• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Wednesday, January 27, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ইম্ফলত বোমা বিস্ফোৰণত গুৰুতৰভাৱে আহত চাৰিগৰাকী আৰক্ষীৰ লোক

NE NOW NEWS এন ই নাও নিউজ
ইম্ফল , November 5, 2019 12:43 pm

1 min read

blast_110519101921

বিস্ফোৰণৰ পাছত ঘটনাস্থলীত আৰক্ষীৰ অনুসন্ধান।

5.3k
VIEWS
Share on FacebookShare on Twitter

মণিপুৰৰ ৰাজধানী ইম্ফলত মঙলবাৰে পুৱাই সংঘটিত বোমা বিস্ফোৰণৰ ফলত চাৰি গৰাকী আৰক্ষীৰ লোক গুৰুতৰভাৱে আহত হৈছে।

উগ্ৰপন্থীৰ আক্ৰমণৰ ফলত আহত আৰক্ষীৰ লোককেইজনক ততাতয়াকৈ ওচৰৰ হাস্পাতালত ভৰ্তি কৰোৱা হয়।

আৰক্ষীৰ লোকে অঞ্চলটো ঘেৰি ৰাখিছে আৰু আক্ৰমণকাৰীৰ সন্ধানত নামি পৰিছে।

বাতৰি অনুসৰি, আৰক্ষীৰ লোকক লক্ষ্য কৰিয়েই আক্ৰমণটো চলোৱা হৈছিল। আক্ৰমণত এজন লোকো গুৰুতৰভাৱে আহত হৈছে।

ইম্ফলত কটকটীয়া নিৰাপত্তা ব্যৱস্থা চলি থকাৰ মাজতে বিস্ফোৰণটো সংঘটিত হৈছে। কোনো অজ্ঞাত উগ্ৰপন্থীয়ে বোমাটো সংস্থাপন কৰাৰ সন্দেহ কৰা হৈছে।

অৱশ্যে এতিয়ালৈকে কোন উগ্ৰপন্থী জড়িত আছে সেই খৱৰ পোহৰলৈ অহা নাই।

উল্লেখযোগ্য যে ঘটনাটো সংঘটিত হোৱা স্থানৰ পৰা আৰক্ষী থানালৈ মাত্ৰ ১৫০ মিটাৰ দূৰত্ব হ’ব বুলি জানিব পৰা গৈছে।

বিস্ফোৰম সংঘটিত হোৱাৰ এঘন্টাৰ ভিতৰতে মুখ্য মন্ত্ৰী এন বীৰেন সিঙে ঘটনাস্থলী পৰিদৰ্শন কৰে। তেওঁ এনে আক্ৰমণক কাপুৰুষালি বুলি অভিহিত কৰি দোষীক বিচাৰি উলিয়াই কঠোৰ শাস্তি প্ৰদানৰ কথা সদৰী কৰে।

বৰ্তমান সুৰক্ষা আৰু ফৰেইনচিক বিভাগৰ তদন্তৰ বাবে গোটেই অঞ্চলটো ছীল কৰি দিয়া হৈছে।

বোমা বিস্ফোৰণ সংঘটিত হোৱা অঞ্চলটোত অধিক বিহাৰী সম্প্ৰদায়ৰ লোক বাস কৰা বুলি জানিব পৰা গৈছে। আৰক্ষীয়ে ইতিমধ্যে গোচৰ এটা ৰুজু কৰি ঘটনাৰ তদন্ত আৰম্ভ কৰিছে।

এতিয়ালৈকে কোনো উগ্ৰপন্থী সংগঠনে ঘটনাৰ দায়িত্ব স্বীকাৰ কৰা নাই।

Recent News

a mori

সংকটজনক অৱস্থাত চিকিৎসাধীন মাছৰ কৰ্মী বৈকুণ্ঠ শইকীয়া: আৰ্থিক সাহায্যৰ আহ্বান

depressed-sad-young-female-holdin

তাহানিতে স্বামীৰ সৈতে উঠা ছবিত নাপালে নিজকে চিনি! তাৰপিছত কি কৰিলে এইগৰাকী সন্দেহবাদী মহিলাই?

Gita Gopinath

‘নতুন কৃষি আইনে কৃষকৰ আয় বৃদ্ধি কৰাৰ সম্ভাৱনা আছে’; IMFৰ মুখ্য অৰ্থনীতিবিদ গীতা গোপীনাথ

Sourav-Ganguly

বুকুত প্ৰচণ্ড বিষ— পুনৰ অসুস্থ সৌৰভ গাংগুলী, চিকিৎসালয়ত ভৰ্তি

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd