DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 7, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

মাৰ্ঘেৰিটাত ৰেড ক্ৰছ ছ’চাইটিৰ প্ৰতিষ্ঠা দিৱস অনুষ্টুপীয়াকৈ উদযাপন

 মানস প্ৰতিম গগৈ by মানস প্ৰতিম গগৈ
May 8, 2021 6:06 pm
corr
180
VIEWS
Share on FacebookShare on Twitter

 আজি ৮ মে দিনটো সমগ্ৰ বিশ্বতে ৰেড ক্ৰছ ছ’চাইটিৰ প্ৰতিষ্ঠা দিৱস ৰূপে উদযাপন কৰাৰ লগতে মাৰ্ঘেৰিটাতো বৰ্তমান কৰোনা মহামাৰীৰ পৰিপ্ৰেক্ষিতত অনুষ্টুপীয়াকৈ ৰেড ক্ৰছ ছ’চাইটিৰ মাৰ্ঘেৰিটা কাৰ্যালয়ত উদযাপন কৰা হয়।

ৰেড ক্ৰছ ছ’চাইটি মাৰ্ঘেৰিটাৰ সম্পাদক পবিত্ৰ বৰগোহাঞিয়ে আঁ‌ত ধৰা অনুষ্ঠানটিৰ পতাকা উত্তোলন কৰে ছ’চাইটিৰ উপাধ্যক্ষ আনন্দ কুমাৰ শৰ্মাই, বন্তি প্ৰজ্বলন কৰে কোষাধ্যক্ষ বিমল মিশ্ৰ আৰু মাৰ্ঘেৰিটা পৌৰ সভাৰ প্ৰাক্তন সভানেত্ৰী নিৰু বৰাই ।

ৰেড ক্ৰছ ছ’চাইটি মাৰ্ঘেৰিটা শাখাই  কৰোণা মহামাৰীৰ সংক্ৰমণ ৰোধৰ বাবে দীৰ্ঘ দিন ধৰি জনসাধাৰণৰ মাজত বিভিন্ন মাধ্যমৰ জৰিয়তে সজাগতা অভিযান অনুষ্ঠিত কৰি আহিছে ।

বিশ্ব ৰেড ক্ৰছ দিৱসৰ লগত সংগতি  মাস্ক পৰিধান কৰি, সামাজিক দূৰত্ব বৰ্তাই ৰাখি নিজৰ লগতে আনকো সুৰক্ষিত কৰি ৰাখক শ্লোগানেৰে মাৰ্ঘেৰিটা মহকুমাৰ বিভিন্ন স্হানত কৰোণা মহামাৰীৰ সম্পৰ্কত সজাগতা অভিযান অনুষ্ঠিত কৰি ৰাইজৰ মাজত আজি মাস্ক বিতৰণ কৰে ৰে’ড ক্ৰছ ছ’চাইটিৰ সদস্য সকলে।

Recent News

bhagwant mann marriage

জীৱনৰ আন এক ইনিংছ আৰম্ভ কৰিলে ভগৱন্ত মানে: বিয়াত বহিল পঞ্জাৱৰ মুখ্যমন্ত্ৰী

Boris Johnson Resigns

কেলেংকাৰীৰ অভিযোগে কাঢ়িলে চকী: ব্ৰিটিছ প্ৰধানমন্ত্ৰী বৰিছ জনছনৰ পদত্যাগ

শিলসাঁকোৰ উচ্ছেদৰ নামত বিভাজন! নলা আৱদ্ধ কৰি বাসগৃহ নিৰ্মাণ কৰা নাই বুলি দাবী!

sweating

Sweating: গৰমৰ দিনত ঘাম ওলোৱাতো স্বাভাৱিক, কিন্তু অত্যাধিক ঘাম ওলোৱা কেনেকৈ নিয়ন্ত্ৰণ কৰিব পাৰি জানেনে?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd