DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, June 26, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

তিনিচুকীয়াত নিৰ্মাণ হ’ব ৬০.২১ কোটি টকীয়া ঘাইপথ সংযোগী ৰে’লৱে উৰণীয়া সেতু

এন ই নাও নিউজ by এন ই নাও নিউজ
September 17, 2019 6:09 pm
1.4k
VIEWS
Share on FacebookShare on Twitter

তিনিচুকীয়াত ৬০.২১ কোটি টকা ব্যয়সাপেক্ষে নিৰ্মাণ কৰা হ’ব ঘাইপথ সংযোগী ৰে’লৱে উৰণীয়া সেতু। আজি মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে তিনিচুকীয়া নগৰত উক্ত উৰণীয়া সেতুৰ আধাৰশিলা স্থাপন কৰে।

এই উপলক্ষে তিনিচুকীয়াৰ গোলাপ চন্দ্ৰ ৰবী চন্দ্ৰ নাট্যমন্দিৰত অনুষ্ঠিত সভাত ভাষণ দি সোণোৱালে কয়, ‘চৰকাৰে তিনিচুকীয়াক এখন অত্যাধুনিক চহৰ হিচাপে গঢ়িবলৈ বিভিন্ন পদক্ষেপ লৈছে’।

উল্লেখযোগ্য যে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ ৫০:৫০ অনুপাতৰ আৰ্থিক সাহায্যৰে নিৰ্মাণ হ’বলগীয়া উৰণীয়া সেঁতুখনৰ মুঠ দৈৰ্ঘ হৈছে ৫৬৩.৪০ মিটাৰ।

মুখ্য মন্ত্ৰীৰ সৈতে আধাৰশিলা স্থাপন কাৰ্যসূচীত অংশগ্ৰহণ কৰি ৰাজ্যৰ গড়কাপ্টানি তথা বিত্ত আৰু স্বাস্থ্য বিভাগৰ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে ৰাইজে দীৰ্ঘ দিনৰ পৰা দাবী জনাই অহা উৰণীয়া সেতুৰ কাম বৰ্তমানৰ চৰকাৰে আৰম্ভ কৰিছে।

তেওঁ লগতে জনাই যে অসম চৰকাৰে কেন্দ্ৰীয় চৰকাৰৰ সহযোগত ৰাজ্যৰ ২৬খন ৰে’লৱে উৰণীয়া সেঁতু নিৰ্মাণৰ বাবে পদক্ষেপ গ্ৰহণ কৰিছে।

আজিৰ উক্ত সভাত কেন্দ্ৰীয় খাদ্য প্ৰস্তুতকৰণ উদ্যোগ বিভাগৰ ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলী, তিনিচুকীয়াৰ বিধায়ক সঞ্জয় কীশান, মাৰ্ঘেৰিটাৰ বিধায়ক ভাস্কৰ শৰ্মা, দুলিয়াজনৰ বিধায়ক তেৰশ গোৱালা, গড়কাপ্টানি বিভাগৰ আয়ুক্ত সচিব, তিনিচুকীয়া জিলাৰ উপায়ুক্তকে ধৰি বহু স্থানীয় লোক উপস্থিত থাকে।

Recent News

‘হিন্দু কেলেণ্ডাৰ চাই মঙ্গলযান পঠিয়াইছিল ইছৰোৱে’-মন্তব্য কৰি ট্রোলড হ’ল মাধৱন

‘হিন্দু কেলেণ্ডাৰ চাই মঙ্গলযান পঠিয়াইছিল ইছৰোৱে’-মন্তব্য কৰি ট্রোলড হ’ল মাধৱন

শিক্ষা বিভাগত নহয়, এইবাৰ স্বাস্থ্য বিভাগত নিযুক্তি কেলেংকাৰী; আৰটিআই তথ্যই উদঙালে ভুৱা নিযুক্তি!

শিক্ষা বিভাগত নহয়, এইবাৰ স্বাস্থ্য বিভাগত নিযুক্তি কেলেংকাৰী; আৰটিআই তথ্যই উদঙালে ভুৱা নিযুক্তি!

Mysterious suicide case: বোৱাৰীৰ ৰহস্যজনক আত্মহত্যাক কেন্দ্ৰ কৰি তীব্ৰ উত্তেজনা; দোষীক ফাঁচিৰ দাবী তুলি ঘেৰাও থানা

Mysterious suicide case: বোৱাৰীৰ ৰহস্যজনক আত্মহত্যাক কেন্দ্ৰ কৰি তীব্ৰ উত্তেজনা; দোষীক ফাঁচিৰ দাবী তুলি ঘেৰাও থানা

Modi plans to create 50 states! বিজেপি মন্ত্ৰীৰ দাবী; ২০২৪ চনৰ নিৰ্বাচনৰ পিছত দেশত ৫০ খন ৰাজ্য কৰাৰ সিদ্ধান্ত লৈছে মোদীয়ে

Modi plans to create 50 states! বিজেপি মন্ত্ৰীৰ দাবী; ২০২৪ চনৰ নিৰ্বাচনৰ পিছত দেশত ৫০ খন ৰাজ্য কৰাৰ সিদ্ধান্ত লৈছে মোদীয়ে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd