰ’লত  ইথানল মিহলোৱাক লৈ পুনৰ বিতৰ্ক : বিকল হৈ পৰিল প্ৰাক্তন বিজেপি নেতা মনিষ কাশ্যপৰ লাখটকীয়া গাড়ী

July 3, 2026 7:43 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ধেমাজিত নাম-কীৰ্তনৰ প্ৰসাদ খাই খাদ্য বিষক্ৰিয়া : ৫৮ গৰাকী লোকক এ এম চি এইচত ভৰ্তি

ধেমাজিত নাম-কীৰ্তনৰ প্ৰসাদ খাই খাদ্য বিষক্ৰিয়া : ৫৮ গৰাকী লোকক এ এম চি এইচত ভৰ্তি

July 3, 2026 9:15 pm
১০৫ বছৰীয়া বৃদ্ধাৰ প্ৰকৃত পৰিচয় জানি আচৰিত সমগ্ৰ দেশ! ঘৰৰ পদূলিত সেনা বাহিনীয়ে দিলে চেল্যুট

১০৫ বছৰীয়া বৃদ্ধাৰ প্ৰকৃত পৰিচয় জানি আচৰিত সমগ্ৰ দেশ! ঘৰৰ পদূলিত সেনা বাহিনীয়ে দিলে চেল্যুট

July 3, 2026 8:31 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd