• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

“কেব” আইনত পৰিণত হ’লেই উচ্চতম ন্যায়ালয়ত যুঁজ দিব “নাগৰিকত্ব আইন সংশোধন-বিৰোধী মঞ্চ”ই

উত্তেজিত হৈ হিংসাৰ আশ্ৰয় লৈ চৰকাৰক দমননীতিৰ সুযোগ নিদিবলৈ আন্দোলনকাৰীক পৰামৰ্শ

এন ই নাও নিউজ by এন ই নাও নিউজ
December 9, 2019 9:04 pm
Forum against citizenship act amendment bill
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নাগৰিকত্ব আইন সংশোধন-বিৰোধী মঞ্চই “কেব”ৰ বিৰুদ্ধে চলি থকা ৰাজপথৰ আন্দোলনলৈ সহযোগিতা আগ বঢ়াই যোৱাৰ লগতে উচ্চতম ন্যায়ালয়ত যুঁজ দিব।

আজি এখন সংবাদমেলত মঞ্চৰ ঘোষণা, বিধেয়কখন গৃহীত হৈ আইনত পৰিণত হোৱাৰ লগে লগে মঞ্চই উচ্চতম ন্যায়ালয়ত গোচৰ তৰিব।

Apply Now

সংবাদমেলত মঞ্চৰ অধ্যক্ষ, বিশিষ্ট বুদ্ধিজীৱী ড০ হীৰেন গোহাঁয়ে কয়, “আমি সকলো দমন-পীড়নৰ বাধা দিবলৈ দৃঢ়প্ৰতিজ্ঞ। কিন্তু চৰকাৰৰ ফান্দত কোনেও যাতে বাধা নিদিয়ে”।

তেওঁ বিজেপি দল আৰু চৰকাৰৰ কোনো দালালে প্ৰৰোচনামূলক মন্তব্য বা কাম কৰি উত্তেজনা বৃদ্ধি কৰাৰ শংকা আছে বুলি মন্তব্য কৰি কয়, “কোনো বিশেষ জনগোষ্ঠী, সম্প্ৰদায়ৰ বিৰুদ্ধে হিংসাৰ আশ্ৰয় লৈ উত্তেজিত আন্দোলনকাৰীয়ে চৰকাৰক দমন নীতি প্ৰয়োগৰ সুযোগ যাতে নিদিয়ে।”

বহুতো বাঙালী দল-সংগঠনে বৈধ বাঙালীসকলক এই জাতিধ্বংসী বিধেয়কখনৰ বিৰোধিতা কৰিবলৈ আহ্বান জনোৱা কাৰ্য্যতো তেওঁ সন্তোষ প্ৰকাশ কৰে।

“অসমৰ জনগণে জাতি-ধৰ্ম-বৰ্ণ নিৰ্বিশেষে এই অসম বিৰোধী বিধেয়কখনৰ বিৰোধিতা কৰাটো ৰাজ্যখনৰ বাবে মংগলজনক। এই সময়ত অসমৰ সকলো জাতি-জনগোষ্ঠীৰ মাজত শান্তি বিৰাজ কৰিছে। এইটো বিঘ্নিত হ’লে “কেব” বিৰোধী আন্দোলন ক্ষতিগ্ৰস্ত হ’ব”, ড০ গোহাঁইৰ মন্তব্য।

https://www.facebook.com/NNUnscripted/videos/2303126489986250/

আন্দোলনটো চলাই যাবৰ বাবে প্ৰত্যেকেই যাতে সাধ্য অনুসাৰে সহায়-সমৰ্থন আগ বঢ়ায় তাৰ বাবেও আহ্বান জনায় বিশিষ্ট বুদ্ধিজীৱীজনে।

বিধেয়কখনৰ বিৰোধিতা কৰি কাইলৈ নেছ’ই আহ্বান জনোৱা উত্তৰ-পূব বন্ধ সফল হ’ব বুলিও আশাবাদী নাগৰিকত্ব আইন সংশোধন বিৰোধী মঞ্চ।

মঞ্চৰ আহ্বায়ক মনজিৎ মহন্তই শেষবিন্দু তেজ থকালৈকে এই বিধেয়কখনৰ বিৰুদ্ধে যুঁজি যাব বুলি দৃঢ়তা প্ৰকাশ কৰে।

“কোনোবাই টকাৰ লোভত, ক্ষমতাৰ লোভত সমৰ্থন কৰিছে যদিও সকলো একে নহয়। বিজেপিৰো কিছু সংখ্যকে বিৰোধিতা কৰিছে। এওঁলোকে বুজি পাইছে যে ক্ষমতা বা ধনেই শেষ কথা নহয়। এইবোৰ শুভলক্ষণ”, মনজিৎ মহন্তই কয়।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মাত্ৰ ৬৬ বছৰ বয়সতে মৃত্যু ইটালীৰ কিংবদন্তি ফ্ৰাংকো বাৰেচিৰ; শোকস্তব্ধ ফুটবল জগত

মাত্ৰ ৬৬ বছৰ বয়সতে মৃত্যু ইটালীৰ কিংবদন্তি ফ্ৰাংকো বাৰেচিৰ; শোকস্তব্ধ ফুটবল জগত

July 31, 2026 2:34 pm
বিজেপিৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ, মোডীৰ ‘আজীৱন অনুগামী’ শ্বেহজাদ পুনাৱাল্লাৰ দল ত্যাগ

বিজেপিৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ, মোডীৰ ‘আজীৱন অনুগামী’ শ্বেহজাদ পুনাৱাল্লাৰ দল ত্যাগ

July 31, 2026 1:00 pm
যন্তৰ মন্তৰৰ পৰা সংসদলৈ ভাইৰেল ‘Vasteguna Huiya’, জেন-জিৰ মুখৰ এই বাক্যাংশৰ অৰ্থ কি?

যন্তৰ মন্তৰৰ পৰা সংসদলৈ ভাইৰেল ‘Vasteguna Huiya’, জেন-জিৰ মুখৰ এই বাক্যাংশৰ অৰ্থ কি?

July 31, 2026 12:26 pm
অট্টালিকা ভাঙি ৬ জনৰ মৃত্যু, ধ্বংসাৱশেষৰ তলত পোত গৈ বহু কেইজন; বৰষুণৰ বাবে উদ্ধাৰ কাৰ্যত বাধা

অট্টালিকা ভাঙি ৬ জনৰ মৃত্যু, ধ্বংসাৱশেষৰ তলত পোত গৈ বহু কেইজন; বৰষুণৰ বাবে উদ্ধাৰ কাৰ্যত বাধা

July 31, 2026 11:28 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মাত্ৰ ৬৬ বছৰ বয়সতে মৃত্যু ইটালীৰ কিংবদন্তি ফ্ৰাংকো বাৰেচিৰ; শোকস্তব্ধ ফুটবল জগত

মাত্ৰ ৬৬ বছৰ বয়সতে মৃত্যু ইটালীৰ কিংবদন্তি ফ্ৰাংকো বাৰেচিৰ; শোকস্তব্ধ ফুটবল জগত

July 31, 2026 2:34 pm
বিজেপিৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ, মোডীৰ ‘আজীৱন অনুগামী’ শ্বেহজাদ পুনাৱাল্লাৰ দল ত্যাগ

বিজেপিৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ, মোডীৰ ‘আজীৱন অনুগামী’ শ্বেহজাদ পুনাৱাল্লাৰ দল ত্যাগ

July 31, 2026 1:00 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd