• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Sunday, January 24, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অৰুণাচল

বি এছ এফৰ ফাণ্ডত পৰিল চোৰাং গো-মাংসৰ সৈতে চাৰিজন বাংলাদেশী

NE NOW NEWS এন ই নাও নিউজ
শ্বিলং , February 23, 2019 9:56 am

1 min read

বি এছ এফৰ ফাণ্ডত পৰিল চোৰাং গো-মাংসৰ সৈতে চাৰিজন বাংলাদেশী

ইণ্টাৰনেটৰ পৰা সংগৃহীত বি এছ এফৰ ফটো

383
VIEWS
Share on FacebookShare on Twitter

ভাৰতীয় সীমা সুৰক্ষা বাহিনীয়ে চাৰিজন বাংলাদেশী আৰু এজন ভাৰতীয় লোকক গাড়ীৰে সৈতে অবৈধ ভাবে গো-মাংসৰ বেহা চলোৱাৰ অপৰাধত মেঘালয়ৰ পশ্চিম জয়ন্তীয়া পাহাৰৰ পৰা আটক কৰে।

মাংসৰ উপৰিও লোক কেইজনে ৬০২৫ বাংলাদেশী টকা লগত লৈ আহিছিল। বাংলাদেশী নাগৰিক কেইজনে বি এছ এফৰ আগত ভাৰতীয় চোৰাং পশু সৰবৰাহকাৰীক সাক্ষাৎ কৰাৰ বাবে অহা বুলি বৃহস্পতিবাৰে স্বীকাৰ কৰে।

আটকহোৱা বাংলাদেশী নাগৰিক কেইজন নূৰ ইছলাম, আব্দুল কালাম, ছোৱেল আহমেদ আৰু কমল মিঞা বুলি চিনাক্ত কৰা হৈছে। অপৰাধী কেইজনৰ ভাষ্যমতে যিবিলাক গৰু আহত হয়, খোজ কাঢ়িব নোৱাৰা হয় সেইবোৰ মাংস হিচাপে গাড়ীত বাংলাদেশলৈ চালান দিয়া হয়।

উল্লেখযোগ্য যে, বাংলাদেশলৈ পশু চোৰাং ভাবে পশু চালান দিয়া ব্যৱসায়টো এটা বৃহ্ৎ চক্ৰই নিয়ন্ত্ৰণ কৰি আছে। উত্তৰ-পূৰ্বাঞ্চলৰ ভালেসংখ্যক চোৰাং ব্যাৱসায়ী ইয়াৰ লগত জড়িত হৈ আছে। ভাৰতীয় সীমা শুল্ক অধিকাৰীয়ে জনোৱা অনুসৰি প্ৰতিবছৰে ভাৰতৰ পৰা বাংলাদেশলৈ চোৰাং পশু চালানৰ নামত ১০০০ কৌটি টকাৰ ব্যাৱসায় হয়। বাংলাদেশত চাহিদা অনুসৰি পশুৰ বংশবৃদ্ধি নোহোৱাৰ বাবে ভাৰতৰ পৰা দেশখনলৈ চোৰাংভাবে পশু  সৰবৰাহ হৈ আহিছে।

Recent News

32337043_2010270292557153_5893369135034793984_n-643x375

বিশিষ্ট নাট্যকাৰ সেৱাব্ৰত বৰুৱাৰ পৰলোকপ্ৰাপ্তি; শোকস্তব্ধ ভ্ৰাম্যমান জগত

Jemima-Khan-Peter-Morgan

নতুন প্ৰেমিকৰ সৈতে একেলগে বাস কৰিছে পাকিস্তানী প্ৰধানমন্ত্ৰী ইমৰাণ খানৰ প্ৰাক্তন পত্নীয়ে

WhatsApp Image 2021-01-24 at 7.46.49 AM

অষ্ট্ৰেলিয়া ভ্ৰমণত অভিষক ঘটা ৫ ক্ৰিকেটাৰৰ লগতে শাৰ্দুলকো THAR-SUV উপহাৰ দিলে মহিন্দ্ৰাই

WhatsApp Image 2021-01-24 at 6.59.34 AM

নৃশংস! কাণত জুঁই লগাই দিয়াৰ পাছত হাতীৰ মৃত্যু; দুজনক গ্ৰেপ্তাৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd