DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, June 29, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

অসম-নাগালেণ্ড সীমান্তৰ পৰা চাৰিজন এনএছচিএন-আইএমৰ সদস্যক গ্ৰেপ্তাৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
August 8, 2021 3:00 pm
WhatsApp Image 2021-08-08 at 2.35.05 PM
245
VIEWS
Share on FacebookShare on Twitter

অসম সীমান্তৰ গাতে লাগি থকা নাগালেণ্ডৰ ওৱাখা জিলাৰ মেনকিৰঙৰ অঞ্চলৰ পৰা নিৰাপত্তা বাহিনীয়ে চাৰিজন এনএছচিএন-আইএমৰ সদস্যক গ্ৰেপ্তাৰ কৰিছে।

ৰাজ্যখনৰ আৰক্ষী আৰু নিৰাপত্তা বাহিনীৰ এক যৌথ অভিযানত এনএছচিএন-আইএমৰ সদস্য চাৰিজনক গ্ৰেপ্তাৰ কৰা হয়।

বাতৰি অনুসৰি, এনএছচিএন-আইএমৰ সদস্যৰ উপস্থিতিৰ বিষয়ে চোৰাংচোৱা সূত্ৰৰ পৰা লাভ কৰা তথ্যৰ ভিত্তিত আছাম ৰাইফলছৰ সেনাই অঞ্চলটোৰ জংঘলত পুৱতি নিশা এক অভিযান চলাইছিল।

‘’এক বিশেষ তথ্যৰ ভিত্তিত নিৰাপত্তা বাহিনীয়ে ৰাজ্যৰ আৰক্ষীৰ সৈতে নাগালেণ্ডৰ ওৱাখা জিলাৰ মেনকিৰঙৰ অঞ্চলত অভিযান চলাই এটা অবৈধ শিৱিৰ ধ্বংস কৰে আৰু এনএছচিএন-আইএমৰ চাৰিজন সদস্যক আটক কৰাৰ লগতে চাৰিটা এ কে ৰাইফলছ, এটা এম-১৬ ৰাইফল, তিনি জাই গুলীৰে সৈতে এটা ৯এমএম পিষ্টল, ৭.৬২ এমএমৰ ৪৪৬জাই সজীৱ গুলী ছয় যোৰ সেনাৰ পোছাক উদ্ধাৰ কৰে,’’-এক বিবৃতিত কোৱা হৈছে।

আনহাতে, গ্ৰেপ্তাৰ কৰা এনএছচিএন-আইএমৰ সদস্যকেইজনক উদ্ধাৰ হোৱা সামগ্ৰীখিনিৰ সৈতে পৰৱৰ্তী অনুসন্ধানৰ বাবে ওৱাখা জিলাৰ ভাণ্ডাৰী আৰক্ষী থানাক চমজাই দিয়া হয়।

Recent News

ONGC Helicopter accident

জৰুৰী অৱতৰণ কৰিবলৈ গৈ আৰৱ সাগৰত পৰিল অ’এনজিচিৰ হেলিকপ্টাৰ: চাৰিজন নিহত

Mohammed Zubair

সাংবাদিক মহম্মদ জুবেইৰক চাৰিদিনৰ আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ

Telangana

লক্ষ্য সজাগতা সৃষ্টি: ২০৮ দিন খোজ কাঢ়ি কেইবাখনো ৰাজ্য পাৰ হৈ বিশ্বনাথত উপস্থিত তেলেঙ্গানাৰ যুৱক

Maharashtra crisis

কোন কাটাপ্পা কোন বাহুবলী! গুৱাহাটীত দেখা গৈছে কাটাপ্পা আৰু বাহুবলীক

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd