DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, June 30, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

কলিয়াবৰৰ চাৰি নং বৰঘূলিত প্ৰেমৰ চলনাৰে যুৱতীক বলাৎকাৰ, গ্ৰেপ্তাৰ চাৰি বলাৎকাৰী

ৰিদিপ শৰ্মা by ৰিদিপ শৰ্মা
July 28, 2021 7:55 pm
seba
269
VIEWS
Share on FacebookShare on Twitter

কলিয়াবৰ মহকুমাৰ চুলুং আৰক্ষী চকীৰ অন্তৰ্গত চাৰি নং বৰঘূলিত মঙ্গলবাৰে নিশা এগৰাকী যুৱতীক ধৰ্ষণ কৰি গ্ৰেপ্তাৰ হ’ল প্ৰেমিক ইক্ৰামূল হক(২২) সহ তিনিজন সহযোগী।

ঘটনাৰ বিবৰণী মতে,ছমাহ পূৰ্বে কলিয়াবৰ থানাৰ অন্তৰ্গত দলগাঁও বামুনভেটি গাঁৱৰ পিতৃহাৰা ২০বছৰীয়া যুৱতীগৰাকীৰ সৈতে ম’বাইলত পৰিচয় হোৱা ৩নং বৰঘূলিৰ ইক্ৰামূল হকৰ প্ৰেমৰ সম্পৰ্ক গঢ় লয়৷

অসৎ অভিসন্ধি মনত পুহি ৰখা ইক্ৰামূলে যোৱা নিশা প্ৰেমিকাক বৰঘূলিলৈ মাতি পঠায়।

প্ৰেমিক ইক্ৰামূলে তিনিজন সহযোগীৰ দ্বাৰা এখন অ’ট টেম্পুৰে প্ৰেমিকাগৰাকীক ৩ নং বৰঘুলিৰ আত্মীয়ৰ ঘৰলৈ লৈ আনে৷

আত্মীয়ৰ ঘৰত বহু সময় ধৰি কথোপকথন হোৱাৰ পিছত নিশা প্ৰায় ১১-৩০ বজাত বাৰীৰ পিছফাললৈ নি পথাৰৰ মাজত ইক্ৰামূলে তিনিজন বন্ধুৰ সৈতে উপৰ্যুপৰি প্ৰেমিকাগৰাকীক ধৰ্ষণ কৰি ঘটনাস্থলীৰ পৰা পলায়ন কৰে ৷

ইয়াৰ পিছতে ধৰ্ষিতা গৰাকীৰ চিঞৰ বাখৰ শুনি ঘটনাস্থলীত দাঁতি কাষৰীয়া অঞ্চলৰ লোক উপস্থিত হৈ যুৱতী গৰাকীক উদ্ধাৰ কৰি আৰক্ষীক খবৰ দিয়ে ৷

পৰিয়ালৰ লোকে কলিয়াবৰ আৰক্ষী থানাত অভিযোগ উত্থাপন কৰি এজাহাৰ দাখিল কৰে।

আৰক্ষীয়ে ইতিমধ্যে অভিযান আৰম্ভ কৰি উক্ত গৰ্হিত কাৰ্যত জড়িত প্ৰতাৰক প্ৰেমিক ইক্ৰামূল হক সহ তিনি সহযোগী ক্ৰমে মাইনুল হক,ইজাজুল ইচলাম আৰু চুৰজ আলিক গ্ৰেপ্তাৰ কৰিছে ৷

Recent News

Uddhav Thackeray resigns উচ্চতম ন্যায়ালয়ে আস্থাভোটৰ নিৰ্দেশ দিয়াৰ পিছতে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰেৰ পদত্যাগ

Uddhav Thackeray resigns উচ্চতম ন্যায়ালয়ে আস্থাভোটৰ নিৰ্দেশ দিয়াৰ পিছতে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰেৰ পদত্যাগ

AAgrY_SupremeCourtofIndia-750x375-1

No-Trust Vote উচ্চতম ন্যায়ালয়ত মুখ থেকেচা উদ্ধৱ থাকৰে শিবিৰৰ, বৃহস্পতিবাৰেই অনুষ্ঠিত হ’ব মহাৰাষ্ট্ৰৰ আস্থা ভোট

Seven Left-Youth Organizations Demand: বানাক্ৰান্তক পৰ্যাপ্ত সাহায্য আৰু ক্ষতিপূৰণৰ দাবী; সাত বাঁওপন্থী যুৱ-ছাত্ৰ সংগঠনৰ মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ

Seven Left-Youth Organizations Demand: বানাক্ৰান্তক পৰ্যাপ্ত সাহায্য আৰু ক্ষতিপূৰণৰ দাবী; সাত বাঁওপন্থী যুৱ-ছাত্ৰ সংগঠনৰ মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ

Agnipath Scheme: অগ্নিপথৰ বিৰোধিতা; টীয়কত প্ৰতিবাদ সাব্যস্ত কৰিলে কংগ্ৰেছে

Agnipath Scheme: অগ্নিপথৰ বিৰোধিতা; টীয়কত প্ৰতিবাদ সাব্যস্ত কৰিলে কংগ্ৰেছে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd