DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, June 26, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ৰাষ্ট্ৰীয় কাৰাটে প্ৰতিযোগিতাত পদক লাভ অসমৰ ৪ গৰাকী ছাত্ৰীৰ

বিদ্যুত জ্যোতি বৰা by বিদ্যুত জ্যোতি বৰা
December 9, 2018 5:38 pm
Karate team
153
VIEWS
Share on FacebookShare on Twitter

নগাঁও জিলাৰ চামগুৰি সমষ্টিৰ অন্তৰ্গত আমনিস্থিত ‘গুড ছেফাৰ্ড হোম’ নামৰ বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীৰ এটি দলে ৰাষ্ট্ৰীয় পৰ্য্যায়ত অনুষ্ঠিত হোৱা কাৰাটে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি চাৰিটাকৈ পদক জয়ৰে জিলাখনলৈ গৌৰৱ কঢ়িয়াই আনিছে।

জানিব পৰা মতে, যোৱা ১ ডিচেম্বৰৰ পৰা ৩ ডিচেম্বলৈ ‘ইণ্ডিয়া জেন ডো চীন কেৰাটে ফেডাৰেশ্বন’ৰ উদ্যোগত বিহাৰৰ মোজাফৰপুৰ চহৰত অনুষ্ঠিত হোৱা ৩য় আই জেদ এছ কে এফ মুকলি ৰাষ্ট্ৰীয় কাৰাটে চেম্পিয়নস্বীপৰ চূড়ান্ত খেলত বিদ্যালয়খনৰ ৩ গৰাকী ছাত্ৰীৰ লগতে কলিয়াবৰ কলেজৰ এগৰাকী ছাত্ৰীয়ে পদক লাভ কৰিবলৈ সক্ষম হৈছে।

উল্লেখযোগ্য যে তিনি দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযোগিতাখনত দেশৰ মুঠ ২৫খন ৰাজ্যই অংশগ্ৰহণ কৰিছিল।

প্ৰতিযোগিতাখনত গুড ছেফাৰ্ড হোম বিদ্যালয়ৰ সুহানী কুমাৰীয়ে সোণ আৰু ক্লেভেন্টিনা মিন্সে ৰূপৰ পদক লাভ কৰাৰ লগতে বিদ্যালয়খনৰে মুস্কান গুপ্তা আৰু কলিয়াবৰ কলেজৰ একাদশ শ্ৰেণীৰ ছাত্ৰী মাৰ্টিনা এক্কাই ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সক্ষম হয়।

Recent News

মুখ্যমন্ত্ৰীৰে চলা “গোপন” আলোচনাই সমাধান আনিবনে অসমৰ জলন্ত জাতীয় সমস্যাৰ?

মুখ্যমন্ত্ৰীৰে চলা “গোপন” আলোচনাই সমাধান আনিবনে অসমৰ জলন্ত জাতীয় সমস্যাৰ?

ৰাজনৈতিক জীৱনৰ প্ৰথমটো প্ৰত্যক্ষ নিৰ্বাচনতে বিজয়ী ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী ডাঃ মানিক সাহা

ৰাজনৈতিক জীৱনৰ প্ৰথমটো প্ৰত্যক্ষ নিৰ্বাচনতে বিজয়ী ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী ডাঃ মানিক সাহা

উপ-নিৰ্বাচনৰ বহুকেইখন আসনত বিজেপিৰ জয়লাভ, উত্তৰ প্ৰদেশত অখিলেশৰ দুৰ্গত আঘাত গেৰুৱা বাহিনীৰ

উপ-নিৰ্বাচনৰ বহুকেইখন আসনত বিজেপিৰ জয়লাভ, উত্তৰ প্ৰদেশত অখিলেশৰ দুৰ্গত আঘাত গেৰুৱা বাহিনীৰ

Anti-defection law মহাৰাষ্ট্ৰত কিমান কাৰ্যকৰী হ’ব দলত্যাগ বিৰোধী আইন?

Anti-defection law মহাৰাষ্ট্ৰত কিমান কাৰ্যকৰী হ’ব দলত্যাগ বিৰোধী আইন?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd