• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 16, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

কয়াকুছি মহাবিদ্যালয়ত ৰাষ্ট্ৰীয় সেৱা আচনিৰ প্ৰতিষ্ঠা দিৱস উদযাপন

NE NOW NEWS আনিছুজ জামান
কয়াকুছি , September 24, 2018 5:59 pm

1 min read

Foundation day of NSS
184
VIEWS
Share on FacebookShare on Twitter

বৰপেটা জিলাৰ সৰুক্ষেত্ৰী সমষ্টিৰ অন্তৰ্গত বিদ্যানগৰী তথা বিশ্ব বিখ্যাত ঢাৰিনগৰীস্থিত কয়াকুছি মহাবিদ্যালয়ত  দিনযোৰা কাৰ্যসূচীৰে ৰাষ্ট্ৰীয় সেৱা আচনি বা এনএছএছৰ প্ৰতিষ্ঠা দিৱস পালন কৰা হয়। এই উপলক্ষে ছাত্ৰ বাবুল হকৰ তত্বাবধানত   ছাফাই অভিযানৰ পিছত মহাবিদ্যালয়ৰ পতাকা উত্তোলন কৰে অধ্যাপক গোলাপ খানে।   ৰাষ্ট্ৰীয় সেৱা আচনিৰ পতাকা উত্তোলন কৰে আঁচনিৰ কাৰ্যসূচী বিষয়া হান্নান আলী আহমেদে।

ৰাষ্ট্ৰীয় সেৱা আচনিৰ আৰম্ভণি গীতেৰে শুভাৰম্ভ হোৱা সভাখনত  কয়াকুছি আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া  হেমন্ত হালৈ, কয়াকুছি কনিষ্ঠ মহাবিদ্যালয়ৰ অধ্যক্ষ ৰফিকুল ইছলাম, অধ্যাপক জাকিৰ হুছেইন, অধ্যাপক  মহিৰ উদ্দিন আহমেদ, অধ্যাপক গোলাপ খান, শিল্পী জাকিৰ হুছেইন আদি বহু সংখ্যক গণ্য-মান্য ব্যক্তি অতিথি হিচাপে    উপস্থিত থাকে।

আদৰ্শ জাতীয় বিদ্যালয়, ইউনিক একাডেমি, আসাম একাডেমী¸ জীৱনজ্যোতি জাতীয় বিদ্যালয়, লৱাৰ আসাম একাডেমী¸  আঞ্চলিক জাতীয় বিদ্যালয়, কয়াকুছি  উচ্চতৰ মাধ্যমিক বিদ্যালয়¸  দাৰুল হিকমাহ একাডেমি আদি শোভাযাত্ৰাত অংশগ্ৰহণ কৰা শিক্ষানুষ্ঠানৰ মাজত ৰাষ্ট্ৰীয় সেৱা আচনিৰ কৰ্তৃপক্ষৰ তৰফৰ পৰা  গছ পুলি বিতৰণ কৰা হয়।

সভআৰ শেষত ৰাষ্ট্ৰীয় সেৱা আচনিৰ প্ৰতিষ্ঠা দিৱসটো সফলভাৱে পালন কৰাত সহযোগ কৰাৰ বাবে  শলাগৰ শৰাই আগবঢ়ায় কাৰ্যসূচী বিষয়া, অধ্যাপক হান্নান আলী আহমেদে।

Recent News

IMG-20210115-WA0005

নগাঁৱত বনকৰ্মী মহেশ নাথৰ দুখনকৈ গ্ৰন্থ উন্মোচন

a doctor

ৰাজ্যৰ ১২ গৰাকী জ্যেষ্ঠ চিকিৎসকে সৰ্বপ্ৰথমে গ্ৰহণ কৰিব কোভিডৰ ভেকচিন

FB_IMG_1610717632176

বিশিষ্ট সাহিত্যিক সু- লেখিকা বীণা শৰ্মাৰ মৃত্যু, শোক স্তব্ধ নগাঁও

a gana

ভাৰতীয় গণনাট্য সংঘৰ জ্যোতি-স্মৰণ আৰু গণশিল্পী হেমাঙ্গ বিশ্বাস বঁটা প্ৰদান অনুষ্ঠান

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd