• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ধেমাজিত চাৰিজন আলফা (স্বাধীন) উগ্ৰপন্থী গ্ৰেপ্তাৰ

প্ৰফুল্ল কামান by প্ৰফুল্ল কামান
August 10, 2019 9:23 am
ULFA-II-678x509

এক অচিনাক্ত স্থানত আলফা (স্বাধীন)ৰ সদস্য। ফাইল ফটো

4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসম-অৰুণাচল সীমান্তৰ সৈতে সংলগ্ন উত্তৰ ধেমাজি অঞ্চলৰ পৰা আৰক্ষীয়ে চাৰিজন সন্দেহযুক্ত আলফা (স্বাধীন) উগ্ৰপন্থীক গ্ৰেপ্তাৰ কৰিছে।

এক বিশেষ চোৰাংচোৱা সূত্ৰৰ পৰা লাভ কৰা তথ্যৰ ভিত্তিত ধেমাজি আৰক্ষীয়ে বৃহস্পতিবাৰে অঞ্চলটোত এক অভিযান চলাই সংগঠনটোৰ চাৰিজন সদস্যক আটক কৰিবলৈ সক্ষম হয়।

Apply Now

আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা আলফা (স্বাধীন)ৰ সদস্যকেইজনক ধেমাজিৰ পাৰ্থজিৎ কোঁৱৰ (২১), মৃণাল ফুকন(১৮), লাহোৱালৰ জনক বৰুৱা(১৮)আৰু গোলাঘাটৰ উদয় দুৱৰা।

আৰক্ষীয়ে লগতে  তেওঁলোকৰ জিম্মাৰ পৰা এখন মটৰচাইকেল, চাৰিটা মোবাইল হেণ্ডছেট, আলফা (স্বাধীন)ৰ পতাকা, চোকা অস্ত্ৰ আৰু ক’লা কাপোৰৰ টোপোলাৰ উপৰিও কিছুমান আপত্তিজনক নথি পত্ৰ জব্দ কৰে।

আৰক্ষীয়ে কয় যে আলফা বিদ্ৰোহীয়ে অসম-অৰুণাচল প্ৰদেশৰ সীমান্তৰ সৈতে সংলগ্ন উত্তৰ ধেমাজি অঞ্চলৰ লাইপুলিয়াৰ পাহাৰীয়া বনাঞ্চলখন আত্মগোপনৰ সুৰক্ষিত স্থান হিচাপে ব্যৱহাৰ কৰি আছে আৰু জিলাখনত তেওঁলোকৰ স্থিতি শক্তিশালী কৰাৰ চেষ্টা চলাই আছে।

ধেমাজিৰ আৰক্ষী অধীক্ষক ৰাকেশ ৰেড্ডীৰ নেতৃত্বত আৰক্ষী আৰু সুৰক্ষা বাহিনীৰ এটা দলে অঞ্চলটোৰ পৰা লাভ কৰা চোৰাংচোৱাৰ তথ্যৰ ভিত্তিত অভিযান চলাই উগ্ৰপন্থীকেইজনক গ্ৰেপ্তাৰ কৰে।

আৰক্ষীয়ে জিলাখনত আৰু বহু আলফা (স্বাধীন)ৰ সদস্য থাকিব পাৰে বুলি সন্দেহ কৰে যিসকলে আন্তঃৰাজ্যিক সীমান্ত অঞ্চলক আত্মগোপনৰ সুৰক্ষিত স্থান হিচাপে ব্যৱহাৰ কৰি স্বাধীনতা দিৱসত কূটাঘাতৰ চেষ্টা চলাই আছে।

আৰক্ষীৰ এগৰাকী শীৰ্ষ বিষয়াই কয় যে ম্যানমাৰত মোক্ষম আঘাত লাভ কৰা পাছত আলফা (স্বাধীন) উগ্ৰপন্থীৰ দলটোৱে জিলাখনত তেওঁলোকৰ শক্তি বৃদ্ধিৰ বাবে তৎপৰ হৈ পৰিছে।

প্ৰফুল্ল কামান

প্ৰফুল্ল কামান

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

July 10, 2026 11:34 am
২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

July 10, 2026 10:36 am
‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

July 10, 2026 9:31 am
প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

July 10, 2026 8:06 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

July 10, 2026 11:34 am
২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

July 10, 2026 10:36 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd