• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, January 21, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

প্রাকৃতিকভাৱে উচ্চতা বৃদ্ধি কৰিব পৰা চাৰি বিধ মুখ্য আহাৰ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , July 17, 2019 3:11 pm

2 min read

WhatsApp Image 2019-07-17 at 2.39.31 PM

প্ৰতিনিধিত্বমূলক আলোকচিত্ৰ

754
VIEWS
Share on FacebookShare on Twitter

শৰীৰৰ প্ৰয়োজনীয় উচ্চতাৰ বাবে কোনোধৰণৰ ৰায়াসনিক ঔষধ গ্ৰহণ নকৰাকৈ প্ৰাকৃতিকভাৱে দৈহিক উচ্চতা লাভ কৰিব পৰা মুখ্য চাৰিবিধ আহাৰৰ বিষয়ে তলত উল্লেখ কৰা হ’ল-

১. গাখীৰ: 

উৎস-ইণ্টাৰনেট

গাখীৰে শৰীৰৰ উচ্চতা বৃদ্ধিত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। গাখীৰ হ’ল কেলচিয়ামৰ ভৰাল। কেলচিয়ামৰ উপৰিও গাখীৰত ভিটামিন-এ যথেষ্ট পৰিমানে পোৱা যায়। গাখীৰত থকা প্ৰটিনে শৰীৰৰ কোষসমূহৰ বৃদ্ধিত অৰিহনা যোগায়।দৈনিক দুইৰ পৰা তিনি গ্লাচ গাখীৰে শৰীৰ গঠনত মুখ্য ভূমিকা পালন কৰাৰ লগতে শৰীৰৰ উচ্চতা বৃদ্ধি কৰে।

২. কণী:

উৎস-ইণ্টাৰনেট

দেহ গঠনৰ বাবে দৰকাৰী আন এবিধ প্ৰয়োজনীয় আহাৰ হ’ল কণী। কণীত অতি বেছি পৰিমানে প্ৰ’টিন উপলব্ধ হয় যিয়ে কোষৰ বৃদ্ধিত সহায় কৰে। অতি সহজসাধ্য মূল্যত উপলব্ধ কণী দৈনিক দুটাকৈ খালে শৰীৰৰ উচ্চতা বৃদ্ধি পাই।

৩. কুকুৰাৰ মাংস:

উৎস-ইণ্টাৰনেট

কুকুৰাৰ মাংসতো অতি বেছি পৰিমানে প্ৰ’টিন থাকে আৰু ই শৰীৰৰ পেশীসমূহৰ গঠন আৰু বৃদ্ধিত সহায় কৰে। নিৰ্দিষ্ট নিয়মত প্ৰণালীবদ্ধভাৱে কুকুৰাৰ মাংস খোৱাতে দেহ গঠনৰ বাবে অতি উপযোগী।

৪. শাক-পাচলি আৰু ফল-মূল:

উৎস-ইণ্টাৰনেট

শৰীৰৰ উচ্চতা আৰু প্ৰয়োজীয় ওজন বৃদ্ধিত প্ৰধান ভূমিকা পালন কৰা শাক-পাচলি আৰু ফল-মূলে শৰীৰৰ স্বাস্থ্যৱান কৰি ৰখাৰ ক্ষেত্ৰতো সহায় কৰে। গাজৰ, ৰঙালাও, বীন,অমিতা, মিঠা আলু আদি পাচলিয়ে শৰীৰৰ উচ্চতা বৃদ্ধিত সহায় কৰে। এই সমূহ পাচলিত যথেষ্ট পৰিমানে ভিটামিন-চি উপলব্ধ হয়।

ওপৰত উল্লেখ কৰা আহাৰ সমূহ আমাৰ খাদ্যৰ তালিকাত অন্তৰ্ভূক্ত কৰি আমি প্ৰয়োজনীয় বয়সত নিৰ্দিষ্ট শাৰীৰিক উচ্চতা লাভ কৰিবলৈ সক্ষম হ’ব পাৰো।

Recent News

আজিৰ পৰা গোভা দেওৰজাৰ ঐতিহাসিক জোনবিল মেলা

আজিৰ পৰা গোভা দেওৰজাৰ ঐতিহাসিক জোনবিল মেলা

ইংলেণ্ডৰ বিৰুদ্ধে ঘৰুৱা টেষ্ট শৃংখলাৰ পৰা বাহিৰ অনুভৱী অলৰাউণ্ডাৰ ৰবীন্দ্ৰ জাদেজা

ইংলেণ্ডৰ বিৰুদ্ধে ঘৰুৱা টেষ্ট শৃংখলাৰ পৰা বাহিৰ অনুভৱী অলৰাউণ্ডাৰ ৰবীন্দ্ৰ জাদেজা

পুনৰ মুম্বাই আৰক্ষীৰ সন্মুখত হাজিৰ হ’ব লাগিব অভিনেত্ৰী কংগনা ৰানাৱট

পুনৰ মুম্বাই আৰক্ষীৰ সন্মুখত হাজিৰ হ’ব লাগিব অভিনেত্ৰী কংগনা ৰানাৱট

টীয়কত গৃহ প্ৰৱেশ সমাৰোহৰ শুভাৰম্ভ কৰিলে সাংসদ তপন গগৈয়ে

টীয়কত গৃহ প্ৰৱেশ সমাৰোহৰ শুভাৰম্ভ কৰিলে সাংসদ তপন গগৈয়ে

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd