DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, June 27, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বোকাখাতৰ সাপজুৰিত সংঘটিত অগ্নিকাণ্ডত মেজিক গাড়ীসহ চাৰিখন দোকান ভস্মীভূত

উত্তম শইকীয়া by উত্তম শইকীয়া
May 9, 2021 7:58 am
Fire in Bokakhat

ফটো: নর্থইষ্ট নাও।

289
VIEWS
Share on FacebookShare on Twitter

শনিবাৰে নিশা বোকাখাতৰ নাতিদূৰৰ সাপজুৰিত ৰামেশ্বৰ চাহু নামৰ লোকজনৰ বাসগৃহত অগ্নিকাণ্ড সংঘৰ্টিত হয় ৷

ৰামেশ্বৰ চাহুৰ পুত্ৰ সুনীল চাহুয়ে নীতিবৰ্হিভুত ভাৱে মজুত ৰখা ৰন্ধন গেছৰ চিলিণ্ডাৰ পৰাই এই অগ্নিকাণ্ডৰ সুত্ৰপাত হয় বুলি বিভিন্নজনে সন্দেহ কৰিছে ৷

বৈদ্যুতিক বিজুতিৰে অগ্নিসংযোগ হোৱাৰ পিছত বাসগৃহৰ লগতে থকা দোকান আৰু  চিলিণ্ডাৰত অগ্নি সংযোগ হোৱাৰ ফলতেই সংঘটিত অগ্নিকাণ্ডই চানি ধৰে অঞ্চলটো ৷

একে ঘৰৰে তিনিখনকৈ দোকান অগ্নিকাণ্ডত সম্পূৰ্ণৰূপে ভস্মীভূত হয় ৷ নিশাৰ এই ভয়াবহ অগ্নিকাণ্ডৰ ফলত ৰামেশ্বৰ চাহুৰ লগতে সংলগ্নিত চাৰিখনকৈ দোকান ভস্মীভূত হোৱাৰ লগতে এখন মালবাহী মেজিকো অগ্নিকাণ্ডত সম্পূৰ্ণৰূপে ভস্মীভূত হয়৷

পিছত বোকাখাতত থকা  অগ্নি নিৰ্বাপক বাহিনীৰ ৪ খন গাড়ীৰ লগতে নুমলীগড় শোধনাগাৰৰ দুখন অগ্নি নিৰ্বাপক গাড়ীয়ে জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয় ৷ ঘটনাত বহু সা-সম্পত্তি নষ্ট হয় যদিও কোনো লোক হতাহত হোৱা নাই ৷  

Recent News

HS Result 2022

উচ্চতৰ মাধ্যমিক চুড়ান্ত পৰীক্ষাত শিৱসাগৰৰ সাফল্য: ৰাজ্যৰ ভিতৰত স্থান লাভ তিনিগৰাকীৰ

HS result-2022: কলা শাখাত ৫ম স্থানত শুৱালকুছিৰ মধুস্মিতা; শিৱসাগৰৰ শলগুৰিৰ দেৱীস্তুতিৰ দশম স্থান

HS result-2022: কলা শাখাত ৫ম স্থানত শুৱালকুছিৰ মধুস্মিতা; শিৱসাগৰৰ শলগুৰিৰ দেৱীস্তুতিৰ দশম স্থান

HS result-2022: উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা-২০২২ৰ ফলাফল: কলা শাখাৰ প্ৰথম দহটা স্থানত কোন কোন?

HS result-2022: উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা-২০২২ৰ ফলাফল: কলা শাখাৰ প্ৰথম দহটা স্থানত কোন কোন?

HS result-2022: উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাৰ বিজ্ঞান শাখাৰ প্ৰথম দহটা স্থানত কোন কোন?

HS result-2022: উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাৰ বিজ্ঞান শাখাৰ প্ৰথম দহটা স্থানত কোন কোন?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd