• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 28, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

শিলাদিত্যক পুনৰ বিজেপিৰ মজিয়ালৈ ঘূৰাই আনিবলৈ দলীয় নেতৃত্বক আহ্বান জ্যেষ্ঠ বিজেপি ৰাজেন গোহাঁইৰ

"২১ ৰ আগত শিলাদিত্যই দল এৰিলে বিজেপিৰ গঢ়াখহনীয়া ৰূপ ধাৰণ কৰিব পাৰে"- বিজেপি নেতৃত্বক ভৱিষ্যতবাণী গোহাঁইৰ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
July 13, 2020 7:12 am
WhatsApp Image 2020-07-13 at 1.15.35 AM

বিধায়ক শিলাদিত্য দেবৰ সৈতে প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ৰাজেন গোহাঁই। ফাইল ফটো।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দেওবাৰে বিজেপিৰ পৰা অৱসৰ লোৱাৰ কথা ঘোষণা কৰা জ্যেষ্ঠ বিজেপি নেতা তথা হোজাইৰ বিধায়ক শিলাদিত্য দেবক দলৰ মজিয়ালৈ ঘূৰাই আনিবলৈ দলীয় নেতৃত্বক আহ্বান জনাইছে জ্যেষ্ঠ বিজেপি নেতা ৰাজেন গোহাঁইয়ে।

এক ফেচবুক পোষ্টৰ জৰিয়তে প্রাক্তন কেন্দ্রীয় মন্ত্রী গোহাঁইয়ে কয়, “মই সামাজিক মাধ্যমৰ যোগেদি দলৰ ৰাজ্যিক নেতৃবৃন্দক নিম্নলিখিত বিষয়টোৰ ওপৰত দলীয় স্বাৰ্থত অৱগত কৰো যে হোজাই সমষ্টিৰ বিধায়ক শ্ৰী শিলাদিত্য দেৱে দলৰ পৰা অব্যাহতি ঘোষণা কৰাটো দলৰ বাবে এক অত্যন্ত দুঃখৰ বিষয়।”

Apply Now

“মই ৰাজ্যিক নেতৃত্বক অনুৰোধ জনাওঁ যে এই বিষয়টো সহজভাৱে নলৈ অতি গুৰুত্বসহকাৰে বিষয়টো পৰ্যালোচনা কৰি তেখেতক দলৰ মজিয়ালৈ ঘূৰাই অনাটো নিতান্ত প্ৰয়োজনীয়।” গোহাঁইয়ে লগতে লিখিছে।

গোহাঁইৰ মতে “শিলাদিত্যৰ নিচিনা এক বলিষ্ঠ বিধায়ক ২০২১ চনৰ নিৰ্বাচনৰ আগমুহূৰ্তত দল ত্যাগ কৰাটো দলৰ বাবে এক অশনি সংকেত। আগলৈ ই দলৰ বাবে এক গঢ়াখহনীয়া ৰূপ ধাৰণ কৰিব পাৰে।”

এই বিষয়টোত গোহাঁইয়ে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু ৰাজ্যিক সভাপতি ৰঞ্জিত দাসৰ প্ৰত্যক্ষ হস্তক্ষেপ আৰু ইতিবাচক পৰ্য্যালোচনাৰ আশা কৰে।

তেওঁ আৰু লিখিছে, “মই আশাবাদী যে বহু দলীয় কাৰ্য্যকৰ্তাৰ ৩০-৩৫ বছৰৰ ত্যাগ আৰু কষ্টৰ বিনিময়ত আজি আমি এই দিনৰ মুখ দেখিবলৈ সক্ষম হোৱা বিজেপি অসম প্ৰদেশে দলৰ প্ৰত্যেক কাৰ্য্যকৰ্তাক গুৰুত্ব প্ৰদান কৰি দলীয় মজিয়াত আকোৱালি ৰখাতো অত্যন্ত জৰুৰী।”

উল্লেখযোগ্য যে, বিজেপিৰ পৰা অৱসৰ লোৱাৰ কথা ঘোষণা কৰি শিলাদিত্যই বৰ্তমান তেওঁৰ বিজেপিত অস্তিত্ব নোহোৱা বুলি আক্ষেপ কৰিছিল।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

‘বজৰুৱা সংস্কৃতি!’ বদ্ৰীনাথ ধামত ‘ডিজে কনচাৰ্ট’, সৰৱ প্ৰবীণ বিজেপি নেতা মুৰলী মনোহৰ যোশী

‘বজৰুৱা সংস্কৃতি!’ বদ্ৰীনাথ ধামত ‘ডিজে কনচাৰ্ট’, সৰৱ প্ৰবীণ বিজেপি নেতা মুৰলী মনোহৰ যোশী

September 28, 2026 9:24 am
স্থগিত বেংকৰ ধৰ্মঘট, বৈঠকত সমাধান সূত্ৰ পোৱাৰ পিছতে ঘোষণা ইউনিয়নৰ; গ্ৰাহকৰ বাবে সকাহ

স্থগিত বেংকৰ ধৰ্মঘট, বৈঠকত সমাধান সূত্ৰ পোৱাৰ পিছতে ঘোষণা ইউনিয়নৰ; গ্ৰাহকৰ বাবে সকাহ

September 28, 2026 8:26 am
কোহলীৰ বিৰাট শতক, ভংগ কৰিলে শচীনৰ দ্বৈত অভিলেখ! ৱেষ্ট ইণ্ডিজক ‘পানী খুৱালে’ ভাৰতে

কোহলীৰ বিৰাট শতক, ভংগ কৰিলে শচীনৰ দ্বৈত অভিলেখ! ৱেষ্ট ইণ্ডিজক ‘পানী খুৱালে’ ভাৰতে

September 28, 2026 7:49 am
‘জেন জি’লৈ ভয় মুখ্যমন্ত্ৰীৰ! চিজেপি নেতাৰ গ্ৰেপ্তাৰৰ ঘটনাক অগণতান্ত্ৰিক আখ্যা সোণেশ্বৰ নৰহৰ

‘জেন জি’লৈ ভয় মুখ্যমন্ত্ৰীৰ! চিজেপি নেতাৰ গ্ৰেপ্তাৰৰ ঘটনাক অগণতান্ত্ৰিক আখ্যা সোণেশ্বৰ নৰহৰ

September 27, 2026 9:38 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘বজৰুৱা সংস্কৃতি!’ বদ্ৰীনাথ ধামত ‘ডিজে কনচাৰ্ট’, সৰৱ প্ৰবীণ বিজেপি নেতা মুৰলী মনোহৰ যোশী

‘বজৰুৱা সংস্কৃতি!’ বদ্ৰীনাথ ধামত ‘ডিজে কনচাৰ্ট’, সৰৱ প্ৰবীণ বিজেপি নেতা মুৰলী মনোহৰ যোশী

September 28, 2026 9:24 am
স্থগিত বেংকৰ ধৰ্মঘট, বৈঠকত সমাধান সূত্ৰ পোৱাৰ পিছতে ঘোষণা ইউনিয়নৰ; গ্ৰাহকৰ বাবে সকাহ

স্থগিত বেংকৰ ধৰ্মঘট, বৈঠকত সমাধান সূত্ৰ পোৱাৰ পিছতে ঘোষণা ইউনিয়নৰ; গ্ৰাহকৰ বাবে সকাহ

September 28, 2026 8:26 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd